Zubeen Garg Case:
হিয়াৰ আপোন জুবিন গাৰ্গ হত্যাকাণ্ড গোচৰত আজি হ’ব অভিযুক্তৰ জামিন আবেদনৰ শুনানি ৷ কামৰূপ জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতত হ’ব শুনানি ৷ বৰ্তমান কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত শ্যামকানু মহন্ত,অমৃতপ্ৰভা মহন্ত,জুবিনৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গার্গ,২ দেহৰক্ষী,পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই জামিনৰ বাবে সত্ৰ ন্যায়াধীশ আদালতৰ দ্বাৰস্থ হৈছিল।
ADVERTISEMENT
উল্লেখ্য যে আদালতত পাঁচ অভিযুক্তৰ জামিনৰ বিৰুদ্ধে শক্তিশালী যুক্তি প্ৰদৰ্শনৰ বাবে সাজু অসম চৰকাৰৰ পাঁচ লোক অধিবক্তা সহ জুবিন গাৰ্গ পৰিয়ালৰ দ্বাৰা নিয়োজিত অধিবক্তা ৷




































