Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home world

ৰোগীয়ে এটা কথা ক’লেই অস্ত্রোপচাৰ নকৰে চিকিৎসকে

অপাৰেচন থিয়েটাৰৰ পৰাও উভতি যাব পাৰে শল্য চিকিৎসক

publisher by publisher
October 5, 2025
in world
Reading Time: 1 min read
0
ৰোগীয়ে এটা কথা ক’লেই অস্ত্রোপচাৰ নকৰে চিকিৎসকে
1
SHARES
6
VIEWS
ShareShareShareShare

ৰোগৰ চিন্তা, অপাৰেচন থিয়েটাৰৰ উজ্জ্বল পোহৰ, যন্ত্রপাতিৰ টুংটাং শব্দ আৰু নাকলৈ ভাহি অহা ঔষধৰ তীব্র গোন্ধ- এই পৰিৱেশ যিকোনো বয়সৰ মানুহকেই বিচলিত কৰাৰ বাবে যথেষ্ট। অৱশ্যে এটা বিষয় হয়তো বহুতৰ বাবে অজ্ঞাত। তেনে মুহূৰ্তত যদি অস্ত্রোপচাৰ কৰাবলগীয়া ৰোগীয়ে এটা বিশেষ কথা কয়, তেতিয়া বহুক্ষেত্রতে অস্ত্রোপচাৰ কৰাৰ পৰা বিৰত থাকে চিকিৎসক।

ADVERTISEMENT

একাংশ বিশেষজ্ঞই জনাইছে যে অপাৰেচন থিয়েটাৰত যদি ৰোগীয়ে হঠাৎ তেওঁৰ শৈশৱৰ কোনো কাহিনী ক’বলৈ আৰম্ভকৰে, তেন্তে বহু অভিজ্ঞ চিকিৎসকেও হেনো অস্ত্রোপচাৰ কৰিবলৈ ইতস্ততঃবোধ কৰে। সাধাৰণ দৃষ্টিত ইয়াক এক ভিত্তিহীন ধাৰণা বা কল্পনা বুলি গণ্য কৰিলেও ইয়াৰ অন্তৰালত লুকাই আছে গভীৰ মনস্তাত্ত্বিক তথা চিকিৎসাগত তাৎপর্য।

RelatedPosts

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

এতিয়া প্রশ্ন হয় যে চিকিৎসকসকলে কিয় ইতস্ততঃবোধ কৰে? ইয়াৰ একাধিক কাৰণ বিচাৰি উলিওৱা হৈছে। প্রথমতে, চিকিৎসকসকলে ৰোগীৰ মানসিক অবস্থা বুজি কাম কৰিব লাগে। অস্ত্রোপচাৰৰ পূৰ্বে ৰোগীৰ মনস্তত্ত্ব অত্যন্ত জটিল তথা সংবেদনশীল হৈ থাকে। সেই সময়ত শৈশৱৰ স্মৃতিচাৰণক মনোবিদসকলে একপ্ৰকাৰৰ ‘ৰিগ্ৰেচন’ বা পশ্চাদপসৰণৰূপে ব্যাখ্যা কৰে।

অর্থাৎ ৰোগীয়ে বৰ্তমানৰ কঠিন পৰিস্থিতিৰ পৰা মানসিকভাৱে পলায়ন কৰি শৈশৱৰ নিৰাপদ আশ্রয়লৈ উভতি যাব বিচাৰিছে। এয়া চৰম উদ্বেগ, ভয় তথা অসহায়ত্বৰ লক্ষণ। এজন চিকিৎসকে যেতিয়া দেখে যে তেওঁৰ ৰোগীজন মানসিকভাৱে ইমানেই বিপর্যস্ত যে তেওঁ বাস্তৱৰ পৰা বিচ্ছিন্ন হৈ পৰিছে, তেতিয়া তেওঁ ৰোগীৰ শাৰীৰিক আৰু মানসিক স্থিতিক লৈ নতুনকৈ ভাবিবলৈ বাধ্য হয়।

দ্বিতীয় গুৰুত্বপূৰ্ণ কাৰণটো হৈছে ‘এনাস্থেছিয়া’ বা অৱশ কৰাৰ প্ৰক্ৰিয়াৰ স’তে ইয়াৰ সংযোগ। চিকিৎসা বিজ্ঞানীসকলে জনাইছে যে অতিৰিক্ত মানসিক চাপ বা উদ্বেগে মস্তিষ্কৰ ৰাসায়নিক ভাৰসাম্যৰ পৰিৱৰ্তন ঘটায়। ইয়াৰ ফলত এনাস্থেছিয়াৰ ঔষধে কিদৰে কাম কৰিব, তাক লৈও অনিশ্চয়তাৰ সৃষ্টি হ’ব পাৰে।

ৰোগীৰ ৰক্তচাপ, হৃদস্পন্দন তথা শ্বাস-প্রশ্বাসৰ হাৰ স্বাভাৱিকৰ তুলনাত বেছি থাকিব পাৰে, যি অস্ত্রোপচাৰৰ সময়ত ‘ৰিস্ক’ বৃদ্ধি কৰে। শৈশৱৰ কথা কোৱাটো যদি ৰোগীৰ এই অন্তর্নিহিত উদ্বেগৰেই প্রতিফলন হয়, তেন্তে চিকিৎসকে অস্ত্রোপচাৰৰ পূৰ্বে ৰোগীজনক মানসিকভাৱে স্থিতিশীল কৰাৰ বাবে কিছু সময় ল’বলৈ বিচাৰিব পাৰে।

তৃতীয়তে, ই ৰোগী আৰু চিকিৎসকৰ মাজৰ আস্থাৰ সম্পর্ককো নির্দেশ কৰে। এজন ৰোগীয়ে যেতিয়া তেওঁৰ জীৱনৰ সবাতোকৈ ব্যক্তিগত তথা দুর্বল মুহূৰ্তৰ কথা এজন চিকিৎসকৰ স’তে ভাগ কৰি লয়, তেতিয়া ই তেওঁলোকৰ মাজত এক মানৱীয় সেতু তৈয়াৰ কৰে।

অথচ অস্ত্রোপচাৰৰ ঠিক পূৰ্বে এই ধৰণৰ আবেগঘন পৰিস্থিতিয়ে চিকিৎসকৰ মনকো প্ৰভাৱিত কৰিব পাৰে। শল্য চিকিৎসা এক অতি নিপুণ তথা মনঃসংযোগৰ কাম। সেই সময়ত চিকিৎসকে নিজৰ আবেগ নিয়ন্ত্ৰণত ৰখাটোও অত্যন্ত জৰুৰী।

ৰোগীৰ মানসিক দুর্বলতাই যদি চিকিৎসকক সামান্যতমো বিচলিত কৰে, তেন্তে তাৰ বিৰূপ প্ৰভাৱ অস্ত্রোপচাৰৰ ফলাফলত পৰিব পাৰে। সেয়ে বহু চিকিৎসকে এই ধৰণৰ পৰিস্থিতি এৰাই চলিব বিচাৰে তথা ৰোগীক আশ্বস্ত কৰি তেওঁৰ মনোবল ঘূৰাই আনিবলৈ চেষ্টা কৰে।

অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে চিকিৎসকসকল অনুভূতিহীন। বৰঞ্চ তেওঁলোকে ৰোগীৰ প্ৰতি অতিৰিক্ত দায়িত্ববোধৰ পৰাই এই সতর্কতা অৱলম্বন কৰে। তেওঁলোকৰ মূল লক্ষ্য থাকে, যিকোনো মূল্যতে ৰোগীৰ জীৱন ৰক্ষা কৰা আৰু অস্ত্রোপচাৰক সফল কৰা।

সেয়ে ৰোগীয়ে কোৱা শৈশৱৰ কাহিনী শুনি হয়তো তেওঁলোকৰ ভাল লাগিব পাৰে, কিন্তু তেওঁলোকৰ প্রশিক্ষিত মনটোৱে সেই কাহিনীৰ অন্তৰালত থকা বিপদৰ সংকেতটোক উপেক্ষা কৰিব নোৱাৰে। সকলো মিলাই ই সাধাৰণ এক কাহিনী নহয়, বৰঞ্চ চিকিৎসা বিজ্ঞানৰ এক জটিল মনস্তাত্ত্বিক অধ্যায়ৰ বাস্তৱ প্ৰতিফলন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট
world

আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট

May 2, 2026
নিজৰ সন্তানক কিদৰে পালন কৰিব মাতৃয়ে?
News

নিজৰ সন্তানক কিদৰে পালন কৰিব মাতৃয়ে?

May 2, 2026
মাথোঁ এক লিটাৰ ইথানল উৎপাদনৰ বাবে প্রয়োজন হ’ব ১০ হেজাৰ লিটাৰ পানী

ডিজিটেল যুগত মহিলাৰ সুৰক্ষা, সামাজিক মাধ্যমত হাৰাশাস্তিৰ সন্মুখীন হ’লে কি কৰিব

May 1, 2026
বিৱৰ্তন স্তব্ধ হোৱা নাই, সলনি হৈ আছে মানুহ!

সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

April 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d