Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    AJP Pressmeet:এগজিট প’ল সন্দৰ্ভত সংবাদমেল সম্বোধন লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাৰ

    Supreme Court :সৰ্বোচ্চ ন্যায়ালয়ত সম্পন্ন পৱন খেড়াৰ জামিনৰ শুনানি

    আজিৰে পৰা বন্ধ কাজিৰঙাৰ ‘হাতী চাফাৰী’

    আজিৰে পৰা বন্ধ কাজিৰঙাৰ ‘হাতী চাফাৰী’

    BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

    ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি

    New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Supreme Court :সৰ্বোচ্চ ন্যায়ালয়ত সম্পন্ন পৱন খেড়াৰ জামিনৰ শুনানি

ৰায়দান সুৰক্ষিত ৰাখিলে আদালতে

publisher by publisher
April 30, 2026
in News
Reading Time: 1 min read
0
Supreme Court :সৰ্বোচ্চ ন্যায়ালয়ত সম্পন্ন পৱন খেড়াৰ জামিনৰ শুনানি
1
SHARES
5
VIEWS
ShareShareShareShare

Supreme Court :

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাৰ জামিন আৱেদনৰ শুনানি বৃহস্পতিবাৰে সম্পন্ন হয় সৰ্বোচ্চ ন্যায়ালয়ত ৷ পৱন খেৰাৰ অধিবক্তাই আদালতত উল্লেখ কৰে যে তেওঁক গ্ৰেপ্তাৰ কৰাটো প্ৰয়োজনীয় নহয় কাৰণ তেওঁ আইনৰ পৰা পলায়নৰ সম্ভাৱনা কম।

ADVERTISEMENT

আনহাতে,উচচতম ন্যায়ালয়ে দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰি কংগ্ৰেছ নেতা পৱন খেৰাৰ আগতীয়া জামিন আবেদন সন্দৰ্ভত নিজৰ ৰায়দান সংৰক্ষিত ৰাখে ৷ খেৰা আৰু অসম চৰকাৰক প্ৰতিনিধিত্ব কৰা অধিবক্তাই আদালতত নিজৰ যুক্তি জোৰদাৰভাৱে দাখিল কৰে। এজন অধিবক্তাই খেৰাৰ বাবে আগতীয়া জামিন বিচাৰিছিল ৷ আনহাতে আনজনে বিৰোধিতা কৰিছিল। পৱন খেৰাক প্ৰতিনিধিত্ব কৰি অভিষেক মনু সিংভীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ “পেৰা” আৰু “পেলুংগা” বক্তব্যৰ উল্লেখ কৰে আদালতত ৷

RelatedPosts

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Guwahati High Court:পৱন খেৰাৰ আবেদনৰ ৰায় সংৰক্ষিত ৰাখিলে উচ্চ ন্যায়ালয়ে

Telangana High Court Grants 1-Week Anticipatory Bail To Congress Leader Pawan Khera:পৱন খেড়ালৈ সাময়িক সকাহ তেলেংগানা উচ্চ ন্যায়ালয়ৰ

অধিবক্তা গৰাকীয়ে আৰু উল্লেখ কৰে যে কোনো সাংবিধানিক দায়িত্বপ্ৰাপ্তই এনে ভাষা ব্যৱহাৰ কৰিব নোৱাৰে । তেওঁ লগতে কয় যে এই গোচৰত জিম্মাত জেৰাৰ প্ৰয়োজন নাই, আইনৰ পৰা আঁতৰি থকাৰ কোনো সম্ভাৱনাও নাই। আনহাতে অসম চৰকাৰৰ হৈ আদালতত উপস্থিত থকা তুষাৰ মেহতাই পৱন খেৰাৰ অন্তৱৰ্তীকালীন জামিনৰ তীব্ৰ বিৰোধীতা কৰে । অৱশেষত দুয়ো পক্ষৰ অধিবক্তা বক্তব্য শুনাৰ পিচত আদালতে সংৰক্ষিত ৰাখিলে নিজৰ ৰায় ৷

উল্লেখ্য যে কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এক সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উদ্থাপন কৰি কৈছিল যে ভূঞা শৰ্মাৰ ইজিপ্ত,ইউএই সহ তিনিখন দেশৰ পাচপোৰ্ট আছে ৷ আনহাতে খেড়াৰ এই অভিযোগে নাকচ কৰি খেড়াৰ বিৰুদ্ধে গুৱাহাটী ক্ৰাইম বাঞ্চত ৰিণিকি ভূঞা শৰ্মাই গোচৰ ৰজু কৰে খেড়াৰ বিৰুদ্ধে । এই গোচৰৰ ভিত্তিত ক্ৰাইম বাঞ্চৰ এটা দলে খেড়াৰ দিল্লীস্থিত বাসগৃহত উপস্থিত হয় যদিও খেড়াক নাপাই তেওঁৰ বাসগৃহৰ পৰা জব্দ কৰে এটা লেপটপ সহ পেইন ডাইভ জব্দ কৰে ৷

ইপিনে খেড়াই হাইদৰাবাদত আত্মগোপন কৰি থকাৰ সম্ভেদ লাভ কৰি অসম আৰক্ষীৰ ক্ৰাইম বাঞ্চৰ দল হাইদৰাবাদত উপস্থিত হয় যদিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহৈ উভতি আহে। এনে ঘটনাক্ৰমৰ মাজতে খেড়াই তেলেংগানা উচ্চ ন্যায়ালয়ৰ পৰা এসপ্তাহৰ অন্তৱৰ্তী জামিন লাভ কৰে ৷

আনহাতে খেড়াৰ এই জামিনৰ বিৰোধিতাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় অসম চৰকাৰ। চৰকাৰৰ আৱেদনৰ ভিত্তিত আদালতে শুনানি লৈ তেলেংগানা উচ্চ ন্যায়ালয়ৰ এসপ্তাহৰ অন্তৱৰ্তী জামিনত স্থগিতাদেশ জাৰি কৰি খেড়াক জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ নিৰ্দেশ দিয়ে ৷

সেই অনুসৰি খেড়াই জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীৰ জৰিয়তে জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷ আদালতত খেড়াৰ হৈ কমল নয়ন চৌধুৰীৰ লগতে দিল্লীৰ পৰা ভাৰ্ছুৱেলি অভিষেক মনু সিংভীয়ে শুনানিত অংশ লয় আৰু অসম চৰকাৰৰ হৈ আদালতত যুক্তি দাঙি ধৰে অসমৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই ৷ দুয়ো পক্ষৰ শুনানিৰ অন্তত আদালতে খেড়াৰ জামিন নাকচ কৰিছিল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: bail petitionCongress Leader Pawan Kherapassport fake caseSc Hearing
publisher

publisher

Related Posts

AJP Pressmeet:এগজিট প’ল সন্দৰ্ভত সংবাদমেল সম্বোধন লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাৰ
News

AJP Pressmeet:এগজিট প’ল সন্দৰ্ভত সংবাদমেল সম্বোধন লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাৰ

April 30, 2026
আজিৰে পৰা বন্ধ কাজিৰঙাৰ ‘হাতী চাফাৰী’
News

আজিৰে পৰা বন্ধ কাজিৰঙাৰ ‘হাতী চাফাৰী’

April 30, 2026
BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
Sports

BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

April 30, 2026
ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি
News

ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি

April 30, 2026
New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ
News

New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

April 30, 2026
ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d