Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আলাস্কাৰ তুষাৰৰ মাজত জীৱন্তে উদ্ধাৰ এটি কুকুৰ

    ৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে

    এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ

    বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক

    মুম্বাইত টাইগাৰ শ্ৰফলৈ গুলিবর্ষণ দুর্বৃত্তৰ : কথমপি প্ৰাণৰক্ষা, চালক আহত দুই

    অগ্নিগর্ভ ফ্রান্স, ক্ষুব্ধ জনতাই জুলালে ঐতিহাসিক কীর্তিচিহ্ন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

IPL Match in Barsapara Stadium:আজি বৰ্ষাপাৰাত IPLৰ ৰাজস্থান আৰু চেন্নাইৰ হাইভল্টেজ মেটচ্

বৰষুণে বিধি পথালি দিয়াৰ আশংকা !, জুবিন গাৰ্গৰ ন্যায় বিচাৰি জুবিনৰ ফটো সম্বলিত টি চাৰ্ট লৈ IPL চাবলৈ আহিল জুবিন অনুৰাগী

publisher by publisher
March 30, 2026
in News, Sports
Reading Time: 1 min read
0
IPL Match in Barsapara Stadium:আজি বৰ্ষাপাৰাত IPLৰ ৰাজস্থান আৰু চেন্নাইৰ হাইভল্টেজ মেটচ্
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:গুৱাহাটীলৈ অনা হ’ল ফিফা ৱৰ্ল্ড কাপৰ ট্ৰফী

South Africa humiliate India by 408 runs:বর্ষাপাৰাৰ টেষ্টত দক্ষিণ আফ্ৰিকাৰ হাতত শোচনীয় পৰাজয় টীম ইণ্ডিয়াৰ

Ind Vs SA Test Match in Barsapara Stadium:বিশ্ব ক্ৰিকেটত আজি অসমে ৰচিলে ইতিহাস

IPL Match in Barsapara Stadium:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–আজি মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব IPL ৰ ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত মেটচ্ ৷ অৱশ্যে নিশাৰে পৰা অব্যাহত থকা কিনকিনিয়া বৰষুণে বিধি পথালি দিয়াৰ আশংকা কৰা হৈছে ৷

ADVERTISEMENT

আনহাতে এনে প্ৰতিকুল বতৰকো নেওচি ইতিমধ্যে ক্ৰিকেট অনুৰাগীৰ সোঁত বৈছে বৰ্ষাপাৰালৈ। উল্লেখ্য যে সোমবাৰে গুৱাহাটীত আইপিএলৰ অভিযান আৰম্ভ কৰিব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছে। বর্ষাপাৰাস্থিত অসম ক্রিকেট সন্থাৰ স্টেডিয়ামত দল দুটাই পৰস্পৰৰ বিপক্ষে খেলিব যদিও খেলখনত বৰষুণে বিধিপথালি দিয়াৰ মাজতো দেওবাৰে দল দুটাই চেগা-চোৰোগাকৈ অনুশীলনো কৰে।

উল্লেখযোগ্য ঘৰুৱা দৰ্শকৰ বাবে প্রধান আকর্ষণ হ’ব অসম-সন্তান তথা ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগ। জাতীয় দললৈ প্ৰত্যাৱৰ্তনৰ দাবী সুদৃঢ় কৰিবলৈ ৰিয়ানৰ বাবে এই আইপিএলেই প্রধান মঞ্চ। অবশ্যে গুৱাহাটীৰ দৰ্শক সোমবাৰে কিছু হতাশো হ’ব। কিয়নো আঘাতৰ বাবে মেচখনত খেলিব নোৱাৰিব চেন্নাইৰ কিংবদন্তি মহেন্দ্র সিং ধোনিয়ে। তেওঁ দলৰ স’তে গুৱাহাটীলৈ অহা নাই। চেন্নাইৰ তৰুণ তাৰকা ডিৱাল্ড ব্রেভিছেও আঘাতৰ বাবে খেলখনত খেলিব নোৱাৰিব। অৱশ্যে দলৰ প্ৰধান আকর্ষণ হ’ব টি-২০ বিশ্বকাপৰ নায়ক সঞ্জু ছেমছন। তেওঁ অধিনায়ক কতুৰাজ গায়কোৱাড়ৰ স’তে ইনিংছ মুকলি কৰাৰ কথা। জুনিয়ৰ বিশ্বকাপ জয়ী দলৰ অধিনায়ক আয়ুষ মাত্রে, শ্রিম ডুবে আৰু মেথিউ শ্বৰ্টৰ ওপৰত মধ্যক্ৰমৰ দায়িত্ব থাকিব।

ইপিনে, নিজৰ পুৰণি দলৰ বিপক্ষে খেলিব ৰাজস্থানৰ প্ৰবীণ অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাই। ৰাজস্থান দলত জাদেজাৰ উপৰি যশস্বী জয়ছোবাল, ধ্রুর জুৰেল, শ্বিমৰন হেটমেয়াৰ, জোফ্ৰা আৰ্চাৰৰ দৰে তাৰকা থাকিলেও কিশোৰ চাঞ্চল্য বৈভৱ সূর্যবংশীৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ ৰ’ব ৷

আনহাতে প্ৰতিকুল বতৰকো নেওচি ইতিমধ্যে ক্ৰিকেট অনুৰাগীৰ সোঁত বৈছে বৰ্ষাপাৰালৈ। ইয়াৰ মাজতে এক দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। জুবিন গাৰ্গৰ ন্যায় বিচাৰি জুবিনৰ ফটো সম্বলিত টি চাৰ্ট লৈ IPL চাবলৈ আহিল জুবিন অনুৰাগী ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Barsapara StadiumRain in ExpectedRR Vs CskTata IPL Match
publisher

publisher

Related Posts

আলাস্কাৰ তুষাৰৰ মাজত জীৱন্তে উদ্ধাৰ এটি কুকুৰ
International

October 19, 2026
৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে
International

৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে

October 19, 2026
এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ
India

এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ

October 19, 2026
বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক
Assam

বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক

October 19, 2026
মুম্বাইত টাইগাৰ শ্ৰফলৈ গুলিবর্ষণ দুর্বৃত্তৰ : কথমপি প্ৰাণৰক্ষা, চালক আহত দুই
India

মুম্বাইত টাইগাৰ শ্ৰফলৈ গুলিবর্ষণ দুর্বৃত্তৰ : কথমপি প্ৰাণৰক্ষা, চালক আহত দুই

October 19, 2026
অগ্নিগর্ভ ফ্রান্স, ক্ষুব্ধ জনতাই জুলালে ঐতিহাসিক কীর্তিচিহ্ন
International

অগ্নিগর্ভ ফ্রান্স, ক্ষুব্ধ জনতাই জুলালে ঐতিহাসিক কীর্তিচিহ্ন

October 19, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d