Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Horoscope

দিনটোৰ ৰাশিফল

publisher by publisher
August 11, 2025
in Horoscope
Reading Time: 1 min read
0
দিনটোৰ ৰাশিফল
0
SHARES
3
VIEWS
ShareShareShareShare

Horoscope:✒️মেষ: কর্মক্ষেত্রত নতুন আশা থাকিব যদিও সৰু-সুৰা বাধাৰ সন্মুখীন হোৱাৰ কাৰকতা। বিদ্যাত মধ্যম ফল। দাম্পত্যত মধ্যম। শৰীৰৰ ওপৰত নজৰ ৰাখক। শুভ ৰং ৰঙা।

ADVERTISEMENT

বৃষ: আর্থিক ক্ষেত্রত সামান্য হ’লেও কষ্ট আছে। জ্ঞাতি-কুটুম্বৰ পৰা মধ্যম সঁহাৰি। উপযুক্তসকল পুৰস্কৃত হ’ব। বন্ধুৰ আন্তৰিকতা। প্রেমত বদনাম। শুভ ৰং ক’লা।

RelatedPosts

দিনটোৰ ৰাশিফল

দিনটোৰ ৰাশিফল

মিথুন: অনুকূল পৰিৱেশ। শৰীৰ মোটামুটি ভাল বুলি ক’ব পাৰি। আপোন ব্যক্তিৰ পৰা সুখ। কর্মব্যস্ততা থাকিব। ভ্রমণ, সন্মান আদিৰ যোগ। শুভ ৰং হালধীয়া।

কর্কট: গুৰুজনৰ সহায়ত ব্যৱসায়ত লাভৰ কাৰকতা। পাৰিবাৰিক মতভেদৰ সম্ভাৱনা আছে। বিদ্যাত অৱশ্যে সিমান বেয়া দেখা নাযায়। নিবনুৱাসকল চেষ্টাত সফল হ’ব পাৰে। শুভ ৰং সেউজীয়া।

সিংহ: উন্নত পৰিৱেশৰ আশা। পাৰিবাৰিক সু-সংবাদ পোৱাৰ কাৰক। আর্থিক দিশত কিছু ভালেই। পঢ়া-শুনাত যোগ্যতা থাকিব। কোনো লোকৰ সান্নিধ্যত সুখ পাব। শুভ ৰং নীলা।

কন্যা: মজলীয়াভাৱে দিনটোৱে সহায় কৰিব। কর্মস্থানত অনুকূল পৰিস্থিতিৰ আশা কৰিব পাৰে। আত্মবিশ্বাসক নিজ কৰ্মত ব্যৱহাৰ কৰক। বিদ্যাত শুভ। শুভ ৰং মেৰুণ।

তুলা: আৰ্থিকত খৰচৰ মাত্রা বৃদ্ধি পাব। দুৰ্ভাৱনা দিনটোই আমনি কৰিব। ব্যৱসায়ত গুপ্ত শত্ৰুৰ পৰা সাৱধান। ভ্ৰমণৰ চেষ্টাত লাভৱান হ’ব। ঘৰুৱাত নতুন পৰিকল্পনা। শুভ ৰং সোণালী

বৃশ্চিক: আনন্দ লাভ। সু-সংযোগত মনত উৎসাহ থাকিব। আর্থিক দিশত সিমান উন্নত নহ’লেও অসুবিধাতো নপৰিব। কৰ্মক্ষেত্ৰত উন্নত পৰিৱেশ। ব্যৱসায়ত শুভ। শুভ ৰং কমলা।

ধনু: ঘৰুৱা দিশত বেয়া নহ’ব। দুই-এটা চেষ্টাত সফল। কর্মক্ষেত্রত জটিলতা থাকিলেও আপোনাৰ সুনাম হানি নহ’ব। কোনো লোকৰ সাক্ষাতত উপকৃত হ’ব। শুভ ৰং বেঙুনীয়া।

মকৰ : খৰচ-পাতি ৰোধ কৰাৰ চেষ্টা কৰক। ফুৰা-মেলাতো সাৱধান হওক। কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব। আকস্মিক কাৰণত মনলৈ কষ্ট অহাৰ সম্ভাৱনা। শুভ ৰং ৰঙা।

কুম্ভ: সাৱধানেৰে চলক। শৰীৰ বৰ শুভ বুলিব নোৱাৰি। কর্মক্ষমসকলে নিজ কর্মত আত্মনিয়োগ কৰক। বাদ-বিসম্বাদৰ পৰা আঁতৰি থাকক। শুভ ৰং নীলা।

মীন: ৰাজহুৱা কামত খ্যাতি ম্লান নহয়। শৰীৰ মধ্যম। বন্ধুবৰ্গৰ লগত সু-সম্বন্ধ থাকিব। বিদ্যাত ভালেই। ব্যৱসায়ীসকল বাধাৰ সন্মুখীন হ’ব পাৰে। ভ্ৰমণত সুখ। শুভ ৰং মেৰুণ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: daily Horoscope
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

May 5, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

May 4, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

May 2, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

May 1, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

April 30, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope:দিনটোৰ ৰাশিফল

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d