Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Michael Rosenberg:ফে’চবুক-ইনস্টাগ্রাম-ইউটিউব-টিকটক বর্জন বিখ্যাত সংগীতজ্ঞ মাইকেল ৰ’জেনবাৰ্গৰ

publisher by publisher
November 24, 2025
in International
Reading Time: 1 min read
0
Michael Rosenberg:ফে’চবুক-ইনস্টাগ্রাম-ইউটিউব-টিকটক বর্জন বিখ্যাত সংগীতজ্ঞ মাইকেল ৰ’জেনবাৰ্গৰ
1
SHARES
11
VIEWS
ShareShareShareShare

Michael Rosenberg:

সামাজিক মাধ্যমত আৰু দেখা নাযাব আমেৰিকাৰ বিখ্যাত সংগীতজ্ঞ মাইকেল ডেভিদ ৰ’জেনবাৰ্গক। ‘লেট হাৰ গ’ৰ জৰিয়তে বিশ্বজোৰা খ্যাতি অর্জন কৰা ৰ’জেনবার্গে কয় যে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ ৰুচিৰ দ্রুত পৰিৱৰ্তন ঘটে। একোটা ভিডিঅ’, ৰীল আদি ৩০ ছেকেণ্ডতকৈ অধিক সময় কোনেও নাচায় বুলি তেওঁ মন্তব্য কৰে।

ADVERTISEMENT

এনে কাৰণতে সামাজিক মাধ্যম ত্যাগৰ সিদ্ধান্ত লোৱা বুলি সদৰী কৰি এক সাক্ষাৎকাৰত তেওঁ কয়, ‘খোলাখুলিকৈ কওঁ যে মোক আৰু সামাজিক মাধ্যমত নাপাব। অর্থাৎ মই নিজে ফে’চবুক, ইনস্টাগ্রাম আৰু ইউটিউব ব্যক্তিগতভাবে ব্যৱহাৰ নকৰো। এইসমূহ বিষাক্ত যেন লাগিছে। মই ভাবো যে এইসমূহে মোৰ মগজুৰ উপকাৰ সাধন কৰা নাই।’

RelatedPosts

১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে সমাজমাধ্যম নিষিদ্ধ! 

এক লাখ ফ’ল’ৱাৰ আৰু ১০,০০০ ছাবস্ক্রাইবাৰৰ কোনে সর্বাধিক আয় দিয়ে?

ইনষ্টাগ্রাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ!

গীত ৰচনা, এলবাম তৈয়াৰ আৰু দীঘলীয়া সৃষ্টিতে সময় অতিবাহিত কৰিব বিচাৰে বুলিও তেওঁ মন্তব্য কৰে। প্ৰসিদ্ধ সংগীত শিল্পীজনে লগতে কয়, ‘সামাজিক মাধ্যমত ৩০ ছেকেণ্ডতকৈ অধিক সময় কোনেও একোৱে চাব নিবিচাৰে। যদি মানুহৰ ধৈর্য নাথাকিলেও সেয়াও ঠিকে আছে। তথাপি মই বিশ্বাস কৰো যে অর্থপূর্ণ আৰু বিশুদ্ধ সৃষ্টি আমি অব্যাহত ৰখা উচিত।’

ইয়াৰ জৰিয়তে শিল্পীজনে ইংগিত দিয়ে যে তেওঁৰ সাময়িক জনপ্রিয়তা অৰ্জনৰ প্ৰতি কোনো আগ্রহ নাই। এই সম্পর্কত তেওঁ আৰু কয়, ‘সাময়িক জনপ্রিয়তা অৰ্জনৰ বাবে কিবা এটা সৃষ্টি কৰাটো সদায়ে লোভনীয় হয়। কিন্তু পৰিশেষত কি হ’ব? মই মোৰ ক্ষেত্ৰত ভাবো যে মই এনে এক অৱস্থানত আছো যে সৃষ্টি অব্যাহত ৰাখিব পাৰিম। মই আৰু টিকটকত নৃত্য নকৰো।’

উল্লেখ্য যে অলপতে ৰ’জেনবার্গে ভাৰতত অভিষেক ঘটোৱাৰ কথা। ইতিমধ্যে বুক মাই শ্ব’ই এই কথা প্ৰচাৰ কৰিছে। ভাৰতক ভাল পায় বুলি উল্লেখ কৰি সংগীত শিল্পীজনে লগতে কয়, ‘মই পৰ্যটকৰূপে বহুবাৰ ভাৰত ভ্ৰমণ কৰিছো। অৱশেষত মই ভাৰতীয় দর্শকসকলৰ বাবে মোৰ অনুষ্ঠান পৰিবেশন কৰিবলৈ সাজু হৈছো। ইয়াক লৈ মই উৎসাহিত হৈ আছো।’

তেওঁ বেণ্ডৰ স’তে সংগীতানুষ্ঠান পৰিবেশন নকৰে বুলিও জনায়। তেওঁ অকলে গীটাৰ বজাই গীত পৰিৱেশন কৰে। তেওঁৰ সংগীতানুষ্ঠান অতি সৰল আৰু আন্তৰিকতাপূর্ণ বুলিও ৰ’জেনবার্গে মন্তব্য কৰে। আগন্তুক ভাৰত ভ্ৰমণৰ সময়ত তেওঁ ভাৰতীয় সংগীত সম্পর্কে গভীৰ জ্ঞান আয়ত্ত কৰিবলৈ বিচাৰে বুলিও তেওঁ কয়। ভাৰতীয় সংগীত সম্পর্কত তেওঁ লগতে কয়, ‘ভাৰতীয় সংগীত সম্পর্কে মোৰ যেনেদৰে জ্ঞান থাকিব লাগে তেনে জ্ঞান নাই। গতিকে মই কিছু সংখ্যক ভাৰতীয় সংগীতজ্ঞৰ স’তে সহযোগিতা কৰিব বিচাৰো। এয়া মজাৰ কথা হ’ব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Facebookfamous singerInstagramMichael Rosenberg
publisher

publisher

Related Posts

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

April 29, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d