Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বানপীড়িত পঞ্জাৱক ‘দুৰ্যোগ ৰাজ্য’ ঘোষণা, মৃত্যুৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি, উদ্ধাৰ অভিযানত তিনিটা বাহিনী

publisher by publisher
September 3, 2025
in News, India
Reading Time: 1 min read
0
বানপীড়িত পঞ্জাৱক ‘দুৰ্যোগ ৰাজ্য’ ঘোষণা, মৃত্যুৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি, উদ্ধাৰ অভিযানত তিনিটা বাহিনী
1
SHARES
7
VIEWS
ShareShareShareShare

Punjub:বিগত ৩৭ বছৰত ইমান ভয়াৱহ বানপানী দেখা পোৱা নাই পঞ্জাৱত। ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ বাবে পঞ্জাৱৰ বৃহৎ অঞ্চল পানীত ডুব গৈছে। হুৰা হুৰে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা ।

ADVERTISEMENT

গুৰুত্বৰ এই পৰিস্থিতিত পঞ্জাৱক ‘দুৰ্যোগ ৰাজ্য’ হিচাপে ঘোষণা কৰিছে আপ চৰকাৰে ।পৰিস্থিতি ইমানেই বেয়া যে উদ্ধাৰ অভিযানত সেনা, নৌসেনা আৰু বায়ুসেনাও নামিছে । ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ২৩টা দলে ৰাজ্যত উদ্ধাৰ অভিযান চলাইছে।

RelatedPosts

তীব্র গতিত খহিবলৈ ধৰিছে ব্ৰহ্মপুত্ৰসহ বিশ্বৰ ৪০ নৈৰ অৱবাহিকা

এহেজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ মেঘৰ চাদৰে ঢাকিছে ভাৰতসহ তিনি দেশক

আকাশৰ পৰা নামিল ক’লা বৰষুণ!

চৰকাৰী প্রতিবেদন অনুসৰি পঞ্জাৱৰ ২৩খন জিলাৰ আটাইকেইখনেই বানত ক্ষতিগ্ৰস্ত হৈছে। ৩০ জন লোকৰ মৃত্যুৰ উপৰি ৩.৪৫ লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে।

প্ৰায় ১৪০০ খন গাঁও পানীৰ তলত। ২০ হেজাৰ লোকক উদ্ধাৰ কৰাৰ উপৰিও পাঁচ হেজাৰ লোকক সাহায্য শিবিৰলৈ প্ৰেৰণ কৰা হৈছে।

চৰকাৰী প্ৰতিবেদন অনুসৰি পাঠানকোটত বানপানীৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।পাঠানকোটত ছজন লোকৰ মৃত্যু হোৱাৰ উপৰিও তিনিজন নিৰুদ্দেশ হৈছে। লুধিয়ানাত চাৰিজনৰ মৃত্যু।

এই পৰিস্থিতিৰ মাজতে পঞ্জাৱৰ বৃহৎ অঞ্চলত ধাৰাবাহিকভাৱে বৰষুণ অব্যাহত আছে।ক্ষয়-ক্ষতিৰ ক্ষেত্ৰত গুৰদাসপুৰ জিলাই শীৰ্ষস্থান দখল কৰিছে, এই পৰ্যন্তত ইয়াত ৩২৪খন গাঁও ডুব গৈছে, তাৰ পাছতে আছে অমৃতসৰ (১৩৫খন গাঁও) আৰু হোছিয়াৰপুৰ (১১৯খন গাঁও)।

আন আক্ৰান্ত জিলাসমূহৰ ভিতৰত বৰ্ণালা, বাথিণ্ডা, ফিৰোজপুৰ, পাটিয়ালা, এছ এ এছ নগৰ, সংগ্ৰুৰ, তৰ্ণ তৰণ আৰু ফাজিলকা। বানত ১.৪৮ লাখ হেক্টৰৰো অধিক শস্য ধ্বংস হোৱাৰ লগতে প্ৰায় ৩.৭৫ লাখ হেক্টৰ কৃষিভূমি ডুব গৈছে।

এই পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ মাননে কেন্দ্ৰলৈ পত্ৰ লিখি ৬০ হেজাৰ কোটি টকাৰ সাহায্য বিচাৰিছে। পৰ্যাপ্ত সংখ্যক এনডিআৰএফ বাহিনী আৰু সেনা শিবিৰ মোতায়েন কৰি সাহায্য আৰু উদ্ধাৰ অভিযানত কোনো ধৰণৰ ত্ৰুটি নাথাকিব বুলি গৃহমন্ত্ৰী অমিত শ্বাহে মানক আশ্বাস দিছে।

সেই অনুসৰি উদ্ধাৰ অভিযানৰ বাবে সেনা, নৌসেনা আৰু বায়ুসেনাৰ ১২টা দল নিয়োগ কৰা হৈছে, আৰু আঠটা দল ষ্টেণ্ডবাইত আছে।

উদ্ধাৰ অভিযানৰ বাবে প্ৰায় ৩০-৩৫খন হেলিকপ্টাৰ, ১১৪খন নাও আৰু এখন ৰাজ্যিক হেলিকপ্টাৰো নিয়োগ কৰা হৈছে। বিএছএফ আৰু এছডিআৰএফকো মোতায়েন কৰা হৈছে।

ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ বাবে হিমাচল প্ৰদেশৰ অৱস্থা ভয়াৱহ। আকস্মিক বানপানী আৰু ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।

ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবেই মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৱে হিমাচলক ‘দুৰ্যোগ আক্ৰান্ত ৰাজ্য’ হিচাপে ঘোষণা কৰিছে।

বাৰিষা আৰম্ভ হোৱাৰ পৰা অৰ্থাৎ ২০ জুনৰ পৰা হিমাচলত ৩২০ জন লোকৰ মৃত্যু হৈছে। হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, উত্তৰাখণ্ডৰ বান পৰিস্থিতি ভয়াৱহ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: FloodsHeavy RainPUNJUBRain
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d