Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Environment

Impacts of climate change:জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ, উত্তাপে দহিছে ইউৰোপক

স্পেইনত ৪৬ ডিগ্রী চেলছিয়াছলৈ উঠিল পাৰাস্তম্ভ, ফ্রান্স-ছুইজাৰলেণ্ডৰ অৱস্থাও জটিল

publisher by publisher
July 2, 2025
in Environment, International, News
Reading Time: 3 mins read
0
Impacts of climate change:জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ, উত্তাপে দহিছে ইউৰোপক
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Impacts of climate change:

প্রচণ্ড গৰমে জীবন যাত্রা দুর্বিষহ কৰাৰ সময়ত সম্ভৱতঃ বহুতে তুষাৰপাত হোৱা স্থানসমূহৰ কথা মনত পেলায়। উৎকট গৰমৰ দিনত বহুতে কল্পনাও কৰে ছুইজাৰলেণ্ডৰ দৰে দেশৰ মানুহ সুখী বুলি; কিন্তু আগৰ দিন নাই। গোলকীয় বতৰ পৰিৱৰ্তনৰ ফলত চৌদিশে সলনি হ’বলৈ ধৰিছে পৰিৱেশ। ঠাণ্ডা ঠাইৰূপে চিহ্নিত ইউৰোপৰ বিভিন্ন দেশতো প্রচণ্ড গৰম পৰিবলৈ ধৰিছে।

ADVERTISEMENT

আনকি স্পেইনত চলিত গ্রীষ্মকালত পাৰাস্তম্ভই ৪২ ডিগ্রী চেলছিয়াছকো স্পর্শ কৰিছে। একেই অসহনীয় পৰিৱেশ বিৰাজ কৰিছে ফ্রান্স, পর্তুগাল, ইটালী, গ্রীচ আৰু ছুইজাৰলেণ্ডতো। শুকুলা বৰফে ঢাকি থোৱা ছুইজাৰলেণ্ডৰ দৰে দেশতে উষ্ণতাৰ এই অস্বাভাৱিক বৃদ্ধিয়ে বহুতকে হতবাক কৰিছে।

আনকি এনে পৰিস্থিতিত একাংশই আশংকা কৰিবলৈ লৈছে যে অৱস্থাৰ পৰিৱৰ্তন নহ’লে আগন্তুক দুবছৰৰ ভিতৰত ইউৰোপ বসবাসৰ বাবে অযোগ্য হৈ উঠিব। উল্লেখ্য যে বহুতৰ বাবে অবিশ্বাস্য হ’লেও সত্য যে উৎকট গৰমৰ বাবে কালি উইম্বলডন প্রতিযোগিতাৰ অন্ত নৌপৰোতেই দুবাৰৰ মহিলা ছিংগলছৰ ফাইনেলিষ্ট উনছ জাবেওৰে বিদায় লয়। খেলত তেওঁ বুলগেৰিয়াৰ ভিক্টোৰিয়া টোমোভাৰ বিৰুদ্ধে ৬-৭ (৫-৭), ০-২ ব্যৱধানত পিছ পৰিছিল।

গৰমে অৱস্থা কাহিল কৰি তোলাত অৱশেষত তেওঁ প্রতিযোগিতাৰ পৰা বিদায় লয়। গতিকে ইউৰোপৰ পৰিৱেশ সম্প্ৰতি গৰমে কেনে অসহ্যকৰ কৰি তুলিছে সেয়া সহজে অনুমেয়। ইউৰোপৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বিগ্ন হৈছে ইউৰোপীয় সংঘও। মহাদেশখনৰ পৰিৱেশৰ এই অস্বাভাৱিক পৰিৱৰ্তনে কোটি কোটি লোকৰ জীৱন বিপদাপন্ন কৰিব বুলি আশংকা কৰিছে ইউৰোপীয় ইউনিয়নৰ ক’পাৰনিকাছ জলবায়ু পৰিৱৰ্তন আৰু বিশ্ব পৰিৱেশ সংস্থাই। সদায় পর্যটকক আকৰ্ষণ কৰি থকা এই দেশসমূহত গৰম কেনেদৰে পৰিছে তাৰ এক বিৱৰণ উল্লেখ কৰা হ’ল-

ছুইজাৰলেণ্ড: আল্পছ পৰ্বতৰ কোলাত অৱস্থিত ছুইজাৰলেণ্ডৰ জুৰিখ, জেনেভা আদিত উৎকট গৰমে পৰিৱেশ অসহ্যকৰ কৰিছে। যোৱা দেওবাৰে এই স্থানসমূহত সর্বোচ্চ তাপমাত্রা ৩২ৰ পৰা ৩৫ ডিগ্রী চেলছিয়াছ পর্যন্ত হয়। ইউৰোপৰ দেশ বা ছুইজাৰলেণ্ডৰ বাবে এই অৱস্থা অস্বাভাৱিক। ইয়াৰ বিপৰীতে ভাৰতৰ কেতবোৰ অঞ্চলত উক্ত দিনা সর্বোচ্চ তাপমাত্রা ৩০ ডিগ্রী চেলছিয়াছৰ ওচৰে-পাঁজৰে থাকে। আনকি নতুন দিল্লীৰ সর্বোচ্চ তাপমাত্রা ২৭ ডিগ্রী চেলছিয়াছহে আছিল। অর্থাৎ গৰমৰ দিশৰ পৰা দিল্লীৰ স’তে ছুইজাৰলেণ্ডৰ একাধিক চহৰে যেন প্রতিদ্বন্দ্বিতাহে কৰে।

স্পেইন: যোৱা শনিবাৰে দক্ষিণ-পশ্চিম স্পেইনৰ লা গ্রানাডো চহৰত সর্বোচ্চ তাপমাত্রা ৪৬ ডিগ্রী চেলছিয়াছ হয়। বিগত ছয় দশকৰ পাছত এইবাৰ স্পেইনত এনে অসহনীয় গৰম পৰিছে।

পর্তুগাল: ফুটবল তাৰকা ক্রিস্টিয়ানো ৰোণাল্ড’ৰ দেশ পর্তুগালতো গৰমে জলা-কলা দিছে। দেশখনৰ মধ্য অঞ্চলৰ আলভেডা চহৰত পাৰাস্তম্ভ ৪৫ ডিগ্রী চেলছিয়াছ পর্যন্ত হৈছে। আনকি পর্তুগালৰ ৰাজধানী চহৰ লিছবনতো তাপমাত্রা ৪২ ডিগ্রী চেলছিয়াছ পর্যন্ত হৈছে।

ফ্রান্স: এইবাৰৰ গ্ৰীষ্মকালত ফ্রান্সতো গৰম অসহনীয় হৈছে। গ্রীষ্মপ্রবাহে দেশবাসীৰ অৱস্থা কাহিল কৰিছে। সম্প্ৰতি দেশখনৰ দক্ষিণ-পশ্চিম অঞ্চলৰ চহৰসমূহৰ সৰ্বোচ্চ তাপমাত্রা ৪০ ডিগ্ৰীৰ ওচৰে-পাঁজৰে আছে। দেওবাৰে দেশখনৰ দ্বিতীয় বৃহত্তম চহৰ মাৰ্ছাইৰ তাপমাত্রা ৪১ ডিগ্রী চেলছিয়াছ হয়। এনে অৱস্থাত সাধাৰণ লোকসকলক দিনৰ সময়ছোৱাত অপ্রয়োজনীয় কামত ঘৰৰ পৰা নোলাবলৈ চৰকাৰে আহ্বান জনাইছে।

ইটালী: এইবাৰৰ গ্ৰীষ্মকালত ইটালীৰ অৱস্থাও বিপজ্জনক হৈছে। যোৱা দেওবাৰে দেশখনৰ পালেৰমোৰ চহৰত তাপমাত্রা ৩৯ ডিগ্রী চেলছিয়াছ পর্যন্ত হয়। তাপমাত্রা এনে বৃদ্ধি পোৱাত চৰকাৰে ঘৰৰ পৰাই কাম-কাজ কৰিবলৈ দেশবাসীৰ প্ৰতি আহ্বান জনাইছে।

গ্ৰীচ: এইবাৰৰ গৰমত গ্ৰীচৰ অৱস্থাও কাহিল। দেশখনৰ একাংশ অঞ্চলৰ তাপমাত্রা ৪০ ডিগ্রী চেলছিয়াছ পর্যান্ত হৈছে। গতিকে গৰমৰ দাবানলৰ পৰা ৰক্ষা পাবলৈ দেশখনৰ কেতবোৰ অঞ্চলত আংশিক বন্ধ পালনো হৈছে।

ব্রিটেইন: সম্প্রতি ব্রিটেইনৰ অৱস্থাও গৰমে কাহিল কৰিছে। অৱশ্যে ছুইজাৰলেণ্ড, ফ্রান্স আদিৰ দৰে ব্রিটেইনৰ অৱস্থা অধিক শোচনীয় নহয়। তৎসত্ত্বেও দেশখনত সর্বোচ্চ তাপমাত্রা ৩৩ ডিগ্রী চেলছিয়াছ পর্যন্ত হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Eurupean CountriesImpacts of climate changeIntense heat
publisher

publisher

Related Posts

পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

October 12, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d