Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home insurance

আধাৰৰ স’তে সংযোগ নকৰিলে নতুন বর্ষত নিষ্ক্রিয় হ’ব পেন

publisher by publisher
December 28, 2025
in insurance
Reading Time: 1 min read
0
আধাৰৰ স’তে সংযোগ নকৰিলে নতুন বর্ষত নিষ্ক্রিয় হ’ব পেন
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

প্ৰেমৰ বীমা কৰিছিল প্রেমিকে: বিয়াৰ পাছত মহিলাই পালে লক্ষাধিক টকা

ইণ্ডিয়া পোষ্ট পেমেন্টণ্টছ বেংকৰ দুৰ্ঘটনা বীমা

প্ৰেমত প্ৰতাৰিত হ’লে ল’ব পাৰিব বীমাৰ সুবিধা 

Adhar card:✒️প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ডিজিটেল ভাৰতৰ সপোন পূৰণ কৰাৰ স্বাৰ্থত বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে। ইয়াৰ বাবে মোদী চৰকাৰে আধাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি পেন কার্ডলৈকে সকলো এতিয়া ডিজিটেল ৰূপত উপলব্ধ কৰিছে।

ADVERTISEMENT

এই উপলব্ধতা বৃদ্ধি কৰাৰ উদ্দেশ্যেই আধাৰ কাৰ্ডৰ স’তে পেন কার্ড সংযোগ কৰাটোও বাধ্যতামূলক কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা। আধাৰ কাৰ্ডৰ স’তে পেন কার্ড সংযোগ কৰাৰ সন্দৰ্ভত আয়কৰ বিভাগে দীর্ঘদিন ধৰি ৰাইজক সকীয়াই আহিছে যদিও অদ্যাপি বহু ভাৰতীয়ই এই নির্দেশনা পালন কৰা নাই।

ইয়াৰ পূৰ্বে মোদী চৰকাৰে কে’বাবাৰো আধাৰ আৰু পেন কার্ড সংযোগৰ সময়সীমা বৃদ্ধি কৰিছে যদিও এইবাৰ এই সময়সীমা বৃদ্ধি কৰা নহ’ব বুলি আয়কৰ বিভাগে অৱগত কৰিছে। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ এই সন্দর্ভত এক নতুন নির্দেশনা জাৰি কৰিছে। এই নির্দেশনা মতে কিছুমান বিশেষ শ্ৰেণীৰ পেন কার্ডধাৰী লোকে চলিত এই ২০২৫ৰ অন্তিম দিন, অর্থাৎ ৩১ ডিচেম্বৰৰ ভিতৰত নিজৰ পেন আধাৰৰ স’তে সংযোগ কৰিব লাগিব।

যদি এই প্রক্রিয়াটো সময়সীমাৰ ভিতৰত সম্পূর্ণ নহয়, তেতিয়া ২০২৬ৰ পহিলা জানুৱাৰীৰ পৰা পেন নিষ্ক্রিয় হৈ পৰিব।বৃহৎ পৰিসৰৰ বিত্তীয় লেনদেন বা কেৱাইচি সম্পর্কীয় লেনদেন কৰা লোকসকল যেনে আয়কৰ ৰিটার্ণ দাখিল কৰা, বেংকিং বা বিনিয়োগৰ লেনদেন, ষ্টক মার্কেটৰ লেনদেন, মিউচুৱেল ফাণ্ড বা বৃহৎ মূল্যৰ লেনদেন কৰা কৰদাতা, বিনিয়োগকাৰী আৰু যিকোনো ব্যক্তিৰ ক্ষেত্ৰত এই নিয়ম প্রযোজ্য হ’ব।

আধাৰৰ স’তে পেন কেনেদৰে সংযুক্ত কৰিব? প্রথমে আপুনি আয়কৰ বিভাগৰ ই-ফাইলিং প’র্টেললৈ যাব লাগিব। তাৰ পাছত স্ক্রীণৰ বাঁওফালে থকা লিংক আধাৰ অপছনত ক্লিক কৰক। যদি পুনঃনির্দেশিত হয়, আপুনি আপোনাৰ পেন নম্বৰ, আধাৰ নম্বৰ আৰু নাম জমা কৰিব লাগিব।

এতিয়া আপুনি কেপচা কোড ইনষ্টল কৰিব লাগিব। তাৰ পাছত লিংক আধাৰ বিকল্পত ক্লিক কৰিলে পেন-আধাৰ লিংক পদ্ধতি সম্পূর্ণ হ’ব।

প্রসংগক্রমে উল্লেখ কৰিব পাৰি, চলিত বৰ্ষৰে এপ্ৰিলত এক অধিসূচনা যোগে চিবিডিটিয়ে উল্লেখ কৰিছিল যে আধাৰ নম্বৰৰ পৰিৱৰ্তে আধাৰ নামভর্তি আইডি ব্যৱহাৰ কৰি পেন লাভ কৰাসকলে এতিয়া ২০২৫ৰ ৩১ ডিচেম্বৰৰ ভিতৰত মূল আধাৰ নম্বৰৰ স’তে পেন সংযোগ কৰিব লাগিব।

এই সময়সীমাৰ ভিতৰত লিংক কৰিলে কোনো অতিৰিক্ত জৰিমনা নাথাকিব। অৱশ্যে ধাৰা ২৩৪ এইছৰ অধীনত আন পেন ধাৰীসকলৰ বাবে ১০০০ টকাৰ মাচুল এতিয়াও প্রযোজ্য হ’ব। বিশেষকৈ যিসকলৰ পেন ২০১৭ৰ পহিলা জুলাইৰ পূৰ্বে জাৰি কৰা হৈছিল আৰু এতিয়াও আধাৰিৰ স’তে সংযোগ কৰা হোৱা নাই, তেওঁলোকৰ ক্ষেত্ৰত এই মাচুল প্রযোজ্য হ’ব।

পেন কিদৰে সক্ৰিয় কৰিব?

নিষ্ক্রিয় পেন পুনৰ সক্রিয় কৰিবলৈ ১০০০ টকা জৰিমনা আৰু আধাৰৰ স’তে সংযোগ কৰিব লাগিব। সাধাৰণতে ৩০ দিনৰ ভিতৰত পেন পুনৰ সক্রিয় হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Insurance
publisher

publisher

Related Posts

মাহে ২০০ টকাকৈ বিনিয়োগ কৰি বছৰি ৭২ হেজাৰ টকাৰ পেন্সন
insurance

March 30, 2026
ৰাষ্ট্ৰীয় পেন্সন আঁচনিত বিনিয়োগৰ সুবিধা
insurance

ৰাষ্ট্ৰীয় পেন্সন আঁচনিত বিনিয়োগৰ সুবিধা

February 10, 2026
দীর্ঘম্যাদী এই আঁচনিত লাভসুনিশ্চিত
insurance

দীর্ঘম্যাদী এই আঁচনিত লাভসুনিশ্চিত

February 1, 2026
ঋণৰ বোজা কম কৰিব পৰাকৈ কেইটামান জৰুৰী দিহা…
insurance

ঋণৰ বোজা কম কৰিব পৰাকৈ কেইটামান জৰুৰী দিহা…

January 25, 2026
ইপিএফঅ’ক দৰমহাৰ সীমা সংশোধনৰ সিদ্ধান্ত গ্ৰহণৰ নিৰ্দেশ
insurance

ইপিএফঅ’ক দৰমহাৰ সীমা সংশোধনৰ সিদ্ধান্ত গ্ৰহণৰ নিৰ্দেশ

January 11, 2026
ম্যাদপূৰণৰ সময়ত বৃহৎ ধনৰাশি পাব এই এনডাউমেন্ট আঁচনিত
insurance

ম্যাদপূৰণৰ সময়ত বৃহৎ ধনৰাশি পাব এই এনডাউমেন্ট আঁচনিত

December 16, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d