Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

পঢ়া কোঠাতে পৰমাণু চিমনী তৈয়াৰ কৰিলে ১২ বছৰীয়া বালকে

মার্কিন শিশুৰ প্ৰতিভাত অবাক বিজ্ঞানীমহল

publisher by publisher
February 22, 2026
in News, world
Reading Time: 1 min read
0
পঢ়া কোঠাতে পৰমাণু চিমনী তৈয়াৰ কৰিলে ১২ বছৰীয়া বালকে
1
SHARES
8
VIEWS
ShareShareShareShare

এজন অভিজ্ঞ বিজ্ঞানীয়ে যি কৃতিত্ব অৰ্জনৰ স্বপ্ন দেখে, যাৰ প্ৰয়োজন হয় আধুনিক গৱেষণাগাৰৰ। অথচ নিজৰ ঘৰত বহিয়েই তেনে এক কাম কৰিলে আমেৰিকাৰ ডালাছৰ এটি ১২ বছৰীয়া শিশুরে। এইডেন মেকমিলান নামৰ এই বিস্ময় বালকে নিজৰ ঘৰতে তৈয়াৰ কৰিলে এক পাৰমাণৱিক চিমনী।

ADVERTISEMENT

এই ঘটনাই সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলৰ মাজত আলোড়ন তুলিছে। অসম্ভবক কিদৰে এই বিস্ময় বালকে সম্ভৱ কৰিলে বুলিও প্রশ্ন উঠিছে। একাধিক মার্কিন সংবাদ পত্রই জনাইছে যে ডালাছ ইন্ডিপেন্ডেন্ট স্কুল ডিস্ট্রিক্টৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ এইডেন। তেওঁ নিজৰ পড়া আৰু খেলা কোঠাতে তৈয়াৰ কৰিছে এক নিউক্লিয়াৰ ফিউজন ৰিয়েক্টৰ।

RelatedPosts

ইৰাণত উত্তেজনা অব্যাহত, ভাৰতীয়সকলক তৎক্ষণাৎ দেশ ত্যাগৰ নিৰ্দেশ

যুদ্ধৰ মাজতে নাটকীয় পৰিৱর্তনঃ দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

শীঘ্রেই কর্মহীন হ’ব লাখ লাখ চালক!

বিগত চাৰি বছৰ ধৰি গৱেষণা চলাই শিশুটিয়ে সমগ্র বিশ্বকে অবাক কৰি তুলিছে। প্রাপ্ত তথ্য অনুসৰি, মাত্ৰ আঠ বছৰ বয়সতে এইডেনে এই প্রকল্পৰ কাম আৰম্ভ কৰে। প্ৰথম দুবছৰ এইডেনে নিউক্লিয়াৰ ফিজিক্স আৰু ফিউজনক লৈ পঢ়া-শুনা কৰে। ইয়াৰ পাছত এইডেনে সেই মেচিনৰ প্ৰাথমিক ৰূপ (ভাৰ্ছন) তৈয়াৰ কৰিবলৈ আৰম্ভ কৰে।

অৱশ্যে এইডেনৰ এই কামত তেওঁৰ সহকাৰীও আছিল। পৰমাণু চিমনী তৈয়াৰ কৰাত প্ৰতিভাৱান শিশুটিক সহায় কৰিছে ‘লঞ্চপেড’ নামৰ এক প্রতিষ্ঠানে। বিজ্ঞান আৰু প্রকৌশলত উচ্ছাভিলাষী গৱেষণাত শিক্ষার্থীসকলক সহায় কৰে এই প্রতিষ্ঠানে। ইয়াৰ পাছতো একাধিক বাধা অতিক্ৰম কৰি চাৰি বছৰৰ পৰিশ্ৰমক বাস্তৱত পৰিণত কৰে বিস্ময় বালকে।

এটা সময়ত যন্ত্ৰটোৱে নিউট্রনৰ উৎপাদন আৰম্ভকৰে। বিশ্বৰ সৰ্বকনিষ্ঠ ব্যক্তিৰূপে পৰমাণু চিমনী তৈয়াৰ কৰি গীনেছ ৱৰ্ল্ড ৰেকৰ্ডছত নাম তোলাৰ সপোন দেখিছে ১২ বছৰৰ এইডেনে। তেওঁ সাংবাদিকক জনাইছে যে এই কাম একেবাৰে সহজ নাছিল। কেতিয়াবা তৃপ্তিদায়ক, কেতিয়াবা আকৌ হতাশাজনক অভিজ্ঞতাৰ সন্মুখীন হৈছে এইডেন। আচল কথাটো হৈছে, এটি ১২ বছৰীয়া শিশুৰ কাণ্ডত বিজ্ঞানী মহলো অবাক হৈ পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AmericaNuclear Reactor
publisher

publisher

Related Posts

Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d