Youth Arrested:
বাংলাদেশৰ মৈমনছিং জিলাত এজন হিন্দু যুৱক দীপু দাসক হত্যাৰ সমৰ্থনত ভিডিঅ’ পোষ্ট কৰি আৰক্ষীৰ জালত ৰঙিয়াৰ যুৱক ৷ ৰঙিয়াৰ ৩নং ৱাৰ্ডৰ মহম্মদ শ্বেইফ আখটাৰ আলী নামৰ যুৱকজনৰ বিৰুদ্ধে ৰঙিয়া থানাত ৰজু হৈছে ২৮৪/২৫ নম্বৰত গোচৰ ৷
ADVERTISEMENT
উল্লেখ্য যে আটকাধীন যুৱকজনে BOLLO CHAIWALA নামৰ ফেচবুক আৰু ইনষ্টাগ্রাম একাউণ্টত পোষ্ট কৰিছিল দীপু দাসৰ হত্যাৰ সমৰ্থনত ভিডিঅ’টি ৷



































