Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

উৎসৱৰ বতৰত অনলাইন সংস্থা এমেজন আৰু ফ্লিপকাৰ্টৰ অভূতপূর্ব বিক্ৰী বৃদ্ধি

এসপ্তাহত দেশত ৬০,৭০০ কোটি টকাৰ অনলাইন ব্যৱসায়

publisher by publisher
October 14, 2025
in Lifestyle
Reading Time: 1 min read
0
উৎসৱৰ বতৰত অনলাইন সংস্থা এমেজন আৰু ফ্লিপকাৰ্টৰ অভূতপূর্ব বিক্ৰী বৃদ্ধি
1
SHARES
10
VIEWS
ShareShareShareShare

উৎসৱৰ বতৰত প্ৰতি বছৰে দেশত অনলাইন শ্ব’পিং যথেষ্ট জনপ্রিয় হৈ আহিছে। উপভোক্তাই সম্প্রতি আলু, পিয়াঁজৰ দৰে অনলাইন প্লেটফ’র্মত নানা সামগ্ৰীৰ ক্রয়-বিক্রয় কৰিছে। প্রকাশিত বাতৰি অনুসৰি, উৎসৱৰ এই বতৰত প্ৰথমটো সপ্তাহতে এমেজন আৰু ফ্লিপকাৰ্টৰ ব্যৱসায়ে ৬০,৭০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিলে।

ADVERTISEMENT

এই সময়ছোৱাত ম’বাইল ফোন, ঘৰুৱা উপভোক্তা সামগ্রী আৰু গেলামালৰ সা-সামগ্ৰীৰ সৰ্বাধিক বিক্ৰী হ’ল। কেন্দ্ৰৰ চৰকাৰে সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) হ্রাস কৰাৰ কাৰণতো এইবাৰ উৎসৱৰ বতৰত অনলাইন শ্ব’পিঙৰ জনপ্রিয়তা অধিক বাঢ়িছে বুলি বিশেষজ্ঞই মত প্রকাশ কৰিছে। এমেজনৰ দা গ্রেট ইন্ডিয়ান ফেষ্টিভেল আৰু ফ্লিপকাৰ্টৰ বিগ বিলিয়ন ডেইজৰ বিক্ৰী আৰম্ভকৰাৰ লগে লগে দেশৰ অনলাইন ক্রেতাসকলে অভূতপূর্ব সঁহাৰি আগবঢ়াইছে।

RelatedPosts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

এমেজন আৰু ফ্লিপকার্টে এই বিশেষ আঁচনিৰ অধীনত বিক্ৰী আৰম্ভ কৰাৰ এসপ্তাহত এই দুটা অনলাইন বাণিজ্যৰ প্লেটফ’ৰ্মত ৬০,৭০০ কোটি টকাৰ সা-সামগ্রী বিক্রী হ’ল। যোৱা বছৰৰ তুলনাত এইবাৰ এমেজন আৰু ফ্লিপকাৰ্টৰ উৎসৱৰ বতৰত বিক্ৰী ২৯ শতাংশ বৃদ্ধি পালে। গৱেষক সংস্থাই ডাটোম ইন্টেলিজেন্সৰ পূর্বানুমানত উল্লেখ কৰা অনুসৰি, চলিত বৰ্ষত উৎসৱৰ বতৰত অনলাইন সংস্থা দুটাৰ বিক্ৰীৰ পৰিমাণ ১.২ লাখ কোটি টকাৰ অধিক হোৱাৰ সম্ভাৱনা আছে।

উৎসৱৰ এই বতৰত সর্বাধিক বিক্রী হৈছে স্মার্ট ফোন। মুঠ বিক্ৰীৰ ৪২ শতাংশ হৈছে স্মার্ট ফোন। একেদৰে ঘৰুৱা বিভিন্ন সামগ্ৰীৰ বিক্ৰী ৪১ শতাংশ আৰু গেলামালৰ সামগ্ৰীৰ বিক্ৰী ৪৪ শতাংশ বৃদ্ধি পালে। ২২ ছেপ্টেম্বৰত কেন্দ্ৰৰ চৰকাৰে নতুন জিএছটি নীতি প্ৰৱৰ্তন কৰিছিল আৰু ইয়াৰ প্ৰভাৱ অনলাইন বাণিজ্যত ইতিবাচক হোৱা বুলি বিশেষজ্ঞই তথ্য সদৰী কৰিছে।

ফ্লিপকাৰ্টৰ তথ্য অনুসৰি বিগ বিলিয়ন ডেইজৰ প্ৰথম ৪৮ ঘণ্টাত ৬০৬ নিযুত লোকে ৱেবছাইট ভিজিট কৰিছিল আৰু ইয়াৰে এক তৃতীয়াংশ আছিল জেনজি প্ৰজন্মৰ। এই সময়ছোৱাত এমেজনৰ ভিজিটৰ আছিল ৩৮০ নিযুত আৰু ইয়াৰে ৭০ শতাংশ ক্ষুদ্ৰ চহৰৰ বাসিন্দা আছিল।

উৎসৱৰ বতৰত ভাৰতৰ অনলাইন বজাৰত স্মার্টফোনৰ লগতে স্মার্ট টিভি, প্রিমিয়াম ঘড়ী, অলংকাৰ, গৃহসজ্জাৰ সামগ্রী, বৈদ্যুতিক সামগ্ৰীৰ বিক্ৰী বৃদ্ধি পাইছে বুলিও এমেজন আৰু ফ্লিপকার্টে তথ্য সদৰী কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল
Lifestyle

May 3, 2026
সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ
Lifestyle

সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

May 2, 2026
কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক
Lifestyle

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

May 1, 2026
গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক
Lifestyle

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

April 28, 2026
সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?
Lifestyle

সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

April 28, 2026
অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ
Lifestyle

অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d