Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Dr. Hiren Gohain:চাৰিওফালৰ অৰাজকতা দেখি কোনো নীৰৱে থাকিব নোৱাৰে

পাঁচ-ছয় জুলাইত নাগৰিক অভিৱৰ্তন

publisher by publisher
July 4, 2025
in News, Assam
Reading Time: 2 mins read
0
Dr. Hiren Gohain:চাৰিওফালৰ অৰাজকতা দেখি কোনো নীৰৱে থাকিব নোৱাৰে
1
SHARES
10
VIEWS
ShareShareShareShare

Dr. Hiren Gohain:

বিজেপি চৰকাৰক আগন্তুক ২০২৬ৰ বিধানসভা নির্বাচনত গাদীচ্যুত কৰাৰ লক্ষ্যৰে ৰণকৌশল প্রস্তুত তথা সকলোকে একগোট কৰাৰ উদ্দেশ্য আগত ৰাখি অহা পাঁচ আৰু ছয় জুলাইত গুৱাহাটীত এখন ‘অসম সম্মিলিত নাগৰিক অভিৱৰ্তন‘ আহ্বান কৰা হৈছে। অসম সম্মিলিত নাগৰিক অভিবৰ্তনৰ হৈ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত বিশিষ্ট বুদ্ধিজীবী ড: হীৰেন গোহাঁয়ে এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে। সাংসদ অজিত কুমাৰ ভূঞা, হৰেকৃষ্ণ ডেকা, শান্তনু বৰঠাকুৰ আদিৰ উপস্থিতিত ড: গোহাঁয়ে সংবাদমেলত কয় যে এইখন চৰকাৰে অসমক কোন দিশে লৈ গৈছে সকলোৱে প্ৰত্যক্ষ কৰিছে। অনিয়ম, স্বজন-তোষণ আৰু দুর্নীতিয়ে চৰকাৰখন কেনেকৈ প্ৰাস কৰিছে গৰুখুঁটি কাণ্ডই সেয়া স্পষ্টকৈ উদঙাই দিছে।

ADVERTISEMENT

এই সন্দৰ্ভত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই কিদৰে প্রতিক্রিয়া প্রকাশ কৰিছে আৰু তেওঁ কি কৈ আছে সকলোৱে দেখিছে বুলি ড: গোহাঁয়ে মন্তব্য কৰি কয়, ‘গৰুখুঁটি ঘটনা কোনো এটা বিক্ষিপ্ত ঘটনা নহয়। গৰুখুঁটি হৈছে মুখ্যমন্ত্রী ড: শর্মা চৰকাৰৰ প্ৰকৃত ছবি। আচলতে আজিৰ দিনত চৌদিশে গৰুখুঁটিৰ দৰে ঘটনাই ঘটি আছে। প্রশ্ন হ’ল যে এই ঘটনাবোৰ আমি কেনেদৰে ল’ম? প্রথম আৰু প্ৰধান কথাটো হ’ল আমি নাগৰিকৰূপে নে ৰাজ অনুগ্রহপ্রার্থী প্ৰজাৰূপে জীয়াই থাকিম?

RelatedPosts

Piyanka Gandhi Pressmeet in Delhi:এনডিএ’ৰ পৰাজয়ক গণতন্ত্ৰ আৰু সংবিধানৰ জয় বুলি অভিহিত কৰিলে প্ৰিয়ংকা গান্ধীয়ে

IOCL Pressmeet:ইন্ধনৰ নাটনি, সাম্প্ৰতিক পৰিৱেশক লৈ আইঅচিৰ সংবাদমেল

Dilip Saikia Pressmeet:ৰাজ্যত অভিলেখ সংখ্যক ভোটদান হোৱাৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন দিলীপ শইকীয়াৰ

আজিৰ দিনত কোনো আত্মসন্মান থকা মানুহে চৰকাৰৰ প্ৰজা হ’ব নিবিচাৰে। প্রত্যেকে এজন স্বাধীনচিতীয়া নাগৰিকৰূপেহে জীয়াই থাকিব বিচাৰে। প্ৰকৃতাৰ্থত আমাৰ চৌপাশে চলি থকা অন্যায়-অনিয়মবোৰ দেখিও আমি কেনেকৈ নেদেখাৰ ভাও ধৰো, কেনেকৈ নির্বিকাৰ-নির্লিপ্ত হৈ থাকো। আমি ভাবো যে চাৰিওফালৰ অনিয়ম, অৰাজকতা দেখি এতিয়া কোনো সুস্থিৰ চিন্তাৰ লোক নীৰৱে থাকিব নোৱাৰে।’ লগতে ড: গোহাঁয়ে কয় যে এনে পৰিস্থিতিত অসমৰ বিভিন্ন নাগৰিক সমাজ আৰু গণতান্ত্রিক ব্যক্তিসকলক একেখন মঞ্চত ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে উল্লিখিত দিনত মাছখোৱা প্রাগজ্যোতি সাংস্কৃতিক প্রকল্পত দুদিনীয়াকৈ এই অভিবর্তন আয়োজন কৰা হৈছে।

অভিৱৰ্তনৰ প্ৰথম দিনা তথা পাঁচ জুলাইত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা নাগৰিক সমাজক প্রতিনিধিত্ব কৰা কে’বা শতাধিক প্রতিনিধিয়ে কৰ্মনিৰ্ধাৰণ অধিবেশনত অংশগ্ৰহণ কৰিব। উক্ত দিনা ৰাজ্যৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হ’ব আৰু বিজেপিৰ কুশাসন-ব্যর্থতাসমূহক লৈ এখন ‘শ্বেতপত্র’ আৰু জনকল্যাণ-সুশাসনৰ বাবে প্রয়োজনীয় বিভিন্ন বিষয় সন্নিবিষ্ট কৰি এখন দাবী চনদৰো চূড়ান্ত ৰূপ দিয়া হ’ব বুলি ড: গোহাঁয়ে মন্তব্য কৰে।

ইয়াৰ উপৰি এই অভিৱর্তনত বর্তমান পৰিস্থিতিত বিশেষকৈ আগন্তুক ২০২৬ৰ বিধানসভা নির্বাচনত বিভিন্ন নাগৰিক সমাজ আৰু গণতান্ত্রিক ব্যক্তিসকলৰ ভূমিকা কি হ’ব, সেই বিষয়েও খৰচি মাৰি আলোচনা কৰা হ’ব বুলি ড: গোহাঁয়ে মন্তব্য কৰি কয়, ‘অভিৱৰ্তনৰ দ্বিতীয় দিনা অর্থাৎ ছয় জুলাইত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া মুকলি অধিবেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কে’বা শতাধিক লোকৰ লগতে বিশিষ্ট বুদ্ধিজীৱী, নাগৰিকে অংশ ল’ব। এই অভিৱৰ্তনত ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱ আৰু সমাজকর্মী বিজয় মহাজনে অংশগ্ৰহণ কৰিব। লগতে মুকলি অধিবেশনত ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্বই অংশগ্ৰহণ কৰিব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Citizens ConventionDr.Hiren GohainPressmeet
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d