Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

    Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

BW ELM and BW TYR Indian ships cross the Strait of Hormuz:ঘণ্টাত ২৭ কিলোমিটাৰ গতিবেগত ভাৰত অভিমুখে এল পি জি গেছ পৰিবাহী BW ELM আৰু BW TYR ভাৰতীয় জাহাজ

৯৪ হাজাৰ মেট্রিকটন এলপিজি কঢ়িয়াই অনা দুই ভাৰতীয় জাহাজে অতিক্ৰম কৰিলে হৰমুজ প্রণালী, ১ এপ্ৰিলত দুয়োখন জাহাজ ভাৰত পোৱাৰ সম্ভাৱনা

publisher by publisher
March 30, 2026
in India, National
Reading Time: 1 min read
0
BW ELM and BW TYR Indian ships cross the Strait of Hormuz:ঘণ্টাত ২৭ কিলোমিটাৰ গতিবেগত ভাৰত অভিমুখে এল পি জি গেছ পৰিবাহী BW ELM আৰু BW TYR ভাৰতীয় জাহাজ
1
SHARES
13
VIEWS
ShareShareShareShare

BW ELM and BW TYR Indian ships cross the Strait of Hormuz:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–পশ্চিম এছিয়াত অব্যাহত থকা যুদ্ধৰ মাজতে ভাৰতে লাভ কৰিছে উল্লেখযোগ্য আৰু সান্তনাদায়ক খবৰ। দেশত এল পি জি গেছৰ অভাৱ নহ’ব। ৯৪ হাজাৰ মেট্ৰিক টন এল পি জি কাৰ্গো কঢ়িয়াই অনা BW TYR আৰু BW ELM নামৰ দুই বৃহৎ জাহাজে ঘণ্টাত ২৭ কিলোমিটাৰ গতিবেগত ভাৰত অভিমুখে আহি আছে। দুয়োখনে যুদ্ধক্ষেত্ৰৰ পৰা নিৰাপদে বাহিৰ হৈ এতিয়া দ্ৰুতগতিত ভাৰতৰ বন্দৰৰ নিচেই কাষ চপাৰ দিশে আগবাঢ়িছে।

ADVERTISEMENT

সকলো ঠিকে থাকিলে বি ডব্লিউ টি আই আৰ ৩১ মাৰ্চত মুম্বাই বন্দৰত উপস্থিত হোৱাৰ বিপৰীতে দ্বিতীয়খন জাহাজ বি ডব্লিউ ই এল এম পহিলা এপ্ৰিলত নিউ মংগালুৰুত উপস্থিত হ’ব।ইয়াৰ ফলত দেশত গেছ যোগানৰ অভাৱ যথেষ্ট পূৰ হ’ব ।এনে ক্ষেত্ৰত এলপিজি গ্ৰাহক সকল চিন্তাৰ কাৰণ নাই । সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ভাৰত চৰকাৰে।

RelatedPosts

ব্যৱসায়-বাণিজ্য-শক্তি সুৰক্ষা-জাহাজ পৰিবহণৰ বাবে অপৰিহাৰ্য

হৰমুজ প্ৰণালী বন্ধ, এপ্ৰিলত তেল যোগানত বৃহৎ সংকটৰ আশংকা

Strait of Hormuz: ভাৰত সহ চাৰি দেশৰ বাবে খুলি দিয়া হ’ল হৰমুজ প্রণালী

উল্লেখ্য যে ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধৰ বাবে এই হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজ চলোৱা প্ৰায় সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিল যদিও ইৰাণে কেইবাবাৰো উল্লেখ কৰিছে যে “শত্ৰু দেশৰ নহয়” জাহাজসমূহে এই জলপথৰ মাজেৰে পাৰ হ’ব পাৰে, যদিহে ইৰাণৰ কৰ্তৃপক্ষৰ সৈতে সমন্বয় স্থাপন কৰে।

মনকৰিবলগীয়া যে মাত্ৰ দুদিন পূৰ্বে ২৭ মাৰ্চত ভাৰতৰ পতাকা থকা জাহাজ “জগ বসন্ত” ৪৭,০০০ টন এল পি জি লৈ গুজৰাটৰ জামনগৰৰ বাদিনাৰ বন্দৰত উপস্থিত হৈছিল। দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ এক বিবৃতি অনুসৰি দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ অন্তৰ্গত কুৱেইটৰ মিনা আল আহমদী বন্দৰৰ পৰা মাল কঢ়িয়াই শুকুৰবাৰে নিশা ৮:৩০ বজাত ভাদিনাৰ বন্দৰত উপস্থিত হয় এম টি জগ বসন্ত।

বিবৃতিটোত কোৱা হৈছে যে বন্দৰত উপস্থিত হোৱাৰ লগে লগে এল পি জি জাহাজৰ পৰা বন্দৰ আন এখন জাহাজলৈ স্থানান্তৰ কৰা হৈছে। বন্দৰৰ এজন বিষয়াই কয়, “২৩০ মিটাৰ দীঘল জাহাজখনে বৰ্তমান ইয়াৰ ভগ্নী জাহাজ এম টি ৰোজ গেছলৈ ১৭,৬০০ টন এল পি জি স্থানান্তৰ কৰি আছে ৷যাৰ বাবে প্ৰায় ১৫ ঘণ্টা সময় লাগিব। বিষয়াগৰাকীয়ে লগতে কয় যে মাতৃ জাহাজ জগ বসন্তত ভৰোৱা ২০ হাজাৰ টন সামগ্ৰী মুম্বাইত নমাই দিয়া হ’ব আৰু পিছত মংগালুৰুত প্ৰায় ৯ হাজাৰ টন সামগ্ৰী নমাই দিয়া হ’ব।

হৰমুজ প্ৰণালী অতিক্ৰম কৰি পাৰ হৈ যোৱা এলপিজি কাৰ্গো পৰিবাহী চাৰিখন এল পি জি টেংকাৰ জাহাজ হ’ল– শিৱলিক, নন্দ দেৱী, পাইন গেছ, আৰু জগ বসন্ত – ইতিমধ্যেই নিৰাপদে ভাৰতত উপস্থিত হৈছিল।

কেন্দ্ৰীয় জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ বিশেষ সচিব ৰাজেশ কুমাৰ সিনহাই জনোৱা মতে, ২৭ মাৰ্চ পৰ্যন্ত উপসাগৰীয় অঞ্চলত আবদ্ধ হৈ আছে ৫খন এল পি জি কেৰিয়াৰকে ধৰি ভাৰতৰ পতাকা থকা ২০খন জাহাজ। এল এছ ই জিৰ তথ্য অনুসৰি এল পি জি কেৰিয়াৰ জগ বিক্ৰম, গ্ৰীণ আশা, আৰু গ্ৰীণ ছানভি এতিয়াও হৰমুজ প্ৰণালীৰ পশ্চিম অংশত আবদ্ধ হৈ আছে। বিশ্বৰ দ্বিতীয় বৃহত্তম এল পি জি আমদানিকাৰক দেশ ভাৰতে দশক দশক ধৰি ভয়াৱহ গেছ সংকটৰ সন্মুখীন হৈছে; এই সংকটৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে উদ্যোগসমূহলৈ গেছ যোগান কৰ্তন কৰিছে যাতে সাধাৰণ পৰিয়ালৰ বাবে ৰন্ধন গেছৰ অভাৱ নহয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BW ELMBW TYRcrossindian shipsStrait of Hormuz
publisher

publisher

Related Posts

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

বিয়া ভিডিঅ’ কৰাই হ’ল কাল 
India

বিয়া ভিডিঅ’ কৰাই হ’ল কাল 

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d