Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Dr. Tara Prasad Das:পাকাবেতবাৰীৰ অগপ প্রার্থী ড: তাৰাপ্ৰসাদ দাসৰ জাতিগত প্রমাণপত্র অবৈধ ঘোষণা

সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগে ড:দাসৰ জাতিগত প্রমাণপত্র অবৈধ ঘোষণা কৰে, শীঘ্ৰে মনোনয়ন বাতিল কৰি গ্ৰেপ্তাৰৰ দাবী অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ

publisher by publisher
March 24, 2026
in News
Reading Time: 1 min read
0
Dr. Tara Prasad Das:পাকাবেতবাৰীৰ অগপ প্রার্থী ড: তাৰাপ্ৰসাদ দাসৰ জাতিগত প্রমাণপত্র অবৈধ ঘোষণা
3
SHARES
28
VIEWS
ShareShareShareShare

Dr. Tara Prasad Das:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–বিপদত ড:তাৰা প্ৰসাদ দাস ৷ যিকোনো মুহূৰ্ততে বাতিল হ’ব পাৰে পাকাবেতবাৰীৰ অগপ প্ৰাৰ্থী ড:তাৰা প্ৰসাদ দাসৰ মনোনয়ন ৷ ড:দাসৰ বিৰুদ্ধে উদ্থাপিত হৈছিল ভুৱা অনুসূচিত জাতি প্ৰমাণ পত্ৰ লৈ নিৰ্বাচন খেলা ৷ ইতিমধ্যে উদ্থাপিত অভিযোগৰ ভিত্তিত ড: তাৰাপ্ৰসাদ দাসৰ জাতিগত প্রমাণপত্র অবৈধ ঘোষণা সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৷

ADVERTISEMENT

সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্যিক ভিত্তিক উচ্চ পৰ্যায়ৰ তদন্ত সমিতিয়ে বৰপেটা জিলা আয়ুক্তৰ প্ৰতিবেদন আৰু চিআইডিৰ তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত পাকাবেতবাৰীৰ অগপ প্রার্থী তথা প্ৰাক্তন বিধায়ক ড: দাসৰ জাতিগত প্রমাণপত্র অবৈধ ঘোষণা কৰে ৷

RelatedPosts

Admission to medical with fake caste certificate:ফুকন-গগৈ-কলিতা কেতিয়াৰ পৰা চাহ জনগোষ্ঠী হ’ল? ভুৱা জাতিগত প্রমাণপত্ৰৰে মেডিকেলত

তদন্তৰ প্ৰতিবেদনত উল্লেখ কৰা মতে, বৰপেটা জিলা অনুসূচিত জাতি পৰিষদৰ নামত ভুৱা পত্ৰ ব্যৱহাৰ কৰাৰ লগতে বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ক বিপথে পৰিচালনা কৰি অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ লাভ কৰিছিল৷ সোমবাৰে এই কথা স্পষ্ট কৰিছে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্যিক ভিত্তিক উচ্চ পৰ্যায়ৰ তদন্ত সমিতিয়ে৷ প্ৰাক্তন বিধায়ক তথা অগপ নেতা ড: তাৰাপ্ৰসাদ দাসে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বৰপেটা বিধানসভা সমষ্টিত নিৰ্বাচন খেলিবলৈ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰাৰ পিছতে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদকে ধৰি কেইবাটাও সংগঠনে দিয়া অভিযোগৰ ভিত্তিত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্যিক ভিত্তিক উচ্চ পৰ্যায়ৰ তদন্ত সমিতিয়ে তদন্ত ঘোষণা কৰিছিল ৷

সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ নিৰ্দেশ মতে, অসম আৰক্ষীৰ চিআইডিয়ে তদন্ত কৰে৷ তদন্তত তাৰা প্ৰসাদ দাস অথবা তেওঁৰ পৰিয়ালৰ কোনো সদস্য যেনে ভাতৃসকলৰ কোনো বৈধ অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰৰ অধিকাৰী নহয় বুলি ওলাই পৰে। বৰপেটা জিলা অনুসূচিত জাতি পৰিষদে তেওঁ অনুসূচিত জাতিৰ লোক বুলি প্ৰমাণপত্ৰ দিয়া নাছিল৷ বৰপেটা জিলা অনুসূচিত জাতি পৰিষদৰ ২২/০২/২০২৫ তাৰিখৰ AAJP/BAR/1312 পত্ৰ যোগে তাৰা প্ৰসাদ দাসে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ লাভ কৰিছিল৷ কিন্তু তাৰা প্ৰসাদ দাসক বৰপেটা জিলা অনুসূচিত জাতি পৰিষদে AAJP/BAR/1312 নম্বৰৰ কোনো পত্ৰই দিয়া নাছিল৷ পৰিষদৰ তথ্য মতে AAJP/BAR/1312 ছিৰিয়েল নম্বৰটো আন এজন ব্যক্তি মাইনা মণ্ডলক দিয়া হৈছিল। চিআইডিয়ে স্পষ্ট কৰিছে যে তাৰা প্ৰসাদ দাস অনুসূচিত জাতিৰ লোক নহয়।

WhatsApp Image 2026 03 24 at 2.32.42 PMইপিনে বৰপেটা জিলা আয়ুক্তই ০৪/১০/২০২৫ তাৰিখৰ CAG-1/2022/324 নম্বৰৰ এক প্ৰতিবেদন দিয়ে৷ জিলা আয়ুক্তৰ প্ৰতিবেদনত কোৱা হৈছে যে তাৰা প্ৰসাদ দাসে লাভ কৰা জাতিগত প্ৰমাণ পত্ৰ জাল নথিৰ ওপৰত আধাৰিত৷ তেওঁ জাল নথিপত্ৰ দাখিল কৰি জিয়া আয়ুক্তৰ কাৰ্যালয়ৰ পৰা অনলাইন জাতিগত প্ৰমাণ পত্ৰ লাভ কৰিবলৈ প্ৰশাসনক বিভ্ৰান্ত কৰিছিল। আজি ৰাজ্যিক ভিত্তিক উচ্চ পৰ্যায়ৰ তদন্ত সমিতিয়ে চিআইডিৰ প্ৰতিবেদন, বৰপেটা জিলা আয়ুক্তৰ প্ৰতিবেদনসমূহ পৰীক্ষা কৰি তাৰা প্ৰসাদ দাস অনুসূচিত জাতিৰ লোক নহয় বুলি স্পষ্ট কৰে৷ লগতে জাতিগত প্ৰমাণপত্ৰ জাৰি কৰা কৰ্তৃপক্ষক শীঘ্ৰে শ তাৰা প্ৰসাদ দাসৰ প্ৰমাণপত্ৰখন বাতিল কৰিবলৈ পৰামৰ্শ দিছে৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে এক বিবৃতিত কয় যে ,সংশ্লিষ্ট কৰ্তৃপক্ষক তাৰা প্ৰসাদ দাসৰ জাতিগত প্ৰমাণ পত্ৰ ভুৱা সন্দৰ্ভত এক অভিযোগ দাখিল কৰা হৈ’ যাৰ ফলস্বৰূপে শুনানিৰ আয়োজন কৰা হৈছিল ৷
সোমবাৰে জনতা ভৱনত অনুষ্ঠিত অন্তিম শুনানিত উপস্থিত থাকে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ সহ আন কে’বাটাও অনুসূচিত জাতীয় সংগঠন ৷  শুনানিত সকলো নথি উত্থাপন দাখিল কৰা হয় ৷ এই নথিপত্ৰৰ ভিত্তিতে দুৰ্নীতিৰ সদাগৰ ৰূপে পৰিচিত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ড:তাৰা প্ৰসাদ দাসৰ জাতিগত প্ৰমাণপত্ৰখন বাতিল কৰা হয়৷ সংগঠনটোৰ সভাপতি সঞ্জীৱ দাসে এক বিবৃতিত কয় যে কেইবাটাও স্তৰত তদন্ত চলি থকাৰ সময়তে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ উঠিপৰি লাগিছিল ড: তাৰা প্ৰসাদ দাসে। অনুসূচিত জাতিৰ লোক নোহোৱাৰ পিছতো নিশাৰ ভিতৰতে ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ উলিয়াই নিৰ্বাচন খেলিব খোজা ড: তাৰাপ্ৰসাদ দাসক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি মনোনয়ন বাতিল দাবী কৰো ৷

সংগঠনটোৰ সভাপতি গৰাকীয়ে আৰু কয় যে ড: দাসে যে ভুৱা নথিৰে জালিয়াতি কৰি জাতিগত প্ৰমাণপত্ৰ উলিয়াইছিল সেই কথা চিআইডিৰ তদন্তত প্ৰমাণিত হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: agp candidatedr tara prasad dasfake caste certificatepakabetabari
publisher

publisher

Related Posts

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

April 24, 2026
Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
News

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

April 24, 2026
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d