Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    AJP Pressmeet:এগজিট প’ল সন্দৰ্ভত সংবাদমেল সম্বোধন লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাৰ

    Supreme Court :সৰ্বোচ্চ ন্যায়ালয়ত সম্পন্ন পৱন খেড়াৰ জামিনৰ শুনানি

    আজিৰে পৰা বন্ধ কাজিৰঙাৰ ‘হাতী চাফাৰী’

    আজিৰে পৰা বন্ধ কাজিৰঙাৰ ‘হাতী চাফাৰী’

    BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

    ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি

    New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

ৰিয়ান পৰাগৰ মেচ ফীৰ ২৫ শতাংশ জৰিমনা, এটা ডি মেৰিট পইণ্টৰ শাস্তি

publisher by publisher
April 30, 2026
in Sports
Reading Time: 1 min read
0
BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
1
SHARES
9
VIEWS
ShareShareShareShare

BCCI punishes Riyan Parag:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-চলিত IPLৰ মাজতে ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন হ’ল ৰাজস্থান ৰয়েলচৰ কেপ্তেইন ৰিয়ান পৰাগ । ।IPLৰ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত বিচিচিআইৰ ৰোষত পৰা ৰিয়ানৰ বিৰুদ্ধে মেচ ফীৰ ২৫ শতাংশ জৰিমনা আৰু এটা ডি মেৰিট পইণ্টৰ কৰ্তনৰ নিৰ্দেশ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ৷ বৰ্ডৰ বিবৃতি অনুসৰি, “আই পি এলৰ বিশ্বাসযোগ্যতা বজাই ৰাখিবলৈ বিচিচিআইয়ে ভুল কৰা দল, ইয়াৰ বিষয়া, আৰু খেলুৱৈৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ অন্যান্য বিকল্পও বিবেচনা কৰিছে।”

ADVERTISEMENT

মনকৰিবলগীয়া যে ৰিয়ানে ইতিমধ্যে নিজৰ ভুল স্বীকাৰ কৰিছে। আই পি এলৰ আচৰণ বিধিৰ ২.২১ অনুচ্ছেদ উলংঘা কৰাৰ বাবে ৰিয়ানক দোষী সাব্যস্ত কৰা হৈছে৷ যিটো “খেলখনক বদনাম কৰা আচৰণ”ৰ সৈতে জড়িত। দ্বিতীয় ইনিংছৰ সময়ত তেওঁক টিভি কেমেৰাত ভেপিং কৰি (ই-চিগাৰেট ব্যৱহাৰ কৰি) ধৰা পৰিছিল। ৰিয়ানে নিজৰ ভুল স্বীকাৰ কৰি মেচ ৰেফাৰী অমিত শৰ্মাই দিয়া শাস্তি মানি লৈছিল। ভাৰত চৰকাৰে ২০১৯ চনত ই-চিগাৰেটৰ উৎপাদন, বিক্ৰী, বিতৰণকে ধৰি নিষিদ্ধ কৰিছিল। আইন অনুসৰি প্ৰথমবাৰৰ বাবে অপৰাধীক এবছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ১ লাখ জৰিমনা বিহা হ’ব পাৰে। এক সূত্রই কয়, ‘ই-চিগাৰেট ভাৰতত নিষিদ্ধ হোৱা নেপথ্যত কাৰণ আছে। শৰীৰৰ ভিতৰলৈ কি কি উপাদান গৈছে, সেয়া কোনেও নাজানে। খেলুৱৈসকলৰ সুৰক্ষাৰ বাবে এই চিগাৰেট একেবাৰে সেৱন কৰা উচিত নহয়।

RelatedPosts

Riyan Parag:টি-২০ বিশ্বকাপলৈ সাজু থকাৰ নিৰ্দেশ ৰিয়ানক

Cricket pioneer Naba Kamal Bhuyan passes away:অসম ক্ৰিকেটৰ মহিৰূহ নৱ কমল ভূঞাৰ দেহাৱসান

BCCI :লক্ষ্ণৌৰ দৰ্শকক বাতিল মেচৰ টিকটৰ টকা ঘূৰাই নিদিয়ে বিচিচিআয়ে:বৰ্ড সচিব দেৱজিৎ শইকীয়া

উল্লেখ্য যে মঙলবাৰে শক্তিশালী পঞ্জাৱ কিংছক পৰাস্ত কৰিছিল ৰাজস্থান ৰয়েলছে। সেই মেচতে নিয়ম ভাঙি বিতর্কত জড়িত হৈ পৰিছিল ৰাজস্থানৰ অধিনায়ক ৰিয়ান পৰাগ। অসম সন্তানে দলৰ সাজঘৰত ধূপমান কৰি থকা দেখা গৈছিল। সেই ভিডিঅ’ সম্প্রতি সামাজিক মাধ্যমত ভাইৰেল হৈছে। অভিযোগ প্রমাণিত হ’লে ৰিয়ানে শাস্তি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল । ৰাজস্থানৰ ইনিংছৰ ১৬ নম্বৰ অভাৰত এই ঘটনা ঘটিছে। সেই সময়ত ৰাজস্থানৰ সাজঘৰৰ দিশে কেমেৰা আছিল। তেতিয়াই হাতত এটা যন্ত্ৰ লৈ মুখৰ সন্মুখত ৰাখে ৰিয়ানে। সেই সময়তে তেওঁৰ সন্মুখত যশস্বী জয়ছোৱাল আহি উপস্থিত হয়। যশস্বী আঁতৰি যোৱাৰ পাছতে দেখা গ’ল যে ৰিয়ানৰ মুখৰ পৰা ধোঁৱা ওলাই আছে। ধাৰণা কৰা হৈছে যে ৰিয়ানে ই-চিগাৰেট জাতীয় কিবা সেৱন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BCCICricketer Riyan ParagE -Cigarettepunishes
publisher

publisher

Related Posts

IPL Match in Barsapara Stadium:আজি বৰ্ষাপাৰাত IPLৰ ৰাজস্থান আৰু চেন্নাইৰ হাইভল্টেজ মেটচ্
Sports

March 30, 2026
T20 Semi Final:ৰোমান্সকৰ যুঁজত জয়ী হৈ ফাইনেলত ভাৰত
Sports

T20 Semi Final:ৰোমান্সকৰ যুঁজত জয়ী হৈ ফাইনেলত ভাৰত

March 6, 2026
বিচিচিআইৰ বাৰ্ষিক চুক্তিত উমা ছেত্রী
News

বিচিচিআইৰ বাৰ্ষিক চুক্তিত উমা ছেত্রী

February 10, 2026
Pakistan :টি-২০ বিশ্বকাপত ভাৰতৰ বিপক্ষে মেচ বৰ্জনৰ ঘোষণা কৰা পাকিস্থানৰ বিৰুদ্ধে কঠোৰস্থিতি আইচিচিৰ !
International

Pakistan :টি-২০ বিশ্বকাপত ভাৰতৰ বিপক্ষে মেচ বৰ্জনৰ ঘোষণা কৰা পাকিস্থানৰ বিৰুদ্ধে কঠোৰস্থিতি আইচিচিৰ !

February 2, 2026
সোণ , ৰূপ আৰু ব্ৰঞ্জৰ পদকেৰে গৌৰৱ আনিলে ৰাজ্যখনৰ পেনচাক খেলুৱৈয়ে

February 1, 2026
Riyan Parag:টি-২০ বিশ্বকাপলৈ সাজু থকাৰ নিৰ্দেশ ৰিয়ানক
Sports

Riyan Parag:টি-২০ বিশ্বকাপলৈ সাজু থকাৰ নিৰ্দেশ ৰিয়ানক

January 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d