Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Costume show for tennis tournament:উইম্বলডনত ভিৰ বলিউদৰ তাৰকাৰ: অনুষ্কা শৰ্মাৰ পৰা অবনীত কৌৰলৈ: কোনে কি সাজ পৰিধান কৰিলে?ostume show for tennis tournament:

টেনিছ টুর্ণামেন্টক সাজপাৰ প্ৰদৰ্শনী স্থলীৰূপে পছন্দ কৰিলে নেকি !

publisher by publisher
July 19, 2025
in News, Assam, Entertainment, Sports
Reading Time: 1 min read
0
Costume show for tennis tournament:উইম্বলডনত ভিৰ বলিউদৰ তাৰকাৰ: অনুষ্কা শৰ্মাৰ পৰা অবনীত কৌৰলৈ: কোনে কি সাজ পৰিধান কৰিলে?ostume show for tennis tournament:
1
SHARES
10
VIEWS
ShareShareShareShare

Costume show for wimbledon tennis tournament:

বিশ্বখ্যাত উইম্বলডন ! বিশ্বৰ আগশাৰীৰ টেনিছ তাৰকাসকলে ভিৰ কৰা এইবাৰৰ উইম্বলডনত এক অভূতপূর্ব দৃশ্য দেখা গ’ল। যোৱা ১৩ জুলাইত এইবাৰৰ উইম্বলডন অপেন টেনিছৰ অন্ত পৰে। তেতিয়ালৈ দেখা গ’ল এই অভূতপূর্ব দৃশ্য। এই অভূতপূর্ব দৃশ্য আন একো নাছিল।

ADVERTISEMENT

সেয়া আছিল এইবাৰৰ উইম্বলডনৰ প্রতিযোগিতাত ভিৰ কৰে বলিউদৰ কে’বাগ্ৰাকী অভিনেত্রীয়ে। জাকজমকীয়া সাজপাৰ পৰিধান কৰি বলিউদৰ এই অভিনেত্রীসকলে উইম্বলডনকে একপ্ৰকাৰ কান বা তেনে চলচ্চিত্র মহোৎসৱৰ ৰূপ দিয়ে। অথচ উইলম্বডন এক টেনিছ প্রতিযোগিতাহে, চলচ্চিত্র মহোৎসৱ নহয়। এইবাৰৰ উইম্বলডনত বলিউদৰ তাৰকাৰ ভিৰ দেখি একাংশই সামাজিক মাধ্যমত মন্তব্য কৰিছে যে এই অভিনেত্রীসকলেনো টেনিছৰ বিষয়ে কি জানে ! তেওঁলোকে কেতিয়াবা ঘৰত টেনিছ চাই পাইছেনে ! একাংশই আকৌ মন্তব্য কৰিছে বলিউদৰ এইসকল অভিনেত্ৰীয়ে সাজপাৰ প্ৰদৰ্শন কৰিবলৈ উইম্বলডনক বাছি ল’লে ! অৱশ্যে হলিউদৰ অভিনেতা-অভিনেত্রীসকলে প্রায়ে ষ্টেডিয়ামত উপস্থিত হৈ উইম্বলডনৰ খেল উপভোগ কৰে।

RelatedPosts

No Content Available

wi 3এইবাৰৰ উইম্বলডনত ভিৰ কৰা বলিউদৰ তাৰকাসকলৰ অন্যতম আছিল অনুষ্কা শর্মা, সোনম কাপুৰ, প্রীতি জিন্টা, প্রিয়ংকা চোপ্রা, জাহ্নবী কাপুৰ, মাছাবা গুপ্তা আৰু নীনা গুপ্তা, জেকলিন ফার্নান্ডেজ, উর্বশী ৰৌতেলা, অবনীত কৌৰ আদি। সম্প্রতি সামাজিক মাধ্যমত চর্চা হৈছে এইসকল তাৰকাই উইম্বলডনত পৰিধান কৰা সাজপাৰৰ কথাও। উইম্বলডনৰ সেউজ ঘাঁহনিত হোৱা এই ১৪ দিনীয়া টেনিছ প্রতিযোগিতা স্টেডিয়ামৰ পৰা উপভোগ কৰা বলিউদৰ তাৰকাসকলে পৰিধান কৰা সাজপাৰ আছিল:

#বিৰাট কোহলি আৰু অনুষ্কা শর্মা: এইবাৰো ক্রিকেট তাৰকা বিৰাট কোহলি আৰু অনুষ্কা শর্মাক উইম্বলডনত দেখা গ’ল। ২০১৫ তো এই তাৰকা দম্পতীয়ে উইম্বলডনৰ প্ৰতিযোগিতা উপভোগ কৰিছিল। এইবাৰ বগা ব্লেজাৰপেন্ট আৰু ৰাল্ফ লৰেনেৰ টুপী পৰিধান কৰা অৱস্থাত অনুষ্কাক দেখা গ’ল। তেওঁৰ স্বামী কোহলিয়ে পৰিধান কৰিছিল বিস্কুট ৰঙা ছ্যুট। ২০১৫ত অনুষ্কাক বগা পোছাকৰ আৰু কোহলিক নীলা ছু্যুট পৰিহিত অৱস্থাত দেখা গৈছিল।

#সোনম কাপুৰ: অভিনেত্রী সোনমক এইবাৰ উইম্বলডনত ৰাল্ফ লৰেনেৰ অফ হোৱাইট ছ্যুট পৰিধান কৰা অৱস্থাত দেখা গ’ল। এই ছ্যুটৰ স’তে মিলাই তেওঁ নীলা চোলা আৰু প্রিন্টেড নীলা স্কার্ফ মেৰিয়াই থাকে। এই পোছাকৰে তেওঁ বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

 #প্রীতি জিন্টা: উইম্বলডনত সেউজীয়া শোভাৰ মাজত প্রীতি জিন্টাক নীলা ৰঙৰ সাজপাৰ পৰিধান কৰা দেখা গ’ল। তেওঁৰ স্বামী জেন গুডএনাফে পত্নীৰ পোছাকৰ স’তে মিলাই ব্লেজাৰ আৰু চোলা পৰিন্ধান কৰে।

wi 2#প্রিয়ংকা চোপা আৰু নিক জোনাছ : প্রিয়ংকাই এক ক্লাছিক হাইনেক টপ আৰু তাৰ স’তে মিলাই বগা ফ্লেয়ার্ড স্কার্ট পৰিধান কৰে। তেওঁৰ এই পোছাকক বহুতে ৰুচিশীল আৰু স্মার্ট আখ্যা দিছে। তেওঁৰ স্বামী নিক জোনাছে পৰিন্ধান কৰে গাঢ় নীলা ৰঙৰ ব্লেজাৰৰ স’তে বগা পেন্ট।

#জাহ্নৱী কাপুৰ: শ্রীদেৱীৰ কন্যা জাহ্নবী কাপুৰে পাতল নীলা চেক থকা শ্লিভলেছ ফ্রক পিন্ধে। তেওঁৰ কঁকালত সৰু ক’লা বেল্টো দেখা গ’ল। অৱশ্যে ফেশ্বন বিশেষজ্ঞসকলৰে মতে জাহ্নবীৰ এই সাজপাৰে কোনো ফেশ্বনক তুলি নধৰিলে।

#জাভেদ আখতাৰ আৰু সপত্নীক ফাৰহান আখতাৰ : এইবাৰ উইম্বলডন উপভোগ কৰে প্ৰখ্যাত কবি-গীতিকাৰ জাভেদ আখতাৰেও। তেওঁৰ স’তে পুত্ৰ-বোৱাৰী ফাৰহান আখতাৰ আৰু শিৱানী দণ্ডকাৰেও টেনিছ মেচ উপভোগ কৰে। সম্ভৱতঃ তেওঁলোকে উইম্বলডন অপেনৰ দুখন মেচ উপভোগ কৰে। এই দুদিনত শিৱানী আৰু ফাৰহানক সুকীয়া পোছাকত দেখা গ’ল। অৱশ্যে জাভেদ আখতাৰক পৰিচিত পায়জামা আৰু পাঞ্জাবী পৰিহিত অৱস্থাতে দেখা গ’ল।

 # মাছাবা গুপ্তা আৰু নীনা গুপ্তা: তাৰকা মাতৃ-কন্যায়ো এইবাৰ উইম্বলডনৰ মেচ উপভোগ কৰে। মাছাবাক শ্বৰ্ট স্কার্ট পৰিহিত অৱস্থাত দেখা গ’ল। আনহাতে, মাতৃ নীনাই বগা শাৰী পৰিধান কৰে।

 # জেকলিন ফার্নান্ডেজ: এইবাৰ জেকলিনে কান চলচ্চিত্র মহোৎসৱতো অংশগ্ৰহণ কৰে। উইম্বলনডত তেওঁ বগা ট্রাউজাৰৰ স’তে বগা ৰেষ্টকোট পৰিধান কৰে।

 #সপত্নীক মিলিন্দ সুমন: এইবাৰ মিলিন্দ সুমন আৰু তেওঁৰ পত্নী অংকিতা কোঁৱৰেও উইম্বলডনৰ খেল উপভোগ কৰে। অংকিতাক মিডি ড্রেছত দেখা গ’ল। মিলিন্দে চাহ ৰঙী ট্ৰেক ছ্যুট পৰিধান কৰে।

 #উর্বশী ৰৌতেলা: উইম্বলডনত এক অফ হোৱাইট লেচ থকা সাজ পৰিধান কৰে উৰ্বশীয়ে। এই পোছাকৰ স’তে তেওঁ ইণ্টাৰনেটত ভাইৰেল হৈছে।

অবনীত কৌৰ: অবনীত কৌৰৰ কাম-কাজৰ স’তে বহুতৰে পৰিচিতি নাই। অৱশ্যে অবনীত সামাজিক মাধ্যমত অতি সক্রিয় থাকে। চলচ্চিত্ৰ আৰু ৱেব ছিৰিজত তেওঁক দেখা যায়। এইবাৰ অবনীতে বগা স্কার্ট আৰু বগা ফিটেড টপ পৰিধান কৰি উইম্বলডনৰ মেচ উপভোগ কৰে। তেওঁৰ ডিঙিত এখন ৰুমালো মেৰিয়াই ৰাখে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bolllywood StarsCostume showwimbledon tennis tournament
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d