Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

    মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

    সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Zubern garg Murder Case:জুবিন গাৰ্গ হত্যা গোচৰ সন্দৰ্ভত শ্যামকানু মহন্ত পত্নী অনিতা ডেকা মহন্তৰ

কোনো প্রমাণ নোহোৱাকৈ ৭ মাহ জে'লত ৰখাটো সহজ কথা নহয় ন্যায় পাম বুলি আমি আশাবাদী

publisher by publisher
April 23, 2026
in News
Reading Time: 1 min read
0
Zubern garg Murder Case:জুবিন গাৰ্গ হত্যা গোচৰ সন্দৰ্ভত শ্যামকানু মহন্ত পত্নী অনিতা ডেকা মহন্তৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

Singapur  Coroner’s Court:জুবিন গাৰ্গৰ মৃত্যুৰ চূড়ান্ত ৰায়দান ছিংগাপুৰৰ ক’ৰনাৰ্ছ আদালতৰ

Hearing:জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ জামিন আবেদন প্রত্যাহাৰ দুই অভিযুক্তৰ

Zubern garg Murder Case:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি সম্পন্ন হয় বৃহস্পতিবাৰে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত। আদালতে এই সন্দৰ্ভত ৰায় বিয়লি ভাগত ৰায়দান প্ৰদান কৰাৰ সম্ভাৱনা আছে। আনহাতে আদালতলৈ আহি শ্যামকানু মহন্তক পুনৰ নির্দোষী সজাই কেতবোৰ মন্তব্য প্ৰকাশ কৰে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই।

ADVERTISEMENT

তেওঁ কয়,শ্যামকানু মহন্তই সুৰা যোগান ধৰাৰ কোনো প্রমাণ নাই। ১৭ছেপ্টেম্বৰত দিয়া বুলি কোৱা হৈছে, ঘটনাটো হৈছে ১৯ ছেপ্টেম্বৰত।জুবিন গাৰ্গক সুৰাৰ বটল যোগান ধৰা আৰু জোৰ জবৰদস্তী ছিংগাপুৰলৈ লৈ যোৱা অভিযোগৰ কোনো প্রমাণেই নাই আৰক্ষীৰ হাতত ৷ কোনো প্রমাণ নোহোৱাকৈ ৭ মাহ জে’লত ৰখাটো সহজ কথা নহয়৷ন্যায় পাম বুলি আমি আশাবাদী ৷আনৰ ভাষ্যৰ আধাৰত বিচাৰ চলিছে। আদালতত তথ্য প্রমাণ দাখিল কৰিব পৰা নাই আৰক্ষীয়ে। শ্যামকানু মহন্তই সুৰা যোগান ধৰাৰ কোনো প্রমাণ নাই। ১৭ছেপ্টেম্বৰত দিয়া বুলি কোৱা হৈছে, ঘটনাটো হৈছে ১৯ ছেপ্টেম্বৰত। জুবিনক জোৰ-জবৰদস্তি নিয়াৰ কোনো প্রমাণ নাই।”

আনহাতে জুবিনৰ নিচিনা ইমান ডাঙৰ এটা সত্বা আমাৰ মাজৰ পৰা গুছি গৈছে। এটা ডাঙৰ সাংস্কৃতিক শূন্যতা হৈছে, এই শূন্যতা আমি সৃষ্টিশীলতাৰে পূৰ্ণ কৰিব লাগিছিল, হিংসা-খঙেৰে নহয়। নতুন নতুন সংগীত সৃষ্টি কৰি আগবাঢ়িব লাগিছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰি অনিতা ডেকা মহন্তই শ্যামকানু মহন্তৰো কিমান বেয়া লাগিছে, জুবিন গাৰ্গ তেওঁৰ নলে-গলে লগা বন্ধু। জুবিন গার্গে শ্যামকানু মহন্তৰ সপোনবোৰ প্ৰথমদিনাৰ পৰাই সমৰ্থন কৰিছিল। শ্যামকানু মহন্তয়ো নিজৰ এজন শুভাকাংক্ষী হেৰুৱাইছে ৷

জুবিনৰ ন্যায় আমিও বিচাৰিছো। জুবিনে অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ নিজে গৈছিল ছিংগাপুৰ। আনকি জুবিনক এখন পঞ্চতাৰকা হোটেলৰ বিলাসী কোঠাত ৰখা হৈছিল ৷ য়ট পাৰ্টীৰ কথা শ্যামকানু মহন্তই নাজানিছিল। ঘটনাৰ সময়ত ৫০ কিলোমিটাৰ দূৰত্বত এখন মিটিঙতহে ব্যস্ত আছিল শ্যামকানু মহন্ত। আনকি মই নিজেও ছিংগাপুৰত উপস্থিত আছিলো সেই অনুষ্ঠানৰ বাবে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Anita deka mahantaCommentzubeen garg death case
publisher

publisher

Related Posts

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ
Assam

গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

September 3, 2026
আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ
Assam

আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

September 3, 2026
মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ
Assam

মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

September 3, 2026
সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা
International

সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d