Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    SUMP প্ৰকল্পক লৈ চাৰি নৱেম্বৰৰ পৰা গেকুৰ পৰা ইটানগৰলৈ আদি গালো ৱেলফেয়াৰ ছ’চাইটিৰ শান্তিপূৰ্ণ পদযাত্ৰা

    প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দখল কৰি ৰাখিব নোৱাৰি, পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

    ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

    ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

    আদিমানৱে আফ্রিকাৰ বাহিৰত বিয়পি পৰাৰ নতুন তথ্যৰ সন্ধান

    ৪৮ বছৰ বয়সত বিয়া, ৫০তে চাৰি সন্তানৰ মাতৃ

    চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

    চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

IPL 2022 : বিৰাট কোহলিৰ পৰিৱৰ্তে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অধিনায়ক কোন ?

publisher by publisher
November 8, 2021
in India, News, Sports
Reading Time: 1 min read
0
IPL 2022 : বিৰাট কোহলিৰ পৰিৱৰ্তে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অধিনায়ক কোন ?
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

karnataka Govt:কোহলিৰ ভিডিঅ’ৰ বাবেই পদপিষ্টৰ ঘটনা ! যুক্তি দিলে কর্ণাটক চৰকাৰে

Virat Kohli Retires From Test Cricket: ভাৰতীয় ক্ৰিকেটৰ বাবে এক দুঃখবৰ ৷

Delhi Cricket Match:দিল্লীত অনুষ্ঠিত হোৱা ৰঞ্জী খেল চাবলৈ ষ্টেডিয়ামৰ বাহিৰত ভিৰ অনুৰাগীৰ !

ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ (Royal Challengers Bangalore) অধিনায়ক বিৰাট কোহলিৰ (Virat Kohli) ম্যাদ শেষ । এতিয়া প্রশ্ন উত্থাপন হৈছে, তেওঁৰ পৰিৱর্তে অধিনায়ক কোন হ’ব ? আৰচিবি-ৰ নতুন অধিনায়ক হিচাপে উত্থাপিত হৈছে কেএল ৰাহুল (KL Rahul) আৰু শ্রেয়ছ আইয়াৰৰ (Shreyas Iyer) নাম । দুয়োজন বেটাৰে পঞ্জাৱ কিংছ (Punjab Kings) আৰু দিল্লী কেপিটেলছত (Delhi Capitals) পাৰফর্ম কৰিলেও, টিম মেনেজমেন্টৰ স’তে একাধিক ইছ্যুত সহমত নহয় । এই দুজনৰ ভিতৰতে কোনো এজনে আৰচিবি-ৰ দায়িত্ব গ্ৰহণ কৰিব পাৰে ।

ADVERTISEMENT

আৰচিবি-ৰ জার্ছিত কোহলিয়ে বহু ইনিংছ খেলিছে । কিন্তু দলগত সাফল্য অহা নাই । বিগত ১৩ বছৰত দলে তিনিবাৰ ৰানার্ছ হ’লেও, আইপিএল (IPL) ট্রফি হাতত ল’ব পৰা নাই । এইবাৰ দ্বিতীয় পৰ্যায়ত তেওঁক শেষবাৰ অধিনায়কত্ব কৰা দেখা গৈছিল । ২০২২ৰ আইপিএল-ৰ (IPL 2022) পূৰ্বে জানুৱাৰীত নিলাম আয়োজিত হোৱাৰ সম্ভাৱনা । ইয়াৰ আগতে ২৫ ডিচেম্বৰৰ ভিতৰত পুৰণি আঠটা ফেঞ্চাইজিক ক্রিকেটাৰসকলক ধৰি ৰখাৰ তালিকা জমা দিব লাগিব ।

আগন্তুক সময়ত আৰচিবি-ৰ অধিনায়ক হিচাপে ডেভিড ৱার্নাৰ, জছ বাটলাৰৰ নাম উত্থাপন হ’লেও শোনিবলৈ পোৱা গৈছে কেএল ৰাহুল আৰু শ্রেয়ছ আইয়াৰে নেতৃত্ব দিয়াৰ প্রবল দাবীদাৰ । বিগত দুটা ছিজনত ৰাহুলে প্রচুৰ ৰান কৰিছে । ২০২০ত ১৪টা মেচত সর্বোচ্চ ৬৭০ ৰান কৰাৰ পাছত ২০২১ত ১৩ মেচত ৬২৬ ৰান কৰিছে । তৎস্বত্বেও দলে সাফল্যৰ মুখ দেখা নাই । সেয়ে তেওঁ পুনৰ পুৰণি দলত উভতিব পাৰে ।

আনহাতে, শ্রেয়ছৰ অধিনায়কত্বত ২০২০ত দিল্লী নক-আউট হ’লেও, এইবাৰৰ ছিজন আৰম্ভ হোৱাৰ আগতেই কান্ধৰ আঘাতৰ বাবে আইপিএল খেলা নাছিল । দ্বিতীয় পৰ্যায়ত দলত উভতিব আহে যদিও অধিনায়কত্ব নিদিয়ে টিম মেনেজমেন্টে । বৰঞ্চ, ঋষভ পন্থৰ ওপৰত ভৰসা কৰে ফেঞ্চাইজিয়ে । সেয়ে এই মুম্বাইকৰে দিল্লী ত্যাগ কৰি আৰচিবি-ত নতুন ইনিংছ আৰম্ভ কৰিব পাৰে । এতিয়া আইপিএল-ত কাৰ ভাগ্য উদয় হয় সেয়াই হ’ব লক্ষ্যণীয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: IPL 2022KL RahulRoyal Challengers BangaloreShreyas IyerVirat Kohli
publisher

publisher

Related Posts

SUMP প্ৰকল্পক লৈ চাৰি নৱেম্বৰৰ পৰা গেকুৰ পৰা ইটানগৰলৈ আদি গালো ৱেলফেয়াৰ ছ’চাইটিৰ শান্তিপূৰ্ণ পদযাত্ৰা
India

November 3, 2026
প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দখল কৰি ৰাখিব নোৱাৰি, পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ
India

প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, সেই বুলি প্ৰতিবাদৰ নামত কোনো স্থান দখল কৰি ৰাখিব নোৱাৰি, পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

November 3, 2026
ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!
News

ধূমকেতুৰ পৰাই পৃথিৱীত প্ৰাণৰ সৃষ্টি!

November 3, 2026
আদিমানৱে আফ্রিকাৰ বাহিৰত বিয়পি পৰাৰ নতুন তথ্যৰ সন্ধান
International

আদিমানৱে আফ্রিকাৰ বাহিৰত বিয়পি পৰাৰ নতুন তথ্যৰ সন্ধান

November 3, 2026
৪৮ বছৰ বয়সত বিয়া, ৫০তে চাৰি সন্তানৰ মাতৃ
International

৪৮ বছৰ বয়সত বিয়া, ৫০তে চাৰি সন্তানৰ মাতৃ

November 3, 2026
চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়
Assam

চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

November 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d