Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

    ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

এনআৰচিৰ পুনৰীক্ষণৰ আবেদন গ্রহণ কৰি চৰকাৰ-সমন্বয়কলৈ জাননী

publisher by publisher
August 23, 2025
in News, Assam
Reading Time: 1 min read
0
এনআৰচিৰ পুনৰীক্ষণৰ আবেদন গ্রহণ কৰি চৰকাৰ-সমন্বয়কলৈ জাননী
1
SHARES
10
VIEWS
ShareShareShareShare

NRC:✒️অৱশেষত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) পুনৰীক্ষণৰ আবেদন গ্রহণ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে। সর্বোচ্চ ন্যায়ালয়ৰ তত্ত্বাৱধানত চলা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই দাখিল কৰা আবেদন গ্রহণ কৰি দেশৰ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে কালি ভাৰত চৰকাৰ, অসম চৰকাৰ, দেশৰ মহাপঞ্জীয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমন্বয়কলৈ জাননী জাৰি কৰে।

ADVERTISEMENT

উল্লেখ্য যে আবেদনকাৰীৰ হৈ যুক্তি দর্শোৱা জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীয়ে এই সন্দৰ্ভত কয় যে প্রাক্তন সমন্বয়ক প্রতীক হাজেলাৰ পাছতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সমন্বয়কৰূপে আবেদনকাৰী দেৱ শৰ্মাই কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

RelatedPosts

TMC Pressmeet: এন আৰ চি আৰু অনুপ্ৰৱেশকাৰী এতিয়া মাত্র বিজেপিৰ ৰাজনৈতিক ভাষণ আৰু লাভালাভৰ আহিলা :দুলু আহমেদ

NRC : কেন্দ্ৰৰ কৌশলী স্থিতিত বহুচৰ্চিত এন‌আৰচিক লৈ অব্যাহত বিভ্ৰান্তি

NRC: অৱশেষত এনআৰচিক মান্যতা কেন্দ্ৰৰ

তেতিয়া তেওঁৰ চকুত বহু বিসংগতি ধৰা পৰিছিল। নাগৰিকত্ব সংশোধনী আইনৰ ধাৰা ছয় (এ)ৰ গোচৰৰ শুনানি সংবিধানপীঠত চলি থকাৰ সময়তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন পুনৰীক্ষণ কৰিব লাগে বুলি এক আবেদন দাখিল কৰা হৈছিল।

জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইনৰ বৈধতাৰ ওপৰত আলোচনা হ’ল, কিন্তু এই বিষয়বোৰ থাকি গ’ল। নাগৰিকপঞ্জী পুনৰীক্ষণৰ আহ্বান জনাই দাখিল কৰা আবেদন সেই সময়ত উচ্চতম ন্যায়ালয়ে বিবেচনাই নকৰিলে।

শেহতীয়াকৈ প্রাক্তন সমন্বয়ক দেৱ শৰ্মাই নতুনকৈ আবেদন দাখিল কৰে আৰু আজি ন্যায়াধীশ পি এছ নৰসিংহ আৰু এ এছ ছন্দুকাৰৰ খণ্ডপীঠে এই আবেদন গ্রহণ কৰি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগতে দেশৰ মহাপঞ্জীয়ক, এনআৰচিৰ সমন্বয়কলৈ জাননী জাৰি কৰিছে বুলি জ্যেষ্ঠ অধিবক্তাজনে সদৰী কৰে। লগতে তেওঁ এয়া খিলঞ্জীয়া মানুহৰ কাৰণে ভাল খবৰ বুলি উল্লেখ কৰি কয়, ‘যদি এনআৰচিখন পুনৰীক্ষণ হয়, আমি আশাবাদী যে কমেও ২০-৩০ লাখ মানুহৰ নাম ওলাব।’

প্রসংগত জ্যেষ্ঠ অধিবক্তা চৌধুৰীয়ে কয়, ‘২০১৮ৰ ২৭মার্চত উচ্চতম ন্যায়ালয়ে এটা নির্দেশনা দিছিল যে যিসমূহ নথিৰ পৰীক্ষা কৰিব পৰা নাই (বেক এণ্ড ভেৰিফিকেচন), সেইসমূহ ডিএমআইটি (নিৰীক্ষণৰ এটা প্ৰক্ৰিয়া)ত এই পৰীক্ষা কৰিব লাগে। পানকাৰ্ডকে ধৰি এনেকুৱা বহু নথি আছিল। ইতিমধ্যে বিত্ত মন্ত্রণালয়ে স্পষ্ট কৰিছিল যে এইখিনি নথি বৈধ আৰু এইখিনি অবৈধ। হাজেলাই অবৈধ বুলি কোৱা পানকার্ডসমূহ ডিএমআইটি কৰি অন্তৰ্ভুক্ত কৰি দিছিল। এই শিতানতে অতি কমেও ১৬ লাখ আছে। এনেবোৰ কাৰণতে গোচৰটো দাখিল কৰা হৈছে।’

তেওঁ কয় যে এই গোটেই প্রক্রিয়াটো উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানতে চলি আছিল আৰু তাৰ পাছতো আজি জাননী জাৰি কৰা বিষয়টো যথেষ্ট তাৎপর্যপূর্ণ। আবেদনকাৰী পক্ষৰ হৈ অধিবক্তা চৌধুৰীৰ উপৰি মনীষ গোস্বামী, ৰংগন চৌধুৰীয়ে যুক্তি দর্শায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: NRC
publisher

publisher

Related Posts

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
News

April 28, 2026
DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
News

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

April 28, 2026
যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান
News

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’
India

কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

April 28, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

April 28, 2026
ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল
News

ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d