Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home insurance

ঋণৰ বোজা কম কৰিব পৰাকৈ কেইটামান জৰুৰী দিহা…

publisher by publisher
January 25, 2026
in insurance
Reading Time: 1 min read
0
ঋণৰ বোজা কম কৰিব পৰাকৈ কেইটামান জৰুৰী দিহা…
1
SHARES
8
VIEWS
ShareShareShareShare

ঋণ লৈ ঘৰ বা ফ্লেট এটা কিনাৰ পাছত ইএমআই গণনা কৰি জানো কোনো লাভ আছে? বৰঞ্চ মাহেকীয়া কিস্তিত দুপইচা কেনেকৈ ৰাহি কৰিব পাৰি তাৰ পৰিকল্পনাতহে বেছি গুৰুত্ব দিয়া উচিত। বিশ্বাস – কৰক, এই পইচা বচোৱাৰ ইচ্ছাই আপোনাৰ ক্ষুদ্র চখবোৰ পূৰণ কৰি সুখী কৰি তুলিব পাৰে আপোনাক। বহু সময়ত প্রশ্ন উঠে, সঁচাকৈয়ে ইএমআই হ্রাস কৰাৰ কিবা উপায় আছেনে?

ADVERTISEMENT

ঋণ পৰিশোধ কৰাৰ উপায় সৰল কৰিব পৰা বা ঋণৰ মাহেকীয়া কিস্তিৰ হেঁচা অলপ হ’লেও হ্রাস কৰিব পৰা উপায় কি? এক পৰিসংখ্যা অনুসৰি, আমাৰ দেশৰ ৮০ শতাংশ মানুহেই কোনোবাটো নহয় কোনেবাটো বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ গ্রহণ কৰে। ঋণ লোৱাজনে সাধাৰণতে এক দীর্ঘ সময়ৰ বাবে ইএমআই বা মাহিলি কিস্তিত এই ঋণ পৰিশোধ কৰিব লাগে।

RelatedPosts

No Content Available

দীর্ঘকালীনভাবে দিবলগীয়া এই ঋণ বেছিভাগৰে বাবে বোজা হৈ পৰে। মাত্রাধিক ধাৰৰ বোজাত বহু লোকৰ ব্যক্তিগত জীৱনৰ সুখ-শান্তি নোহোৱা হৈ পৰে। কিন্তু ঋণ লোৱাজনে ইচ্ছা কৰিলে এই মানসিক ক্লান্তিৰ পৰা সহজতে মুক্তি পাব পাবে। ঋণৰ বোজা কমাব পৰা কেতবোৰ সহজ উপায় আছে। আহকচোন সেই বিষয়ে কিছু কথা জানো…

হাইব্রিড ঋণ

এই ধৰণৰ ঋণ আঁচনিত কিছু সময়ৰ বাবে নির্দিষ্ট সুতৰ হাৰৰ ওপৰত ভিত্তি কৰি ঋণৰাশি দিয়া হয়। কিন্তু পাছত হাইব্রিড ঋণৰ ক্ষেত্রত ফ্লোটিং বেট অনুসৰি সুতৰ হাৰ নিৰ্ধাৰণ কৰা হয়। অর্থাৎ প্রথম তিনি বছৰৰ সুতৰ পাছত গ্রাহকে সুতৰ ভাসমান হাৰ বা সুতৰ পৰিৱৰ্তনশীল হাব বাছি ল’ব পাৰে। নতুন সুতৰ হাৰৰ গাঁথনি বাছনি কৰক

২০১৯ৰ পাছৰে পৰা আমাৰ দেশৰ বিত্তীয় প্রতিষ্ঠানসমূহব সকলো ঋণ এক্সটার্পেল বেঞ্চমার্ক বেট (External Benchmark Rate) অর্থাৎ ৰেপ’ৰ স’তে জড়িত হাৰৰ ভিত্তিত নির্ধাৰণ কৰাৰ নিয়ম চলি আহিছে যদিও পুৰণি ঋণগ্রহীতাই সুতৰ হাৰ পৰিৱৰ্তনৰ বাবে আবেদন কৰিলে ইবিআৰ পদ্ধতিৰ জৰিয়তে সলনি কৰাটো সম্ভব। কিয়নো গ্রাহকে উন্নত ক্রেডিট স্ক’ৰৰ ভিত্তিত সুতৰ হাৰ হ্রাস কৰিবলৈ বেংকত নিজাববীয়াকৈ আবেদন কৰিব পাৰে। এই সুবিধাৰ বিষয়ে অবশ্যে বহু গ্রাহকেই নাজানে।

আন বেংকৰ ঋণৰ সুতৰ হাৰ জনাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ আপুনি দি থকা সুতৰ হাৰৰ লগতে আন বেংকৰ সুতৰ হাৰৰ ওপৰতো চকু ৰাখক। যদি আপুনি কম সুতৰ হাৰৰ কোনো সম্ভেদ বিচাৰি পাইছে, তেন্তে ঋণদাতা বেংক বা প্রতিষ্ঠানটো সলনি কৰাৰ কথাও চিন্তা কৰিব পাৰে।

ক্রেডিট স্ক’ৰক আপোনাৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰক:

যদি আপুনি ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত সঠিক অনুশাসন নিশ্চিত কৰে, তেন্তে আপুনি ইয়াৰ পুৰস্কাৰৰো যোগ্য। উন্নত ক্রেডিট স্ক’বৰ ভিত্তিত গ্রাহকে সুতৰ হাৰ হ্রাস কৰিবলৈ বেংকত আবেদন কৰিব পাৰে।

কার্যকাল বৃদ্ধি:

যদি আপুনি বৃদ্ধি পোৱা ইএমআই পৰিশোধ কৰাত অসুবিধা পায়, তেন্তে আপুনি ঋণদাতাক ম্যাদ বৃদ্ধিৰ মাধ্যমৰে মাহেকীয়া কিস্তি হ্রাস কৰিবলৈ অনুৰোধ কৰিব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: EMI
publisher

publisher

Related Posts

মাহে ২০০ টকাকৈ বিনিয়োগ কৰি বছৰি ৭২ হেজাৰ টকাৰ পেন্সন
insurance

March 30, 2026
ৰাষ্ট্ৰীয় পেন্সন আঁচনিত বিনিয়োগৰ সুবিধা
insurance

ৰাষ্ট্ৰীয় পেন্সন আঁচনিত বিনিয়োগৰ সুবিধা

February 10, 2026
দীর্ঘম্যাদী এই আঁচনিত লাভসুনিশ্চিত
insurance

দীর্ঘম্যাদী এই আঁচনিত লাভসুনিশ্চিত

February 1, 2026
ইপিএফঅ’ক দৰমহাৰ সীমা সংশোধনৰ সিদ্ধান্ত গ্ৰহণৰ নিৰ্দেশ
insurance

ইপিএফঅ’ক দৰমহাৰ সীমা সংশোধনৰ সিদ্ধান্ত গ্ৰহণৰ নিৰ্দেশ

January 11, 2026
আধাৰৰ স’তে সংযোগ নকৰিলে নতুন বর্ষত নিষ্ক্রিয় হ’ব পেন
insurance

আধাৰৰ স’তে সংযোগ নকৰিলে নতুন বর্ষত নিষ্ক্রিয় হ’ব পেন

December 28, 2025
ম্যাদপূৰণৰ সময়ত বৃহৎ ধনৰাশি পাব এই এনডাউমেন্ট আঁচনিত
insurance

ম্যাদপূৰণৰ সময়ত বৃহৎ ধনৰাশি পাব এই এনডাউমেন্ট আঁচনিত

December 16, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d