Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

NRC: অৱশেষত এনআৰচিক মান্যতা কেন্দ্ৰৰ

publisher by publisher
November 10, 2022
in India, News
Reading Time: 1 min read
0
NRC: অৱশেষত এনআৰচিক মান্যতা কেন্দ্ৰৰ
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

NRC :

নাগৰিকত্ব সংশোধনী আইন (২০১৯)ক লৈ বিতর্ক অব্যাহত থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশজুৰি আৰম্ভ কৰিলে বিদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্ব প্রদান প্রক্রিয়া। কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ে ইতিমধ্যে দেশৰ নখন ৰাজ্যৰ গৃহ সচিব আৰু ২৯খন জিলাৰ উপায়ুক্তসকললৈ নাগৰিকত্ব প্ৰদানৰ কৰ্তৃত্ব প্রদান কৰিছে।

ADVERTISEMENT

গৃহ মন্ত্রণালয়ে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পাছতে বিগত ২০১৯ৰ পহিলা এপ্ৰিলৰ পৰা ৩১ ডিচেম্বৰলৈকে সমগ্ৰ দেশতে মুঠতে ১৪১৪জন বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে। যোৱা সাত নৱেম্বৰত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰকাশ কৰা কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ৰ বার্ষিক প্রতিবেদন ২০২১-২২ত প্ৰকাশ পাইছে নাগৰিকত্ব প্রদানক লৈ কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰা এই কৌশলী স্থিতি।

লক্ষ্যণীয় যে ১৯৫৫ৰ নাগৰিকত্ব আইনৰ পাঁচ আৰু ছয় অনুচ্ছেদৰ অধীনত দেশজুৰি নাগৰিকত্ব প্রদান প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে সংশোধিত নাগৰিকত্ব আইনৰ দৰে মুছলমানক বাদ দি পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা হিন্দু, শিখ, জৈন, বুদ্ধ, খ্ৰীষ্টান আৰু পাৰ্চি ধৰ্মাৱলম্বী লোকক নাগৰিকত্ব প্রদান কৰিবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় গৃহ
মন্ত্রণালয়ৰ বাৰ্ষিক প্রতিবেদনত প্ৰকাশ পোৱা এই তথ্যই দেশজুৰি চৰ্চা লাভ কৰিছে।

লক্ষ্যণীয় যে কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ এই প্রতিবেদনত কেন্দ্ৰীয় চৰকাৰে অসমত প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)খনক মান্যতা প্ৰদান কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজহুৱা কৰা এই প্রতিবেদনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণত সম্পূৰ্ণ কৰা এনআৰচিখন যোৱা ২০১৯ৰ ৩১ আগষ্টত প্ৰকাশ পাইছিল।

এনআৰচিত ৩,১১,২১,০০৪জন লোকৰ নাম অন্তর্ভুক্ত হোৱাৰ বিপৰীতে ১৯,০৬,৬৫৭জন বাদ পৰিছে। গৃহ মন্ত্রণালয়ৰ প্রতিবেদনত এনআৰচিৰ প্ৰসংগত উল্লেখ কৰা তথ্যত এই দলিলখন গ্রহণযোগ্য নহয় বা চূড়ান্ত নহয় বুলি কোনো ধৰণৰ
স্থিতি স্পষ্ট কৰা নাই। স্বাভাৱিকতে কেন্দ্ৰৰ এনে স্থিতিয়ে বৰ্তমানৰ এনআৰচিখনকে মান্যতা প্ৰদানৰ ইংগিত পৰিস্ফুট কৰিছে। উল্লেখ্য যে প্রস্তুত কৰা এনআৰচিখনত বহুতো বিদেশীৰ নাম থকা বুলি অভিযোগ কৰি অসম চৰকাৰে এই এনআৰচিখন কোনোপধ্যে গ্রহণযোগ্য নহয় বুলি বাৰম্বাৰ ঘোষণা কৰি অহাৰ পাছতো কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখনক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পৰা আঁতৰি যাব বিচৰাৰ প্ৰতিচ্ছবি স্পষ্ট হয়।

গৃহ মন্ত্রণালয়ৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে অসমত প্ৰস্তুত কৰা এনআৰচিৰ সূত্ৰে অসমক বাদ দি কেন্দ্ৰীয় চৰকাৰে দেশৰ আন সকলো ৰাজ্যৰ বাবে ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন (এনপিআৰ) প্ৰস্তুত কৰা হ’ব। ২০১০লৈ ভাৰতত বসবাস কৰি থকা সকলো লোকৰে বিস্তৃত তথ্য সংগ্ৰহ কৰি নাগৰিকত্ব বিধি ২০০৩ৰ অধীনত আৰু নাগৰিকত্ব আইন ১৯৫৫ৰ আধাৰত প্ৰস্তুত কৰা হ’ব এনপিআৰ।

গৃহ মন্ত্রণালয়ে প্ৰকাশ কৰা তথ্য মতে, ব্যক্তি এজনৰ নাম, লিংগ, জন্মস্থান আৰু তাৰিখ, বসবাস কৰা স্থান,পিতৃ-মাতৃৰ নাম, আধাৰ, ম’বাইল নম্বৰ আৰু ৰেছন কাৰ্ডৰ নম্বৰ সংগ্ৰহ কৰি এনপিআৰ প্ৰস্তুত কৰা হ’ব। পূর্বে কেন্দ্ৰীয় চৰকাৰে এখন এনপিআৰ প্ৰস্তুত কৰাৰ সূত্ৰে পূৰ্বৰ এনপিআৰখনকে উন্নীতকৰণ কৰা হ’ব বুলি ঘোষণা কৰি গৃহ মন্ত্রণালয়ে এই কথাও উল্লেখ কৰিছে যে এনপিআৰ প্ৰস্তুতৰ বাবে ভাৰত চৰকাৰে ইতিমধ্যে ৩৯৪১.৩৫ কোটি টকা মঞ্জুৰ কৰিছে।

উল্লেখ্য যে গৃহ মন্ত্রণালয়ৰ এই নিৰ্দেশনাৰ পাছতে ভাৰতৰ মহাপঞ্জীয়কে আজি এনপিআৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰিছে। ভাৰতৰ মহাপঞ্জীয়কে এনপিআৰ প্ৰস্তুতিৰ প্ৰাৰম্ভিক প্রস্তুতি হিচাপে আজি কম্পিউটাৰ ব্যৱস্থাপনা সম্পর্কীয় কাম-কাজ আৰু নিৰীক্ষণ, ৱেব প’ৰ্টেল, ম’বাইল এপ্লিকেচন তথা আনুষংগিক তথ্য প্রযুক্তিৰ যিসমূহ ক্ষেত্র এনপিআৰ প্ৰস্তুতিত ব্যৱহাৰ হ’ব সেই সকলোবোৰ তথ্য প্রযুক্তি আইনৰ ৭০ ধাৰাৰ অধীনত স্পর্শকাতৰ আৰু জটিল তথ্যৰ আন্তঃগাঁথনিৰূপে ঘোষণা কৰিছে।

এনপিআৰ প্ৰস্তুতিৰ অগ্ৰগতিৰ কোনো তথ্য কোনো পক্ষই এনেবোৰ ডিভাইচৰ পৰা সংগ্ৰহ কৰি ৰাজহুৱা কৰিলে তেনে পক্ষক তথ্যপ্রযুক্তি আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি ১০ বছৰ পৰ্যন্ত সশ্রম কাৰাদণ্ড বিহা হ’ব বুলি স্পষ্ট কৰি দিছে। যি সময়ত অসমবাসীয়ে এখন শুদ্ধ আৰু বিদেশীমুক্ত এনআৰচিৰ আশাত অপেক্ষা কৰি আছে সেই সময়তে কেন্দ্ৰীয় চৰকাৰে অসমত প্ৰস্তুত কৰা এনআৰচিখনৰ ওপৰত কোনো কাৰ্যপন্থা গ্ৰহণৰ পৰিৱৰ্তে অসমক বাদ দি দেশৰ আন সকলো ৰাজ্যতে জনসংখ্যাপঞ্জী প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰা তৎপৰতাই অসমক পুনৰ বিদেশীৰ চৰণীয়া পথাৰ কৰি ৰখাৰ ইংগিত পৰিস্ফুট হৈছে বুলি চৰ্চিত হৈছে।

২০২৪ৰ মাৰ্চতহে সম্পূৰ্ণ হ’ব ভাৰত-বাংলাদেশ সীমান্ত ছীলৰ কাম

চুবুৰীয়া ৰাষ্ট্র বাংলাদেশৰ পৰা অসমলৈ ধাৰাবাহিকভাৱে অব্যাহত থকা অনুপ্ৰৱেশ ৰোধৰ বাবে ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰিবলৈ বিগত বহু দশক ধৰি অব্যাহত থকা দাবীৰ সময়তে কেন্দ্রীয় গৃহ মন্ত্রণালয়ে বার্ষিক প্রতিবেদনত প্ৰকাশ কৰিছে যে সীমান্তত অব্যাহত থকা কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণকে ধৰি নদী পথৰ নিৰাপত্তা সম্পৰ্কীয় সকলো কাম-কাজ অহা ২০২৪ৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ’ব।

অৰ্থাৎ অসমকে ধৰি চুবুৰীয়া পশ্চিমবংগ, মেঘালয় আদি ৰাজ্য সংলগ্ন ভাৰত-বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে ছীল হ’বলৈ আৰু প্ৰায় ডেৰ বছৰ অপেক্ষা কৰিব লাগিব উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে। গৃহ মন্ত্রণালয়ৰ বাৰ্ষিক প্রতিবেদনখনত এই কথাও উল্লেখ কৰা হৈছে যে বাংলাদেশৰ পৰা ধাৰাবাহিকভাৱে অব্যাহত থকা অনুপ্ৰৱেশ ভাৰতৰ বাবে বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে।

অনুপ্ৰৱেশ ৰোধকে ধৰি সীমান্তৰ সিপাৰৰ পৰা অব্যাহত থকা আন সকলো অসামাজিক কাম-কাজ প্ৰতিৰোধৰ বাবে ভাৰত চৰকাৰে দুটা পৰ্যায়ত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণ আৰু ফ্লাডলাইট সংস্থাপনৰ ব্যৱস্থা কৰিছে।

উল্লেখ্য যে ভাৰতৰ স’তে সংলগ্ন বাংলাদেশৰ মুঠতে ৪০৯৬.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ ভিতৰত ৩১৪৫ কিলোমিটাৰ ফেন্সিং নিৰ্মাণ কৰাৰ বিপৰীতে বাকী ৯৫১.৭০ কিলোমিটাৰ সীমান্ত অন্য উপায়ে সুৰক্ষিত কৰা হ’ব। সীমান্ত সুৰক্ষা বাহিনীয়ে সোঁশৰীৰে এইখিনি দৈৰ্ঘ্যৰ সীমান্তক ৰক্ষণা-বেক্ষণ দিয়াটো সম্ভৱ নহয়, কিয়নো নদী পথ তথা জলাশয় জাতীয় প্রাকৃতিক উপাদানে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে এই অংশত।

সেয়েহে ভাৰত চৰকাৰে বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে এই সীমান্ত অঞ্চল সুৰক্ষিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি গৃহ মন্ত্রণালয়ে প্রতিবেদনত প্ৰকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamindiaNRC
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d