Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ

    হুথি-ছৌদি সংঘাতৰ প্ৰভাৱ!ছৌদিৰ চাৰিটা বিমানবন্দৰলৈ ইণ্ডিগ’ৰ বিমান সেৱা বাতিল

    দিল্লীকো চেৰ পেলাই প্ৰদূষণত শীৰ্ষত মুম্বাই!

    মধ্যৱৰ্তী নিৰ্বাচনৰ পিছতে ইৰানত পুনৰ বৃহৎ আক্ৰমণ চলাব পাৰে আমেৰিকাই! ট্ৰাম্পৰ হুংকাৰ

    এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ

    ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dr. Hiren Gohain:চাৰিওফালৰ অৰাজকতা দেখি কোনো নীৰৱে থাকিব নোৱাৰে

পাঁচ-ছয় জুলাইত নাগৰিক অভিৱৰ্তন

publisher by publisher
July 4, 2025
in Assam, News
Reading Time: 2 mins read
0
Dr. Hiren Gohain:চাৰিওফালৰ অৰাজকতা দেখি কোনো নীৰৱে থাকিব নোৱাৰে
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Dr. Hiren Gohain:

বিজেপি চৰকাৰক আগন্তুক ২০২৬ৰ বিধানসভা নির্বাচনত গাদীচ্যুত কৰাৰ লক্ষ্যৰে ৰণকৌশল প্রস্তুত তথা সকলোকে একগোট কৰাৰ উদ্দেশ্য আগত ৰাখি অহা পাঁচ আৰু ছয় জুলাইত গুৱাহাটীত এখন ‘অসম সম্মিলিত নাগৰিক অভিৱৰ্তন‘ আহ্বান কৰা হৈছে। অসম সম্মিলিত নাগৰিক অভিবৰ্তনৰ হৈ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত বিশিষ্ট বুদ্ধিজীবী ড: হীৰেন গোহাঁয়ে এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে। সাংসদ অজিত কুমাৰ ভূঞা, হৰেকৃষ্ণ ডেকা, শান্তনু বৰঠাকুৰ আদিৰ উপস্থিতিত ড: গোহাঁয়ে সংবাদমেলত কয় যে এইখন চৰকাৰে অসমক কোন দিশে লৈ গৈছে সকলোৱে প্ৰত্যক্ষ কৰিছে। অনিয়ম, স্বজন-তোষণ আৰু দুর্নীতিয়ে চৰকাৰখন কেনেকৈ প্ৰাস কৰিছে গৰুখুঁটি কাণ্ডই সেয়া স্পষ্টকৈ উদঙাই দিছে।

ADVERTISEMENT

এই সন্দৰ্ভত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই কিদৰে প্রতিক্রিয়া প্রকাশ কৰিছে আৰু তেওঁ কি কৈ আছে সকলোৱে দেখিছে বুলি ড: গোহাঁয়ে মন্তব্য কৰি কয়, ‘গৰুখুঁটি ঘটনা কোনো এটা বিক্ষিপ্ত ঘটনা নহয়। গৰুখুঁটি হৈছে মুখ্যমন্ত্রী ড: শর্মা চৰকাৰৰ প্ৰকৃত ছবি। আচলতে আজিৰ দিনত চৌদিশে গৰুখুঁটিৰ দৰে ঘটনাই ঘটি আছে। প্রশ্ন হ’ল যে এই ঘটনাবোৰ আমি কেনেদৰে ল’ম? প্রথম আৰু প্ৰধান কথাটো হ’ল আমি নাগৰিকৰূপে নে ৰাজ অনুগ্রহপ্রার্থী প্ৰজাৰূপে জীয়াই থাকিম?

আজিৰ দিনত কোনো আত্মসন্মান থকা মানুহে চৰকাৰৰ প্ৰজা হ’ব নিবিচাৰে। প্রত্যেকে এজন স্বাধীনচিতীয়া নাগৰিকৰূপেহে জীয়াই থাকিব বিচাৰে। প্ৰকৃতাৰ্থত আমাৰ চৌপাশে চলি থকা অন্যায়-অনিয়মবোৰ দেখিও আমি কেনেকৈ নেদেখাৰ ভাও ধৰো, কেনেকৈ নির্বিকাৰ-নির্লিপ্ত হৈ থাকো। আমি ভাবো যে চাৰিওফালৰ অনিয়ম, অৰাজকতা দেখি এতিয়া কোনো সুস্থিৰ চিন্তাৰ লোক নীৰৱে থাকিব নোৱাৰে।’ লগতে ড: গোহাঁয়ে কয় যে এনে পৰিস্থিতিত অসমৰ বিভিন্ন নাগৰিক সমাজ আৰু গণতান্ত্রিক ব্যক্তিসকলক একেখন মঞ্চত ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে উল্লিখিত দিনত মাছখোৱা প্রাগজ্যোতি সাংস্কৃতিক প্রকল্পত দুদিনীয়াকৈ এই অভিবর্তন আয়োজন কৰা হৈছে।

অভিৱৰ্তনৰ প্ৰথম দিনা তথা পাঁচ জুলাইত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা নাগৰিক সমাজক প্রতিনিধিত্ব কৰা কে’বা শতাধিক প্রতিনিধিয়ে কৰ্মনিৰ্ধাৰণ অধিবেশনত অংশগ্ৰহণ কৰিব। উক্ত দিনা ৰাজ্যৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হ’ব আৰু বিজেপিৰ কুশাসন-ব্যর্থতাসমূহক লৈ এখন ‘শ্বেতপত্র’ আৰু জনকল্যাণ-সুশাসনৰ বাবে প্রয়োজনীয় বিভিন্ন বিষয় সন্নিবিষ্ট কৰি এখন দাবী চনদৰো চূড়ান্ত ৰূপ দিয়া হ’ব বুলি ড: গোহাঁয়ে মন্তব্য কৰে।

ইয়াৰ উপৰি এই অভিৱর্তনত বর্তমান পৰিস্থিতিত বিশেষকৈ আগন্তুক ২০২৬ৰ বিধানসভা নির্বাচনত বিভিন্ন নাগৰিক সমাজ আৰু গণতান্ত্রিক ব্যক্তিসকলৰ ভূমিকা কি হ’ব, সেই বিষয়েও খৰচি মাৰি আলোচনা কৰা হ’ব বুলি ড: গোহাঁয়ে মন্তব্য কৰি কয়, ‘অভিৱৰ্তনৰ দ্বিতীয় দিনা অর্থাৎ ছয় জুলাইত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া মুকলি অধিবেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কে’বা শতাধিক লোকৰ লগতে বিশিষ্ট বুদ্ধিজীৱী, নাগৰিকে অংশ ল’ব। এই অভিৱৰ্তনত ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱ আৰু সমাজকর্মী বিজয় মহাজনে অংশগ্ৰহণ কৰিব। লগতে মুকলি অধিবেশনত ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্বই অংশগ্ৰহণ কৰিব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Citizens ConventionDr.Hiren GohainPressmeet
publisher

publisher

Related Posts

‘ফ্ৰী কাশ্মীৰ’ শ্লোগানক লৈ উত্তপ্ত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়, অনলাইনযোগে চলিব পাঠদান
India

October 24, 2026
মণিপুৰৰ পাঁচখন জিলাত অভিনৱ প্ৰতিবাদ
India

মণিপুৰৰ পাঁচখন জিলাত অভিনৱ প্ৰতিবাদ

October 24, 2026
প্ৰশিক্ষণৰ সময়তে মাজ আকাশত ভয়ংকৰ দুৰ্ঘটনা! সংঘৰ্ষৰ পাছত ভূপতিত দুই সামৰিক বিমান
International

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত ভূমিকা নথকাৰ দাবী নেহা বৰাৰ, তথাপি দিব লাগিব শান্তিৰক্ষাৰ মুচলেকা

মাস্কৰ বাবে ডাঙৰ বিপৰ্যয়, এদিনতে ৯০ বিলিয়ন ডলাৰৰ সম্পত্তি হ্রাস
International

মাস্কৰ বাবে ডাঙৰ বিপৰ্যয়, এদিনতে ৯০ বিলিয়ন ডলাৰৰ সম্পত্তি হ্রাস

October 24, 2026
মুম্বাইত জইশ-ই-মহম্মদৰে জড়িত থকাৰ সন্দেহত যুৱক গ্ৰেপ্তাৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d