Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bangladesh:অনির্দিষ্ট কাললৈ বন্ধ হ’ল চট্টগ্রামৰ ভাৰতীয় ভিছা কেন্দ্র

বাংলাদেশৰ পৰিস্থিতিত সূক্ষ্ম নিৰীক্ষণ ৰাখিছে ভাৰতে, দীপু চন্দ্ৰ দাসৰ হত্যাৰ বিচাৰ দাবী নতুন দিল্লীৰ

publisher by publisher
December 22, 2025
in Assam
Reading Time: 1 min read
0
Bangladesh:অনির্দিষ্ট কাললৈ বন্ধ হ’ল চট্টগ্রামৰ ভাৰতীয় ভিছা কেন্দ্র
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Siliguri Hotels:ভাৰত বিদ্বেষী মনোভাৱ পোষণ কৰা বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে কঠোৰস্থিতি শিলিগুৰিৰ হোটেল ব্যৱসায়ীৰ

বাংলাদেশৰ ৰাষ্ট্ৰদূতক পুনৰ তলব মোডী চৰকাৰৰ!

Youth Arrested:বাংলাদেশৰ হিন্দু যুৱক দীপু দাসৰ হত্যাৰ সমৰ্থনত ভিডিঅ’ পোষ্ট কৰি আৰক্ষীৰ জালত ৰঙিয়াৰ যুৱক

Bangladesh:

ড:মহম্মদ ইউনুছ অন্তৱৰ্তী চৰকাৰৰ নৰম স্থিতিৰ সুযোগ লৈ মৌলবাদীয়ে বাংলাদেশত সৃষ্টি কৰা প্ৰচণ্ড অৰাজক পৰিস্থিতিৰ প্ৰতি ভাৰতে তীক্ষ্ণ দৃষ্টি ৰাখিছে। দুর্বৃত্তৰ গুলিত মৌলবাদী নেতা শ্বৰীফ ওচমান হাদিয়ে প্রাণ হেৰুওৱাৰ দিনা সৃষ্টি হোৱা অৰাজক পৰিস্থিতিৰ সময়ত উন্মত্ত লোকে মৈমনচিঙত বৰ্বৰতাৰে হত্যা কৰা দীপু চন্দ্ৰ দাসৰ হত্যাকাণ্ডৰ বিচাৰ নতুন দিল্লীয়ে দাবী কৰিছে। উল্লেখ্য যে হিন্দু যুৱকজনক হত্যাক কেন্দ্ৰ কৰি ভাৰতত প্রবল প্রতিক্ৰিয়াৰ সৃষ্টি হয়। বিষয়টোক লৈ প্রতিক্রিয়া প্রকাশ কৰি দেশৰ বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে এক বিবৃতিত কয়, ‘বাংলাদেশৰ পৰিস্থিতিক লৈ ভাৰতে সূক্ষ্ম দৃষ্টি ৰাখিছে। দেশখনৰ কৰ্তৃপক্ষৰ স’তে আমি যোগাযোগ ৰাখিছো। সংখ্যালঘুসকলৰ ওপৰত চলা নির্যাতনক লৈ আমি উদ্বিগ্ন। এই কথা আমি বাংলাদেশক জনাইছো। দীপুৰ নৃশংস হত্যাকাণ্ডৰ অপৰাধীসকলক বিচাৰৰ আওতালৈ আনিব লাগিব। ভাৰতে ইয়াকে বিচাৰিছে।’

ADVERTISEMENT

আনহাতে, কালি একাংশ যুৱকে নতুন দিল্লীস্থিত বাংলাদেশী উচ্চায়ুক্তালয়ৰ ওচৰত সাব্যস্ত কৰা প্ৰতিবাদক লৈ একাংশ বাংলাদেশী সংবাদ মাধ্যমে ভুৱা আৰু অতিৰঞ্জিত বাতৰি পৰিবেশন কৰে। এই সম্পর্কত বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র জয়ছোৱালক আজি ভাৰতীয় সংবাদিকে প্রশ্ন কৰে। এই প্রশ্নৰ উত্তৰত তেওঁ কয়, ‘বাংলাদেশৰ একাংশ সংবাদ মাধ্যমত আমাৰ ভিত্তিহীন প্ৰচাৰ কৰাটো আমি দেখিবলৈ পাইছো। সত্যটো হ’ল কালি বাংলাদেশী দূতাৱাসৰ ওচৰত ২০-২৫ জন যুৱকে প্রতিবাদ সাব্যস্ত কৰে। তেওঁলোকে দীপু চন্দ্ৰ দাসৰ হত্যাৰ বিৰুদ্ধে প্রতিবাদ জনাই ধ্বনি দিয়ে। বাংলাদেশত সংখ্যালঘুসকলৰ সুৰক্ষাৰ দাবী জনায়।’ বাংলাদেশৰ একাংশ সংবাদ মাধ্যমত প্রকাশ পোৱাৰ লেখীয়াকৈ কোনেও দূতাৱাসত বলপূর্বক প্ৰৱেশৰ চেষ্ট চলোৱা নাছিল বুলি জয়ছোৱালে সদৰী কৰে। তেওঁ কয় যে প্রতিবাদস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পাছতে প্ৰতিবাদকাৰীসকল আঁতৰি যায়। ইয়াৰ ফুটেজ ইতিমধ্যে প্রকাশ পাইছে বুলিও জয়ছোৱালে জনায়। তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে দেশৰ মাটিত অৱস্থিত যিকোনো বিদেশী প্রতিষ্ঠানৰ নিৰাপত্তা সুনিশ্চিত কৰাত নতুন দিল্লী বদ্ধপৰিকৰ।

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে নিশা ২৭ বছৰীয়া দীপু চন্দ্ৰ দাসক তেওঁৰ কর্মস্থলী তথা এটা কাপোৰৰ কাৰখানাত উন্মত্ত লোকে অকলশৰীয়া অৱস্থাত হত্যা কৰি জ্বলাই দিয়ে। যুৱকজনক উন্মত্ত লোকসকলে মৰিয়াই হত্যা কৰাৰ পাছত এজোপা গছত বান্ধি জুলাই দিয়ে। ইতিমধ্যে ঘটনা সংক্রান্তত বাংলাদেশ আৰক্ষীয়ে সাতজন লোকক গ্ৰেপ্তাৰ কৰিছে বুলি অন্তৱতী চৰকাৰৰ মুখ্য উপদেষ্টা ইউনুছে সদৰী কৰিছে।

#দীপুৱে ইছলাম ধৰ্মক অপমান কৰাৰ প্ৰমাণ দিব পৰা নাই

উন্মত্ত লোকে মৰিয়াই হত্যা কৰা দীপু চন্দ্ৰ দাসে ঘটনাৰ সময়ত ইছলাম ধর্ম আৰু হজৰত মহম্মদক অপমান কৰা বুলি একাংশই অভিযোগ উত্থাপন কৰিছিল। লক্ষ্যণীয় যে অসহায় হিন্দু যুৱকজনে এনে আপত্তিজনক আচৰণ কৰাৰ কোনো তথ্য-প্রমাণ বাংলাদেশ আৰক্ষীয়ে সংগ্ৰহ কৰিব পৰা নাই। তদন্তকাৰী সংস্থা ৰেপিড একছন বেটেলিয়নৰ ১৪ কোম্পানীৰ কমাণ্ডাৰ মহম্মদ চামছুজ জামানৰ ভাষ্যৰ উদ্ধৃতি দি বাংলাদেশী সংবাদপত্র ‘দ্য ডেইলী ষ্টাৰ’-এ প্রকাশ কৰা বাতৰি অনুসৰি, দীপুৱে ঘটনাৰ পূৰ্বে সামাজিক মাধ্যম বা আন ধৰণৰে ইছলাম বিৰোধী বা উচটনিমূলক মন্তব্য কৰাৰ কোনো প্রমাণ উদ্ধাৰ হোৱা নাই। ঘটনাৰ সময়ত কাৰখানাটোত উপস্থিত থকা লোক আৰু প্রত্যক্ষদর্শীসকলেও দীপুৱে কৰা উচটনিমূলক মন্তব্য নিজ কাণেৰে শুনা নাই। এইসকলৰ অধিকাংশই দাবী কৰে যে তেওঁলোকে বিষয়টো আনৰ পৰাহে শুনিবলৈ পাইছে।

অনির্দিষ্ট কাললৈ বন্ধ চট্টগ্রামৰ ভাৰতীয় ভিছা কেন্দ্র I মৌলবাদীয়ে গ্ৰাস কৰি অনা বাংলাদেশৰ সাম্প্ৰতিক অৰাজক পৰিস্থিতিলৈ লক্ষ্য কৰি নতুন দিল্লীয়ে চট্টগ্রামস্থিত ভাৰতীয় ভিছা কেন্দ্র অনির্দিষ্ট কাললৈ বন্ধ কৰিছে। ইতিমধ্যে এই ভিছা কেন্দ্ৰকে ধৰি ঢাকা আৰু খুলনাত থকা ভাৰতীয় ভিছা কেন্দ্র নতুন দিল্লীয়ে বন্ধ কৰে। নতুন দিল্লীয়ে নির্দেশ জাৰি কৰে যে নিৰাপত্তাজনিত কাৰণত  পৰা অনির্দিষ্ট কালৰ বাবে চট্টগ্রামৰ ভাৰতীয় ভিছা কেন্দ্ৰ বন্ধ কৰা হৈছে। ফলত এই কেন্দ্ৰৰ জৰিয়তে অনির্দিষ্ট কালৰ বাবে বাংলাদেশী লোকক ভাৰতীয় ভিছা প্ৰদানৰ ব্যৱস্থা বন্ধ হৈছে। গতিকে চুবুৰীয়া দেশখনৰ স’তে ভাৰতৰ সম্পৰ্কৰ অধিক অৱনতি ঘটিছে। এই ভিছা কেন্দ্রত নিৰাপত্তা ব্যৱস্থাও কঠোৰ কৰা হৈছে। একেদৰে চট্টগ্রামস্থিত ভাৰতীয় উপ-উচ্চায়ুক্তালয়ৰো নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে।

উল্লেখ্য যে শনিবাৰে ইনকিলাব মঞ্চৰ নেতা ওচমান হাদীৰ জানাজাৰ সময়তো ঢাকাত বৃহৎ সংখ্যক মৌলবাদীয়ে ভাৰতৰ বিৰুদ্ধেও ধ্বনি দিয়ে। গতিকে দেশখনৰ সাম্প্ৰতিক পৰিস্থিতিয়ে ভাৰততো উদ্বিগ্নতাৰ সৃষ্টি কৰি আছে। এনে অৱস্থাতে দেশখনত থকা ভাৰতীয় ভিছা কেন্দ্ৰ আৰু চট্টগ্রামস্থিত উপ-উচ্চাযুক্তালয়ত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। আনহাতে, এই সম্পৰ্কত চিলেটৰ মহানগৰ আৰক্ষীৰ অতিৰিক্ত উপ-আযুক্ত ছাইফুল ইছলামে সংবাদ মাধ্যমক কয়, ‘কোনো তৃতীয় পক্ষই যাতে পৰিস্থিতিৰ সুযোগ লৈ অশান্তি বিয়পাব নোৱাৰে, সেয়া নিশ্চিত কৰাৰ উদ্দেশ্যে এই অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।’

আৰক্ষী সূত্ৰই জনোৱা মতে, শুকুৰবাৰে পুৱাৰ পৰা ভাৰতীয় উপ-উচ্চায়ুক্তালয় আৰু ভাৰতীয় ভিছা কেন্দ্ৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে নিশা বাংলাদেশৰ বিভিন্ন স্থানত থকা ভাৰতীয় উপ-উচ্চায়ুক্তালয়সমূহ ঘেৰাও কাৰ্যসূচী ঘোষণা কৰে ভাৰতবিৰোধী সংগঠন গণ অধিকাৰ পৰিষদে। আনকি চট্টগ্রামস্থিত ভাৰতীয় সহকাৰী উচ্চায়ুক্তৰ বাসভৱনলৈ দুর্বৃত্তই শিলাবর্ষণো কৰে। ফলত সমগ্র চিলেট জিলাত উত্তেজনা বৃদ্ধি পায়। এনে অৱস্থাতে মৌলবাদী সংগঠন ইনকিলাব মঞ্চই ভাৰতীয় সহকাৰী উচ্চায়ুক্তৰ বাসভৱনৰ ওচৰত অৱস্থান কৰে। এই প্রতিবাদস্থলীৰ পৰা মৌলবাদীসকলে বিভিন্ন ভাৰত বিৰোধী ধ্বনি দিয়ে।

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় উপ-উচ্চায়ুক্তালয় আৰু ভিছা কেন্দ্ৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে বুলি আৰক্ষী সূত্রই জানিবলৈ দিয়ে। নিয়োগ কৰা হৈছে অতিৰিক্ত নিৰাপত্তা বাহিনী। কোনো ব্যক্তি বা সংগঠনে যাতে অৰাজক পৰিস্থিতিৰ সুযোগ লৈ প্ৰৰোচনামূলক কাম-কাজ বা মন্তব্য কৰিব নোৱাৰে, তাৰ প্রতি লক্ষ্য ৰাখি আগতীয়াকৈ এনে সাৱধানতামূলক ব্যৱস্থা গ্রহণ কৰা হৈছে বুলি সূত্রই জনাইছে। আনহাতে, ২৪ ঘণ্টাৰ ভিতৰত হাদি হত্যাকাৰীক গ্ৰেপ্তাৰৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ ড: ইউনুছ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে ইনকিলাব মঞ্চই। অন্যথা অন্তৱর্তী চৰকাৰক পদত্যাগৰ দাবী জনাইছে সংগঠনটোৱে। কালি হাদীৰ জানাজাৰ সময়ত এই দাবী উত্থাপন কৰি ধ্বনি দিয়ে মৌলবাদী সংগঠনটোৱে। গতিকে মৌলবাদীৰ প্ৰতি নৰম ড: ইউনুছো শ’লঠেকত পৰাৰ আভাস স্পষ্ট হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: bangladesh situationIndian MEA
publisher

publisher

Related Posts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা
News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা

May 8, 2026
জলসংকটৰ আশংকা : আঠ ৰাজ্যৰ সবাতোকৈ শোচনীয় অৱস্থা অসমত
Assam

জলসংকটৰ আশংকা : আঠ ৰাজ্যৰ সবাতোকৈ শোচনীয় অৱস্থা অসমত

May 8, 2026
সৰুপথাৰৰ যুৱকে বনালে ম’বিলত জুলাব পৰা ষ্ট’ভ
Assam

সৰুপথাৰৰ যুৱকে বনালে ম’বিলত জুলাব পৰা ষ্ট’ভ

May 7, 2026
বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ
News

বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

May 7, 2026
মৰণফান্দত পৰিণত হৈছে হাজো-শিঙিমাৰী আমিনগাঁও পথ
Assam

মৰণফান্দত পৰিণত হৈছে হাজো-শিঙিমাৰী আমিনগাঁও পথ

May 7, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d