Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    বিয়া ভিডিঅ’ কৰাই হ’ল কাল 

    বিয়া ভিডিঅ’ কৰাই হ’ল কাল 

    একাকীত্বও হ’ব পাৰে হৃদৰোগৰ কাৰণ!

    একাকীত্বও হ’ব পাৰে হৃদৰোগৰ কাৰণ!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

তীব্র গতিত খহিবলৈ ধৰিছে ব্ৰহ্মপুত্ৰসহ বিশ্বৰ ৪০ নৈৰ অৱবাহিকা

publisher by publisher
April 23, 2026
in News, Assam
Reading Time: 1 min read
0
তীব্র গতিত খহিবলৈ ধৰিছে ব্ৰহ্মপুত্ৰসহ বিশ্বৰ ৪০ নৈৰ অৱবাহিকা
1
SHARES
5
VIEWS
ShareShareShareShare

ব্ৰহ্মপুত্রসহ বিশ্বৰ ৪০খন নৈৰ অৱবাহিকা অঞ্চলৰ কোটি কোটি লোকৰ জীৱনলৈ গভীৰ আশংকাৰ সৃষ্টি হৈছে। গোলকীয় সাগৰপৃষ্ঠৰ উত্থানতকৈ অধিক দ্রুত হাৰত ডুব যাবলৈ ধৰিছে নৈসমূহৰ অৱবাহিকাসমূহ।

ADVERTISEMENT

কাজেই অঞ্চলসমূহৰ ২৩ কোটিৰো অধিক জীৱন-সম্পত্তিলৈ অশনি সংকেতৰ সৃষ্টি হৈছে। নৈপৰীয়া এই অঞ্চলসমূহত এই জটিল অৱস্থাৰ সৃষ্টিৰ কাৰণ হৈছে বহু গভীৰতালৈ খননৰ জৰিয়তে ব্যাপক হাৰত ভূগর্ভস্থ জল আহৰণ, নৈসমূহৰ পলস কঢ়িয়াই নিয়াৰ পৰিমাণ হাস আৰু দ্রুত নগৰ উন্নয়ন।

RelatedPosts

বানপীড়িত পঞ্জাৱক ‘দুৰ্যোগ ৰাজ্য’ ঘোষণা, মৃত্যুৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি, উদ্ধাৰ অভিযানত তিনিটা বাহিনী

চীনৰ পৰা উভতি অহাৰ পাছত বানাক্ৰান্ত পঞ্জাৱৰ মুখ্যমন্ত্ৰীক ফোন কৰিলে মোদীয়ে!

৮৫০ জনতকৈ অধিক লোকৰ মৃত্যু, ২০ লাখ গৃহহীন! বিধ্বংসী বানত কাৰ্যতঃ ‘নৰক’ পাকিস্তান

এই নৈপৰীয়া অঞ্চলসমূহৰ প্ৰতি এনে দুর্যোগ সৃষ্টিৰ তথ্য পোহৰলৈ আনিছে এটা তিনিজনীয়া গৱেষকৰ দলে। কেলিফ’র্ণিয়া বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক লিঅ’নার্ড অ’য়েনহেন, দুই ভূবিজ্ঞানী মনুচেহৰ শ্বিৰজায়ে আৰু ছুছান্না বেথে। এই তিনি গৱেষকৰ ব-দ্বীপ সংক্রান্তীয় এক প্রতিবেদন শেহতীয়াভারে বিশ্বখ্যাত বিজ্ঞান আলোচনী ‘নেচাৰ’ত প্রকাশ পাইছে।

তেওঁলোকে গৱেষণাৰ বাবে সমগ্ৰ বিশ্বৰ ৪০ নৈৰ অৱবাহিকা অঞ্চলক বাছি লয়। এই তিনি গৱেষকৰ অধ্যয়নত পোহৰলৈ অহা অনুসৰি ওচৰ-পাঁজৰৰ সাগৰৰ পৃষ্ঠ উত্থানতকৈ এনে একোটা অৱবাহিকা অঞ্চলৰ অধিক দ্রুততৰে খহিবলৈ ধৰিছে।

এই ৪০ অঞ্চলৰ ১৮ টাৰে অৱস্থা অধিক শোচনীয় বুলিও গবেষক তিনিজনে আঙুলিয়াই দিছে। সামগ্রিকভারে এই অঞ্চলসমূহৰ উদ্বেগজনক অৱস্থাই ২৩ কোটি ৬০ লাখ লোকৰ জীৱনলৈ সংশয় কঢ়িয়াই আনিছে।

কাৰণ এইসমূহ অঞ্চল ডুব যাবলৈ ধৰাৰ ফলত এইসমূহত বাস কৰা লোকসকল ভয়াৱহ বানৰ কৱলত পৰাটো নিশ্চিত হৈছে।

গতিকে এই কোটি কোটি লোকৰ জীৱন সম্পত্তিৰ প্ৰতি গভীৰ সংশয় নামি আহিছে। এই গৱেষণাৰ সময়ত গৱেষক তিনিজনে উন্নত উপগ্ৰহীয় ৰাডাৰ ব্যৱস্থাৰ সহায় লয়। ইয়াৰ জৰিয়তে পৃথিৱীৰ পাঁচখন মহাদেশৰ এনে অৱবাহিকা অঞ্চলৰ সাম্প্ৰতিক অৱস্থাৰ বুজ লয়।

ৰাডাৰৰ সহায়ত তোলা ফটোত দেখিবলৈ পোৱা গৈছে যে প্রতি পিক্সেলত ৭৫ বর্গকিলোমিটাৰকৈ এই অঞ্চলসমূহৰ ভূমি ডুব যাবলৈ ধৰিছে। এনে অঞ্চলসমূহৰ মাজত গংগা, ব্রহ্মপুত্র, ম্যানমাৰৰ মেকং আদিৰ অৱবাহিকাও আছে। এই সম্পৰ্কত গৱেষক অ’য়েনহেনে কয়, ‘বহু ঠাইত অধিক পৰিমাণত ভূগর্ভস্থ জল আহৰণ, দ্রুত নগৰীকৰণ, নৈসমূহৰ পলসৰ পৰিমাণ হ্রাস আদিয়ে অৱবাহিকাসমূহক সাগৰপৃষ্ঠৰ উত্থানৰ গতিতকৈ অধিক গতিত খহাইছে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Floods
publisher

publisher

Related Posts

৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
বিয়া ভিডিঅ’ কৰাই হ’ল কাল 
India

বিয়া ভিডিঅ’ কৰাই হ’ল কাল 

April 23, 2026
একাকীত্বও হ’ব পাৰে হৃদৰোগৰ কাৰণ!
world

একাকীত্বও হ’ব পাৰে হৃদৰোগৰ কাৰণ!

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d