Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

সলনি হৈছে পঁইতাচোৰাৰ শক্তি

চাপ পৰিলেই দ্ৰুতগতিৰে সিদ্ধান্ত পৰিৱৰ্তন কৰে : স্তম্ভিত গৱেষক

publisher by publisher
January 20, 2026
in News, world
Reading Time: 1 min read
0
সলনি হৈছে পঁইতাচোৰাৰ শক্তি
2
SHARES
22
VIEWS
ShareShareShareShare

পঁইতাচোৰা সচৰাচৰ মানুহৰ বাবে বিৰক্তিকৰ তথা লেতেৰা প্রাণীৰূপেই পৰিচিত। অৱশ্যে জীৱবিজ্ঞান আৰু আচৰম বিজ্ঞানত এইবিধ প্রাণী দীর্ঘদিনৰ পৰাই গৱেষণাৰ বিশেষ বিষয়, কাৰণ পঁইতাচোৰাক অত্যন্ত দীর্ঘস্থায়ী আৰু অভিযোজনক্ষম প্রাণী বুলি কোৱা হয়।

ADVERTISEMENT

সাম্প্রতিক গবেষণাত দেখা গৈছে যে চাপৰ মাজত পৰিলে পইতাচোৰাৰ সিদ্ধান্ত লোৱাৰ ধৰণ আৰু পছন্দ সলনি হৈ পৰে। অৰ্থাৎ পৰিৱেশগত অৱসাদ বা ভয়-ভীতিৰ পৰিস্থিতিত সিহঁতৰ আচৰণ স্বাভাৱিক অৱস্থাতকৈ পৃথক হৈ পৰে।

RelatedPosts

No Content Available

স্বাভাৱিক পৰিস্থিতিত পঁইতাচোৰা আচৰণ অতি পূর্বাভাসযোগ্য। উদাহৰণস্বৰূপে সিহঁতে অন্ধকাৰ আৰু আর্দ্র স্থান পছন্দ কৰে, খাদ্যৰ উৎস চিনাক্ত কৰি সেইফালে আগুৱাই যায় আৰু বিপদ দেখিলে লুকাই পৰে।

এই আচৰণবোৰ প্ৰধানকৈ প্রবৃত্তিনিৰ্ভৰ আৰু ই জীয়াই থকাত সহায় কৰে।আনহাতে, গৱেষণাই দাবী কৰিছে যে যেতিয়া পঁইতাচোৰাই চাপ অনুভৱ কৰে, তেতিয়া সিহঁতৰ সিদ্ধান্ত হঠাৎ পৰিৱৰ্তিত হয়।

উদাহৰণস্বৰূপে, যদি পোহৰ, শব্দ, কম্পন, চিকাৰীৰ আক্ৰমণ বা ৰাসায়নিক উত্তেজক দিয়া হয়; তেতিয়া সিহঁতে স্বাভাবিকতকৈ দ্রুতগতিৰে দৌৰে, নতুন দিশ বাছি লয়, কেতিয়াবা উজ্জ্বল পোহৰৰ মাজত সোমাই পৰে বা খাদ্য পছন্দ পৰিৱৰ্তন কৰে।

এই আচৰণে দেখায় যে উত্তেজনাপূর্ণ পৰিস্থিতিত সিহঁতৰ সিদ্ধান্ত গ্রহণ আৰু খেলিমেলি থকা তথা প্রত্যাহ্বানজনক হৈ পৰে।

একাংশ গৱেষকৰ মতে, এই অন্তৰালত কাম কৰে স্নায়ুতন্ত্র- যি বিপদৰ পৰা দ্রুত পলায়নৰ সংকেত দিয়ে। ষ্ট্ৰেছৰ সময়ত সিহঁতে আগৰ পেটার্ণ বা শিকা আচৰণ অনুসৰণ নকৰে, বৰঞ্চ ‘জীৱন বচোৱাৰ দ্রুত কৌশল’ বাছি লয়।

এই আচৰণ কেৱল পোক-পৰুৱা গৱেষণাৰ বাবে নহয়, বৰঞ্চ বৃহত্তৰ স্নায়ুবিজ্ঞান আৰু আচৰণ বিজ্ঞানৰ বাবেও গুৰুত্বপূৰ্ণ। কাৰণ ই দেখায় যে চাপৰ মাজত সিদ্ধান্ত লোৱাৰ ধৰণ কেৱল মানুহৰেই সমস্যা নহয়, সৰু প্ৰাণীবোৰৰ মাজতো ইয়াক দেখা যায়।

বহু ক্ষেত্ৰত মানুহৰ ‘ষ্ট্ৰেছ ডিচিচন-মেকিং’ আৰু পঁইতাচোৰাৰ প্রতিক্ৰিয়াৰ মাজতো মিল বিচাৰি পোৱা যায়।সেয়ে বিজ্ঞানীসকলে এই গৱেষণাক স্ট্রেছ, সিদ্ধান্ত গ্রহণ আৰু জীয়াই থকাৰ কৌশলক লৈ আৰু বিস্তৃত গৱেষণাৰ এক অংশৰূপেই গ্ৰহণ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cocroch
publisher

publisher

Related Posts

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী
India

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

April 27, 2026
মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!
News

মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

April 27, 2026
কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ
India

কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

April 27, 2026
কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে
News

কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d