ADVERTISEMENT

Tag: Floods

তীব্র গতিত খহিবলৈ ধৰিছে ব্ৰহ্মপুত্ৰসহ বিশ্বৰ ৪০ নৈৰ অৱবাহিকা

ব্ৰহ্মপুত্রসহ বিশ্বৰ ৪০খন নৈৰ অৱবাহিকা অঞ্চলৰ কোটি কোটি লোকৰ জীৱনলৈ গভীৰ আশংকাৰ সৃষ্টি হৈছে। গোলকীয় সাগৰপৃষ্ঠৰ উত্থানতকৈ অধিক দ্রুত হাৰত ...

Read moreDetails

বানপীড়িত পঞ্জাৱক ‘দুৰ্যোগ ৰাজ্য’ ঘোষণা, মৃত্যুৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি, উদ্ধাৰ অভিযানত তিনিটা বাহিনী

Punjub:বিগত ৩৭ বছৰত ইমান ভয়াৱহ বানপানী দেখা পোৱা নাই পঞ্জাৱত। ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ বাবে পঞ্জাৱৰ বৃহৎ অঞ্চল পানীত ডুব গৈছে। ...

Read moreDetails

চীনৰ পৰা উভতি অহাৰ পাছত বানাক্ৰান্ত পঞ্জাৱৰ মুখ্যমন্ত্ৰীক ফোন কৰিলে মোদীয়ে!

Punjab:✒️ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বানপানীৰ কবলত পৰিছে পঞ্জাৱ। পানীত ডুব গৈছে পঞ্জাৱৰ বিশাল অঞ্চল। প্ৰাপ্ত তথ্য অনুসৰি বিগত ৩৭ ...

Read moreDetails

৮৫০ জনতকৈ অধিক লোকৰ মৃত্যু, ২০ লাখ গৃহহীন! বিধ্বংসী বানত কাৰ্যতঃ ‘নৰক’ পাকিস্তান

Pakistan:✒️প্ৰকৃতিৰ ৰোষত কাৰ্যত নৰকলৈ পৰিণত হৈছে পাকিস্তান। যোৱা জুন মাহৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলনত ডুব গৈছে পাকিস্তানৰ বৃহৎ ...

Read moreDetails

কিস্তৱাৰৰ পাছত ডোডা, ৰামবন!জম্মু-কাশ্মীৰত পুনৰ ডাৱৰ বিস্ফোৰণ !

Jammu and Kashmir:✒️জম্মু-কাশ্মীৰত পুনৰ ধাৰাসাৰ বৰষুণ আৰু শিলাবৃষ্টিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। শুকুৰবাৰে গভীৰ নিশা জম্মুৰ ৰম্বন জিলাৰ ৰাজবাগ অঞ্চলত ...

Read moreDetails

পুনৰ প্ৰকৃতিৰ ৰূপত হিমাচল, কিন্নাৰত ডাৱৰ বিস্ফোৰণত আকস্মিক বান, স্থগিত কৈলাশ যাত্রা

Himachal Pradesh:✒️উত্তৰাখণ্ডৰ পাছত এইবাৰ হিমাচল প্ৰদেশ। এইবাৰ কিন্নাৰত প্ৰকৃতিয়ে ধাৰণ কৰিছে বিধ্বংসী ৰূপ । হঠাৎ ডাৱৰ বিস্ফোৰণৰ ফলত কিন্নাৰত সৃষ্টি ...

Read moreDetails

বানপানীত বিধ্বস্ত চীন! মৃতকৰ সংখ্যা কমেও ৬০লৈ বৃদ্ধি!

China:✒️ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে চীনৰ বানপানী। ধাৰাবাহিকভাৱে হোৱা বৰষুণত কমেও ৬০ জন লোকৰ মৃত্যু হৈছে। কেৱল বেইজিঙত যোৱা সপ্তাহৰ পৰা ...

Read moreDetails

হিমাচল প্রদেশত প্ৰকৃতিৰ তাণ্ডৱ,১৩৫ জনৰ মৃত্যু

Himachal Pradesh:✒️হিমাচল প্ৰদেশত প্ৰকৃতিৰ বিধ্বংসী ৰূপ ! অবিৰত বৰষুণৰ ফলত হিমাচল প্ৰদেশৰ একাধিক জিলাৰ পথ সংযোগ, বিদ্যুৎ যোগান, আৰু অত্যাৱশ্যকীয় ...

Read moreDetails

পাকিস্তানত আকস্মিক বানপানীত ১১৬ জন নিহত, ২৫৩ জন আহত

Pakistan: ২৬ জুনৰ পৰা ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণ আৰু আকস্মিক বানপানীয়ে পাকিস্তানত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। এই বানপানী আৰু বৰষুণৰ ফলত ...

Read moreDetails

বৰষুণত বিধ্বস্ত ৰাজস্থান! কমেও ১২ জন লোকৰ মৃত্যু

Heavy Rain:✒️বিগত কিছুদিন ধৰি অবিৰত বৰষুণৰ ফলত বিপর্যস্ত ৰাজস্থান।কেবাখনো জিলা পানীৰ তলত। আটাইতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে কোটা, জালৌৰ, পালি, ...

Read moreDetails
Page 1 of 2 1 2