Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati High Court :লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদৰ পাছত শিৱিৰত কটোৱাসকলৰ নাৰকীয় পৰিস্থিতি

অসম চৰকাৰক সমলোচনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ,আঠ মে'ত পৰৱৰ্তী শুনানিৰ দিন ধার্য

publisher by publisher
April 22, 2023
in India, Assam, News
Reading Time: 5 mins read
0
Guwahati High Court :লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদৰ পাছত শিৱিৰত কটোৱাসকলৰ নাৰকীয় পৰিস্থিতি
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati Ringroad Projects:গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ নামত ব্যাপক বন ধ্বংসক লৈ উদ্বিগ্ন উচ্চ ন্যায়ালয়

Guwahati High Court:গুৱাহাটীৰ উন্মুক্ত নলা শীঘ্ৰে বন্ধ কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ ন্যায়ালয়ৰ

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Guwahati High Court :

দুবছৰ ধৰি এখন তিৰপালৰ তলত গৰু-ছাগলীৰ দৰে আছে এই লোকসকল ।… আপুনি নিজৰ সন্তানৰ লগত তুলনা কৰি চাওক এনেকৈ থাকিব পাৰে নেকি ! ২০২১ত লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদৰ পাছত ডবকাৰ এখন চৰণীয়া পথাৰত বিগত দুটা বছৰ ধৰি তিৰপাল-টিনপাতৰ তলত বাস কৰি ৰোগাক্ৰান্ত হোৱা শিশু-পুৰুষ-মহিলাৰ স্বাস্থ্যৰ অৱস্থা আৰু তেওঁলোকৰ জীৱন নিৰ্বাহ প্রণালীক লৈ আজি এনেদৰে ৰাজ্য চৰকাৰৰ অধিবক্তাক তীক্ষ্ণ সমালোচনা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই।

ADVERTISEMENT

ডবকাৰ আশ্ৰয় শিবিৰত বসবাস কৰা একাংশ শিশু ৰোগাক্ৰান্ত হোৱাৰ প্ৰসংগত এটা নিজাববীয়া গোচৰ ৰুজু কৰি এমিকাছ কিউৰি (আদালত বান্ধৱ)ৰূপে ন্যায়ালয়ে নিযুক্ত কৰা জ্যেষ্ঠ অধিবক্তা ভাস্কৰদেৱ কোঁৱৰে শিৱিৰটো পৰিদৰ্শন কৰি বাস্তৱ অৱস্থাৰ বিষয়ে দিয়া প্রতিবেদনৰ আধাৰত মুখ্য ন্যায়াধীশ মেহতা আৰু ন্যায়াধীশ মৃদুল কুমাৰ কলিতাৰ যুটীয়া বিচাৰপীঠে শীঘ্ৰে শিবিৰটোত উপযুক্ত খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিয়ে।

ৰাজ্য চৰকাৰক প্রতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা ডি নাথক উদ্দেশি মুখ্য ন্যায়াধীশ মেহতাই শিবিৰত বসবাস কৰা শিশুসকলক নিজৰ জ্ঞানৰ স’তে তুলনা কৰি চাবলৈ আহ্বান জনাই আজি জাৰি কৰা নিৰ্দেশটোত আদালত বান্ধৱে দিয়া পৰামৰ্শসমূহ কাৰ্যকৰী কৰিবলৈ নির্দেশ দিয়ে।

উল্লেখ্য যে শিবিৰাটোত ক্ষুদ্র ক্ষুদ্রকৈ হ’লেও খোৱা পানী যোগান ব্যৱস্থা তৎকালে আৰম্ভ কৰা, গৃহহীন পৰিয়ালকেইটাক পুনৰ সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে চৰকাৰী অধিবক্তাজনে আদালতক জনায়।

স্মতৰ্ৱ্য যে অহা ১০ দিনৰ ভিতৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলী সম্পর্কে শপতনামাৰ আকাৰে জনাবলৈও ন্যায়ালয়ে আজি ৰাজ্য চৰকাৰক নির্দেশ দিয়ে। এই বিষয়টো সন্দৰ্ভত অহা আঠ মে’ত পুনৰ শুনানি লোৱা হ’ব বুলি ন্যায়ালয়ে দিন ধাৰ্থ কৰে।

৩৫০টা ভূমিহীন-গৃহহীন পৰিয়ালৰ এক কৰুণ জীৱনগাথা:

পূর্বে চৰণীয়া পথাৰৰূপে ব্যৱহৃত এটুকুৰা দ’ ভূমিত কেইখনমান ত্ৰিপাল আৰু দুই এখন পুৰণি টিনপাতবে নির্মিত এলানি তথাকথিত ‘ঘৰ’, য’ত নিশাটো কটোৱাৰ পাছতে দিনটো ডুবুৰীয়া অঞ্চলত দিন হাজিৰা কৰিবলৈ ওলাই যায় পৰিয়ালৰ মুৰব্বীসকল। ঘৰত থাকে কণ কণ শিশুসকল। শেহতীয়াকৈ প্ৰখৰ ৰ’দ আৰু প্ৰচণ্ড গৰমৰ বাবে এই জুপুৰিসমূহত বসবাস কৰা শিশুসকল জ্বৰ, বমি, ডায়েৰীয়াৰ দৰে ৰোগত আক্ৰান্ত হৈছে।

চৰকাৰ কৰ্তৃপক্ষৰ উদাসীনতাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সমগ্র বিষয়টো বিশেষকৈ শিশুসকল ৰোগাক্রান্ত হোৱাৰ দিশৰ ওপৰত মনোনিবেশ কৰি এটা নিজাববীয়া গোচৰ ৰুজু কৰি ৰাজ্য চৰকাৰক তীব্ৰ ককৰ্থনা কৰিছে।

ইফালে, উচ্চ ন্যায়ালয়ে জুগুৰিতে বসবাস কৰি ৰোগাক্ৰান্ত হোৱা শিশুসকলৰ প্ৰকৃত অৱস্থাৰ বুজ ল’বলৈ জোষ্ঠ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰক আদালত বান্ধৱ ৰূপে নিযুক্তি দি এক প্রতিবেদন দাখিল কৰিবলৈ দিয়া দায়িত্বৰ আধাৰত তেওঁ ন্যায়ালয়ত দাখিল কৰা প্রতিবেদনে উন্মোচিত কৰিছে এক নৰকসদৃশ পৰিবেশত ৩৫০টা পৰিয়ালে বসবাস কৰি থকাৰ দুৰ্ভাগ্যজনক বাস্তৱ পৰিস্থিতি।

এই শিবিৰটোত সম্প্ৰতি বসবাস কৰি আছে ৭৩৫ টি শিশু-কিশোৰে। উল্লেখ্য যে হোজাই জিলাৰ ডবকা মহকুমাৰ অন্তৰ্গত চাংমাৰি নামৰ গাঁৱত এখন মুকলি পথাৰত কেইখনমান চালি দি ২০২১ৰ নৱেম্বৰৰ পৰা বসবাস কৰি আছে পৰিয়ালকেইটা। প্রকৃততে লামডিং সংৰক্ষিত বনাঞ্চলত চলোৱা উচ্ছেদৰ সময়ত গৃহহাৰা হোৱা এই পৰিয়ালকেইটাই সেই সময়ৰে পৰাই চৰকাৰে আৰম্ভ কৰা অস্থায়ী ব্যৱস্থাৰ আধাৰত সেই স্থানত বসবাস আৰম্ভ কৰিছিল।

আদালত বান্ধব কোঁৱৰে দাখিল কৰা চৰজমিন প্রতিবেদনত উল্লেখ কৰা হৈছে যে সমগ্ৰ অঞ্চলটো এখন বৃহৎ ফুটবল খেলপথাৰৰ দৰে আৰু ইয়াত বসবাস কৰা লোকসকলৰ ঘনত্ব অতি বেছি।

প্লাষ্টিক, টাপলিন, টিন, বাঁহেৰে নিৰ্মিত অতি চাপৰ জুপুৰিয়ে বিপদ মাতিছে শিশুলৈ ডবকাৰ সংশ্লিষ্ট গাঁওত অতি দুখজনক পৰিৱেশত বসবাস কৰা লোকসকলে প্লাষ্টিক, টাপলিন অথবা টিনপাতৰ চালি সজাই আৰু বাঁহৰ বেৰেৰে ঘৰ সাজি বাস কৰি আছে। জুপুৰিসমূহৰ উচ্চতা তেনেই কম হোৱাৰ পৰিপ্ৰেক্ষিতত গৰমৰ দিন আৰু বৰষুণৰ সময়তো এই জুপুৰিসমূহ বসবাস সম্পূর্ণ অযোগ্য।

মানৱ সমাজৰ বাবে অত্যন্ত প্রয়োজনীয়ৰূপে চিহ্নিত শৌচাগাৰ বা গা ধোৱা ঘৰৰ কোনো ব্যৱস্থা নাই এই চৰকাৰী শৰণাৰ্থী শিবিৰটোত। লোকসকলৰ বাবে খোৱাপানীৰ সমস্যা সমাধানৰ একমাত্ৰ উপায় দমকলকেইটাৰে নিগৰে সম্পূৰ্ণ আয়ৰণযুক্ত পানী। শিবিৰসমূহত নাই কোনো ধৰণৰ নলা- নর্দমা, বিদ্যুৎ সংযোগ বা আন তেনে অত্যাবশ্যকীয় সা-সুবিধা।

এক কথাত ক’বলৈ গ’লে গোহালিতকৈও অধিক শোচনীয় শিবিৰটোত বসবাস কৰা লোকসকলৰ জুপুৰিসমূহ। শিবিৰটোত আছে পুৰুষ আৰু মহিলাৰ বাবে পৃথকে প্ৰাৰ্থনা কৰিব পৰা দুটা সমূহীয়া গৃহ। পুৰুষ-মহিলা উভয়ে দিনৰ দিনটো হাজিৰা কৰি উপার্জিত ধনেৰে পৰিয়াল পোহপাল দিয়ে।

১৮ বছৰৰ তলৰ ৭৩৫ টি শিশু-কিশোৰে বাস কৰে শিবিৰটোত সাহায্য শিবিৰটোত সৰ্বমুঠ ৭৩৫ টি শিশু-কিশোৰ-কিশোৰী আছে। বসবাস কৰা পৰিয়ালকেইটাৰ নাই কোনো পৰিয়াল পৰিকল্পনা, যাৰ ফলত শিবিৰতে মহিলাসকলে জন্ম দিবলৈ ধৰিছে সন্তান। পৰিণতিত বহুসংখ্যক পৰিয়ালতে শিশুকে ধনি পৰিয়ালৰ সদস্য সংখ্যা পাঁচৰ পৰা ১৫ জনলৈ আছে।

শিবিৰত থকা শিশুসকলৰ অৱস্থা অতি শোচনীয় গৃহহাৰা হৈ শিবিৰত আশ্ৰয় লৈ থকা শিশুসকলৰ ভিতৰত অধিকাংশৰে নাই উপযুক্ত কাপোৰ-কানি বা ছেণ্ডেল- জোতা। অধিকাংশ শিশুৱে পুষ্টিহীনতাত ভোগা। বিশেষভাবে সক্ষম শিশুসকলৰ অৱস্থা আকৌ অধিক শোচনীয়। এতিয়াও বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছে শিশুসকল। অবশ্যে ইয়াৰ মাজতো শিশুসকলে ওচৰতে থকা চৰকাৰী বিদ্যালয়লৈ গৈ শিক্ষাগ্রহণ অব্যাহত ৰাখিছে।

ডবকা গ্রাম্য চিকিৎসালয়ত ৩৯টি শিশু চিকিৎসাধীন আদালত বান্ধৱৰ নেতৃত্বত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা দলে আজি ডবকা গ্রাম্য চিকিৎসালয়লৈ গৈ চিকিৎসাধীন হৈ থকা শিশুসকলৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয়।

প্রতিবেদন মতে, চিকিৎসালয়খনৰ শিবিৰটোৰ মুঠতে ৩৯টি শিশুসহ প্রাপ্তবয়স্ক লোকো চিকিৎসাধীন হৈ আছে। ইয়াৰে ভিতৰত ১৫ জনৰ জ্বৰ আৰু কছ চাৰিজনৰ ডাৱৰীয়া, পাঁচজনৰ ডিচেন্ট্ৰী; চাৰিজনৰ ছালৰ ৰোগ আৰু আনসকলৰ দুৰ্বলতা তথা আনুষংগিক ৰোগত আক্রান্ত।

উল্লেখ্য যে এই ৩৯ জনৰ ভিতৰত ১৮ বছৰৰ তলৰ মুঠতে ২৭গৰাকী কিশোৰ-কিশোৰী, শিশু আৰু ১২ গৰাকী প্রাপ্তবয়স্ক। ইয়াৰে ভিতৰত নিউমনিয়াৰ দৰে ৰোগত আক্রান্ত এজন ৰোগীক মাইখুলি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে হাস্পতালখনৰ পৰা শিবিৰটোৰ শিশু আৰু লোকসকলক সম্প্ৰতি ঘৰলৈ যাবলৈ দিয়া হৈছে।

কিয় শিবিৰত অসুস্থ হৈ পৰিল ইমান বৃহৎসংখ্যক শিশু:

শিবিৰটোত থকা জুপুৰিসমূহ বসবাসৰ উপযোগী নহয় বাবেই শিশুৰ মাজত ৰোগ-ব্যাধি বুদ্ধি পাইছে। আদালত বান্ধৱ কোঁৱৰৰ মতে, শিবিৰটোত কোনো অনাময় ব্যবস্থা নাই, উচ্চ ঘনত্বৰ জনসংখ্যা অনুপাতে মুকলি ঠাইৰ অভাব, নলাৰ অভাৱ, বিদ্যুৎ যোগান নথকা বাবে প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা পাবলৈ এখন ফেনো ব্যৱহাৰ কৰিব নোৱৰা অৱস্থা চলি আছে এই শিবিৰসমূহত।

ইয়াৰ উপৰি অপৰিষ্কাৰ পানী সেৱন, পানীত উচ্চমাত্রার আয়ৰণ থকাৰ বাবেও এনে পানী গ্রহণ কৰাত শিশুৰ মাজত ৰোগ-ব্যাধি বৃদ্ধি পাইছে। শিবিৰটোৰ এই পৰিবেশৰ পৰা লোকসকলক উদ্ধাৰ কৰিবলৈ নিশাটোৰ ভিতৰতে সমস্যা সমাধানৰ কোনো উপায় নাই যদিও পর্যায়ক্রমে এই পৰিয়ালসমূহক দৰিদ্ৰতা মুক্ত কৰা, শিক্ষাৰ সুবিধা কৰি দিয়া, বসবাসৰ উপযুক্ত ঘনৰ ব্যৱস্থা কৰা প্রয়োজন।

জোষ্ঠ অধিবক্তাজনে গুৱাহাটী উচ্চ ন্যায়ালক অনুৰোধ জনায় যে শিবিৰটোৰ লোকসকলক উপযুক্ত চিকিৎসা সেৱা আবঢ়াবলৈ এটা ম’বাইল মেডিকেল ইউনিট অগ্রাধিকাৰ ভিত্তিত নিয়োজিত কৰিব লাগে। ইয়াৰ জৰিয়তে শিবিৰটোৰ আৱাসীসকলৰ স্বাস্থ্যৰ অৱস্থাৰ নিয়মীয়াকৈ বুজ ল’ব লাগে। শিবিৰটোৰ ওচৰৰ গাঁওসমূহত থকা চৰকাৰী বিদ্যালয়সমূহত ছাত্র-ছাত্রীকে নামভৰ্তি কৰিব পৰাকৈ আসন নথকা বাবেও শিবিৰটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা গ্রহণ বিঘ্নিত হৈছে।

গতিকে ওচৰৰ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ বাবে আসনৰ সংখ্যা বৃদ্ধি কৰিব লাগে। আকৌ ফিল্টাৰ যুক্ত খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে। একেদৰে শিবিৰটোত বৈদ্যুতিকৰণৰ উপৰি অন্ততঃ চাৰিওদিশে চাৰিটা ফ্লাড লাইটৰ ব্যৱস্থা কৰিব লাগে। যিহেতু চৰকাৰৰ হাতত ৰাজসাহায্যযুক্ত গৃহ নিৰ্মাণৰ ব্যৱস্থা আছে, সেয়েহে এই পৰিয়ালসমূহকে চৰকাৰীভাৱে গৃহ নিৰ্মাণ কৰি দিব লাগে। আকৌ দৃষ্টিহীনতা দূৰ কৰিবলৈ পৰিয়ালসমূহক ঔষধ, নিয়মীয়া খাদ্য লাভৰ বাবে ৰেছন কার্ড যোগান ধৰিব লাগে।

ইফালে, সমাগত বাৰিষা কালত বানপানী সৃষ্টি হোৱাৰ সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত এই পৰিয়ালকেইটাৰ বসবাসৰ উপযোগী হোৱাকৈ ওখকৈ সমূহীয়া গৃহ নিৰ্মাণ কৰিব লাগে আৰু পৰিয়ালসমূহক ব্যৱহাৰৰ বাবে শৌচাগাৰ আৰু গা ধোৱা ঘৰৰ ব্যৱস্থা কৰি দিব লাগে।

জ্যেষ্ঠ অধিবক্তা কোঁৱৰে তেওঁৰ প্ৰতিবেদনত কয় যে প্ৰতিটো শিশুনে কেতবোৰ অধিকাৰ থাকে আৰু এনে অধিকাৰসমূহ তেওঁলোকক উপভোগ কৰিব দিব লাগে। বিশেষকৈ তেওঁলোকৰ ৰক্ষণাবেক্ষণ আৰু বিকাশৰ ক্ষেত্ৰত শিশুসকলে মানৱ অধিকাৰ ভোগ কৰাৰ সুবিধা দিব লাগে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GUWAHATI HIGH COURTLamding Forest ReserveShelter Camp
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d