Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আলাস্কাৰ তুষাৰৰ মাজত জীৱন্তে উদ্ধাৰ এটি কুকুৰ

    ৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে

    এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ

    বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক

    মুম্বাইত টাইগাৰ শ্ৰফলৈ গুলিবর্ষণ দুর্বৃত্তৰ : কথমপি প্ৰাণৰক্ষা, চালক আহত দুই

    অগ্নিগর্ভ ফ্রান্স, ক্ষুব্ধ জনতাই জুলালে ঐতিহাসিক কীর্তিচিহ্ন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home insurance

মাহে ২০০ টকাকৈ বিনিয়োগ কৰি বছৰি ৭২ হেজাৰ টকাৰ পেন্সন

বিবাহিত দম্পতীৰ বাবে উৎকৃষ্ট পেন্সন আঁচনি

publisher by publisher
March 30, 2026
in insurance
Reading Time: 1 min read
0
মাহে ২০০ টকাকৈ বিনিয়োগ কৰি বছৰি ৭২ হেজাৰ টকাৰ পেন্সন
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

আলাস্কাৰ তুষাৰৰ মাজত জীৱন্তে উদ্ধাৰ এটি কুকুৰ

৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে

এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ

আপুনি যদি বিবাহিত, তেন্তে আপোনাৰ বাবে এক দৰকাৰী আৰু লাভজনক চৰকাৰী আঁচনিৰ বিষয়ে আজি জনাবলৈ ওলাইছো। এই আঁচনিখনৰ নাম হৈছে প্রধানমন্ত্রী শ্রম যোগী মান-ধন বা পিএম-এছৱাইএম।

ADVERTISEMENT

অৱসৰ পৰিকল্পনাৰ বাবে অসংগঠিত খণ্ডত কাম কৰা যিকোনো বিবাহিত ব্যক্তিয়ে এই আঁচনিত বিনিয়োগ কৰিব পাৰে। এই আঁচনিখনত বিনিয়োগকাৰীৰ ধন সুৰক্ষিত থকাৰ লগতে ন্যায্য বিটার্ণো পাব পৰা যায়।

দেশৰ অসংগঠিত খণ্ডৰ কর্মীসকলক আর্থিক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে ২০১৯৩ নৰেন্দ্ৰ মোদী চৰকাৰে এই পেন্সন আঁচনিখন আৰম্ভ কৰিছিল। এই আঁচনিত বিবাহিত দম্পতীয়ে প্রতিমাহে মাত্র ২০০ টকাকৈ বিনিয়োগ কৰিলেই অৱসৰৰ সময়ত বছৰি ৭২ হেজাৰ টকা পর্যন্ত পেন্সন লাভ কৰিব পাৰে।

বিনিয়োগৰ বাবে যোগ্যতাৰ চৰ্তঃ

গৃহ পৰিচাৰক-পৰিচাৰিকা, পদপথৰ দোকানী, ইটা ভাটাৰ শ্রমিক, মুচি, ৰিক্সাচালক, ভূমিহীন শ্রমিক, নির্মাণ কর্মী, কৃষি শ্রমিক, বিড়ি কাৰখানাত কাম কৰা শ্রমিক,শিপিনী, চামৰাৰ শ্রমিক আদিকে ধৰি সেইসকল শ্রমিকে এই আঁচনিৰ সুবিধা পাব পাৰে যিসকলৰ মাহিলি আয় প্রতিমাহে ১৫,০০০ টকাতকৈ কম আৰু বয়স ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত। তদুপৰি কেৱল বিবাহিতসকলেহে এই আঁচনিখনত বিনিয়োগ কৰিব পাৰে।

এই আঁচনিত বিনিয়োগৰ ক্ষেত্ৰত আন এক চর্ত এই যে নিউ পেন্সন আঁচনি বা এনপিএছ, ই এছআইচি বা ইপিএফঅ’ আঁচনিত বিনিয়োগ কৰা ব্যক্তিয়ে এই আঁচনিসমূহত বিনিয়োগ কৰিব নোৱাৰিব।

কেনেকৈ পাব ৭২ হেজাৰ টকাৰ বার্ষিক পেন্সন?

এই আঁচনিখনত এহাল দম্পতীয়ে প্রতিমাহে ২০০ টকাকৈ বিনিয়োগ কৰিব লাগে। অর্থাৎ এবছৰত মুঠ ১২০০ টকা দিব লাগে। ধৰি লওক দম্পতীহালৰ বয়স ৩০ বছৰ। গতিকে, তেওঁলোকে ৬০ বছৰ বয়সলৈকে প্রায় ৩৬,০০০ টকা সঞ্চয় কৰিব লাগিব। ৬০ বছৰ বয়সৰ পাছত দম্পতীৰ যেতিয়া অৱসৰৰ সময় হ’ব, তেতিয়া সুত সহ বার্ষিক পেন্সন হিচাপে লাভ কৰিব পাৰিব ৭২ হেজাৰ টকা।

প্রধানমন্ত্রী শ্রম যোগী মান-ধন আঁচনিৰ দুটা মূল বৈশিষ্ট্য:ন্যূনতম নিশ্চিত পেন্সনঃপিএম-এছৱাইএম আঁচনিৰ অধীনত প্রতিজন গ্রাহকে ৬০ বছৰ বয়সত ন্যূনতম ৩,০০০ টকাৰ পেন্সন লাভকৰিব।

পাৰিবাৰিক পেন্সন: পেন্সন লাভকৰি থকা অৱস্থাত কোনো গ্রাহকৰ মৃত্যু হ’লে তেওঁৰ পত্নীয়ে মৃত গ্রাহকে পাবলগীয়া পেন্সনৰ ৫০ শতাংশ পৰিয়াল পেন্সন হিচাপে লাভ কৰিব। অর্থাৎ মাহে ৩০০০ টকা পেন্সন পালে পত্নীয়ে মৃত্যুৰ পাছত ১৫০০ টকা পাব। অৱশ্যে পৰিয়াল পেন্সনৰ সুবিধা কেৱল পত্নীয়েহে পায়। পত্নীৰ মৃত্যু হ’লে স্বামীয়ে এই সুবিধা নাপায়।

এই আঁচনিখনত কেনেকৈ নামভর্তি কৰিব?

ম’বাইল নম্বৰ, বেংকৰ জমা একাউণ্ট আৰু আধাৰ নম্বৰৰে এই আঁচনিখনত সহজে বিনিয়োগ কৰিব পাৰি। ইয়াৰ বাবে এজন ব্যক্তিয়ে ওচৰৰ সাধাৰণ সেৱা কেন্দ্রলৈ যাব লাগিব। আধাৰ নম্বৰ আৰু বেংকৰ জমা একাউন্ট বা জন-ধন একাউন্ট নম্বৰ ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰী শ্রম যোগী মান-ধন আঁচনিত নামভর্তি কৰিব পাৰিব

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

ৰাষ্ট্ৰীয় পেন্সন আঁচনিত বিনিয়োগৰ সুবিধা
insurance

February 10, 2026
দীর্ঘম্যাদী এই আঁচনিত লাভসুনিশ্চিত
insurance

দীর্ঘম্যাদী এই আঁচনিত লাভসুনিশ্চিত

February 1, 2026
ঋণৰ বোজা কম কৰিব পৰাকৈ কেইটামান জৰুৰী দিহা…
insurance

ঋণৰ বোজা কম কৰিব পৰাকৈ কেইটামান জৰুৰী দিহা…

January 25, 2026
ইপিএফঅ’ক দৰমহাৰ সীমা সংশোধনৰ সিদ্ধান্ত গ্ৰহণৰ নিৰ্দেশ
insurance

ইপিএফঅ’ক দৰমহাৰ সীমা সংশোধনৰ সিদ্ধান্ত গ্ৰহণৰ নিৰ্দেশ

January 11, 2026
আধাৰৰ স’তে সংযোগ নকৰিলে নতুন বর্ষত নিষ্ক্রিয় হ’ব পেন
insurance

আধাৰৰ স’তে সংযোগ নকৰিলে নতুন বর্ষত নিষ্ক্রিয় হ’ব পেন

December 28, 2025
ম্যাদপূৰণৰ সময়ত বৃহৎ ধনৰাশি পাব এই এনডাউমেন্ট আঁচনিত
insurance

ম্যাদপূৰণৰ সময়ত বৃহৎ ধনৰাশি পাব এই এনডাউমেন্ট আঁচনিত

December 16, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d