Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Rahul Gandhi :জুবিন গাৰ্গ কাঞ্চনজংঘা: ৰাহুল গান্ধী

হিয়াৰ আমঠু জুবিন গাৰ্গৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জনায় ৰাহুল গান্ধীয়ে

publisher by publisher
October 17, 2025
in Assam
Reading Time: 2 mins read
0
Rahul Gandhi :জুবিন গাৰ্গ কাঞ্চনজংঘা: ৰাহুল গান্ধী
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Khetra:নিশা জুবিন ক্ষেত্ৰত যুৱতীৰ উদ্ভণ্ডালি

Gaurav gogoi special speech in Loksabha:লোকসভাত সংবিধানৰ ১৩১ সংখ্যক সংশোধনী বিৰোধীতাৰে কি কৈছিল সাংসদ গৌৰৱ গগৈয়ে

জুবিন বিহীন গৰু বিহুৰ দিনাই জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ,পামী বৰঠাকুৰ

Rahul Gandhi :

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ পৰিয়াল বৰ্গক সমবেদনা জনাবৰ বাবে আজি বিয়লি গুৱাহাটী উপস্থিত হোৱা কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে জুবিন গাৰ্গৰ কাহিলি পাৰাৰ বাসগৃহত উপস্থিত হৈ গৰিমা গাৰ্গ সহ পৰিয়ালক সাক্ষাৎ কৰি আৱেগিক হৈ পৰে ৷ জুবিনৰ বৃদ্ধ পিতৃ কপিল বৰঠাকুৰ আৰু পত্নী গৰিমা গাৰ্গৰ স’তে মতবিনিময় কৰি তেওঁলোকৰ দুখৰ সমভাগী হয় লোকসভাৰ বিৰোধী দলপতি গৰাকীয়ে ৷
জুবিনৰ পৰিয়াল বৰ্গৰ সাক্ষাৎ কৰি সংবাদ মাধ্যমৰ সন্মুখত ৰাহুল গান্ধীয়ে কয়,জুবিন গাৰ্গ এজন শিল্পীয়েই নাছিল ৷ জুবিন গাৰ্গ প্রকৃতার্থতেই সফল মানৱদৰদী ৷ অসমবাসী ইয়াৰ বাবে নিশ্চিতভাৱে গৌৰৱী I তেওঁৰ চিৰযুগমীয়া গীত সমূহ অকল অসমত সীমাবদ্ধ নাছিল সীমাৰ পৰিধি ভাঙি দেশ – বিদেশতো সমাদৃত আছিল। তেওঁৰ আকস্মিক বিয়োগ অসম নহয় পৃথিৱীৰ বাবে ক্ষতি I
গান্ধীয়ে কয়,মই এসময়ত যেতিয়া ছিকিমত পৰ্বতাৰোহনৰ প্ৰশিক্ষণ লৈ আছিলো ৷ তেতিয়া দূৰত থকা কাঞ্চনজংঘা শৃংগৰ নৌসৰ্গিক ৰূপ দেখি মই আপ্লুত হৈছিল ৷ সেই কাঞ্চনজংঘাৰ দৰেই জুবিন গাৰ্গ ৷ তেওঁৰ গাত কাঞ্চনজংঘাৰ গুণ আছে I তেওঁৰ চিন্তা আৰু মানৱতাবোধ সদায় অনুৰাগীয়ে হ্দয়ংগম কৰি যাব।
ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্ত কৰি থকা সন্থাই অচিৰেই সত্য ঘটনা পোহৰলৈ আনি জুবিনক ন্যায় প্ৰদান কৰক ৷ জুবিনৰ সৈতে কি হৈছিল জনোৱাটো চৰকাৰৰ দায়িত্ব I কংগ্ৰেছ দল সদায় জুবিনৰ মৃত্যুৰ ন্যায়ৰ বাবে ৰাইজৰ স’তে সহৱস্থান কৰি যাব ৷
উল্লেখ্য যে, তাৎপৰ্যপূৰ্ণ যে ৰাহুল গান্ধীয়ে সাংবাদিকৰ আগত কোনো ধৰণৰ ৰাজনৈতিক মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৷
আনহাতে ৰাহুল গান্ধী বিয়লি দুই বজাত গুৱাহাটী বিমানকোঠত অৱতৰণ কৰাৰ পিছত তাৰ পৰা পোণেপোণে ৰাওনা হয় সোণাপুৰস্থ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত ৷ জুবিনক্ষেত্ৰত উপস্থিত হৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৰাকীয়ে জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই ৰাহুল গান্ধীয়ে অৰ্পণ কৰে গামোচা আৰু ফুল। লগতে ধুপ আৰু বন্তি আগবঢ়াই। ইয়াৰ পিচতে আয়তীৰ সৈতে নাম-প্রসংগতো অংশ লয় নেতা গৰাকীয়ে।
ৰাহুল গান্ধী শিল্পী গৰাকীৰ অতি প্ৰিয় নাহৰ পুলি এটাও জুবিনক্ষেত্ৰৰ চৌহদত ৰোপণ কৰে ৷
ইয়াৰ পিছতে তেওঁ ৰাওনা হয় জুবিন গাৰ্গৰ কাহিলিপাৰাস্থ বাসগৃহলৈ ৷ ৰাহুল গান্ধীৰ গুৱাহাটীত থকা সময়ত তেওঁক সংগ দিয়ে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ,এআইচিচিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং, দেৱব্ৰত শইকীয়া,ৰকিবুল হুছেইন ,ৰেকিবুদ্দিন আহমেদ,জাকিৰ হুছেইন শিকদাৰ সহ কে’বা গৰাকী নেতা ৷
উল্লেখ্য যে,ৰাহুল গান্ধীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ প্ৰশাসনে শুকু্ৰবাৰে পুৱাৰে পৰা সোণাপুৰৰ জুবিন সমাধিক্ষেত্ৰত চৌদিশে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা৷ একেদৰে জুবিন সমাধিক্ষেত্ৰৰ আশে-পাশে পাঁচশ মিটাৰ ব্যাসাৰ্থৰ ভিতৰত সকলো ধৰণৰ যানবাহনৰ পাকিং নিষিদ্ধ কৰিছিল মহানগৰ আৰক্ষীয়ে।
আনহাতে জুবিনক্ষেত্ৰলৈ আহযাহ কৰা সকলো দৰ্শনাৰ্থীক অহনিষে পৰ্যবেক্ষণ কৰাৰ বাবে সংলগ্ন কৰা হৈছে চিচিটিভি কেমেৰা। বৃহস্পতিবাৰে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ জুবিন সমাধিক্ষেত্ৰত উপস্থিত হৈ সকলো দিশ পৰ্যবেক্ষণ কৰিছিল ৷
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APCCRahul GandhiZubeen Gargzubeen khetrazubeen residence visit
publisher

publisher

Related Posts

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
তীব্র গতিত খহিবলৈ ধৰিছে ব্ৰহ্মপুত্ৰসহ বিশ্বৰ ৪০ নৈৰ অৱবাহিকা

অসমক শিখণ্ডী কৰি অৰুণাচলত জল বোমা
Assam

অসমক শিখণ্ডী কৰি অৰুণাচলত জল বোমা

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d