Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

T20 Semi Final:ৰোমান্সকৰ যুঁজত জয়ী হৈ ফাইনেলত ভাৰত

দেওবাৰে নিউজিলেণ্ড বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ'ব ভাৰত

publisher by publisher
March 6, 2026
in Sports
Reading Time: 1 min read
0
T20 Semi Final:ৰোমান্সকৰ যুঁজত জয়ী হৈ ফাইনেলত ভাৰত
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Gamblers arrested in Barpeta Road:বৰপেটা জিলাত T-20 বিশ্বকাপক লৈ অনলাইন জুৱা !

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

Pakistan :টি-২০ বিশ্বকাপত ভাৰতৰ বিপক্ষে মেচ বৰ্জনৰ ঘোষণা কৰা পাকিস্থানৰ বিৰুদ্ধে কঠোৰস্থিতি আইচিচিৰ !

T20 Semi Final:

সঞ্জু ছেমছনৰ আন এক অসাধাৰণ বেটিং প্রদর্শন আৰু অক্ষৰ পেটেলৰ দুর্দান্ত ফিল্ডিঙৰ সুবাদত টি-২০ বিশ্বকাপৰ ফাইনেলত প্রৱেশ কৰিলে ভাৰতে। বৃহস্পতিবাৰে নিশা ছেমি ফাইনেলত ইংলণ্ডৰ বিপক্ষে আঢ়ৈশৰো অধিক ৰাণ কৰিও ভাৰতে খেলখনত মাত্র সাত ৰাণৰ ব্যবধানতহে জয়ী হয়। খেলখন ৰোমান্সকৰ কৰি তোলাৰ মূলতে আছিল ইংলণ্ডৰ তৰণ বেটাৰ জেকব বেথেলৰ স্মৰণীয় শতৰাণ। অৱশ্যে অন্তিম ক্ষণত ইংলণ্ড দল ৰণত পৰে। ভাৰতে প্রথমে বেটিং কৰি সাত উইকেটৰ বিনিময়ত ২৫৩ ৰাণ সংগ্ৰহ কৰে। প্রত্যুত্তৰত ইংলণ্ডে সাত উইকেট হেৰুৱাই ২৪৬ ৰাণ কৰে।

ADVERTISEMENT

অধিনায়ক হেৰী ব্রুক (৭) সোনকালে আউট হোৱাৰ পাছতো বেথেলৰ ইনিংস্থত কোনো সময়তে বৃহৎ স্ক’ৰৰ চাপ দেখা নগ’ল। তেওঁ জ’ছ বাটলাৰ (২৫), টম বেন্টন (১৭), উইল জেকছ (৩৫), ছেম কুৰান (১৮)ক সংগীৰূপে লৈ ৰাণৰ গতি বৃদ্ধি কৰি ৰাখি জয়ৰ সম্ভাৱনা উজ্জ্বল কৰি ৰাখিছিল। ইয়াৰ পাছতো ভাৰতৰ জয়ৰ অন্যতম কৃতিত্ব অক্ষৰৰ ফিল্ডিং আৰু যশপ্রীত বুমৰাহে কৰা ইনিংছৰ ১৮ সংখ্যক অভাৰটো। অক্ষৰে দুটা দুর্দান্ত কেচ ধৰাৰ উপৰি ক্ৰমাৎ ভয়ানক ৰূপ ধাৰণ কৰাৰ জেকছৰ এটা প্রায় নিশ্চিত ছিক্সাৰ ৰক্ষা কৰি শিৱম ডুবেক কেচ ধৰাত সহায় কৰে। অক্ষৰৰ সেই প্রচেষ্টাই দলৰ জয়ৰ সম্ভাৱনা উজ্জ্বল কৰি তোলাৰ পাছত বুমৰাহে ১৮সংখ্যক অভাৰত ইংৰাজ বেটাৰক বান্ধি ৰাখিবলৈ সক্ষম হোৱাত ইংলণ্ড চাপত পৰি যায়। বেথেলে মাত্র ৪৮টা বলত আঠটা বাউণ্ডেৰি আৰু সাতটা ছিক্সাৰৰ সহায়ত ১০৫ ৰাণ কৰি অন্তিম অভাৰত ৰাণ আউট হয়।

ইয়াৰ পূৰ্বে ভাৰতৰ বেটিঙত পুনৰ নায়কত পৰিণত হৈ ৮৯ বাণ কৰে ছেমছনে। অভিষেক শর্মা (৯) পুনৰ ব্যৰ্থ হ’লেও ছেমছনে ঈশান কিষাণ (৩৯) আৰু শিৱম (৪৩)ৰ স’তে দলব বৃহৎ স্ক’ৰৰ ভেটি স্থাপন কৰে। উপর্যুপৰি দ্বিতীয়খন খেলত শতৰাণৰ পৰা বঞ্চিত হোৱা ছেমছনে ৪২টা বলত আঠটা বাউণ্ডেৰী আৰু সাতটা ছিক্সাৰ মাৰে। শেষৰ ফালে দলৰ ৰাণ সংখ্যা ২৫০ পাৰ কৰাত উল্লেখনীয় ভূমিকা পালন কৰি হার্দিক পাণ্ডিয়াই ১২টা বলত ২৭আৰু তিলক বার্মাই সাতটা বলত ২১ ৰাণ কৰে। আজিৰ জয়নে প্রথম দলৰূপে টি-২০ বিশ্বকাপৰ খিতাপ অক্ষুণ্ণ ৰখাব সুযোগ পালে ভাৰতে।

এতিয়া দেওবাৰে ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ’ব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ind VS engindia winnersemi finalT20 World Cup 2026
publisher

publisher

Related Posts

মাত্র এসপ্তাহতে দুটা বিশ্ব অভিলেখ হেৰুৱালে শচীনে
News

September 16, 2026
ফিফা বিশ্বকাপত ভাৰতক নেদেখি কিয় আৱেগিক হৈছিল পিজা ভৰালী!

September 5, 2026
BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
Sports

April 30, 2026
IPL Match in Barsapara Stadium:আজি বৰ্ষাপাৰাত IPLৰ ৰাজস্থান আৰু চেন্নাইৰ হাইভল্টেজ মেটচ্

March 30, 2026
বিচিচিআইৰ বাৰ্ষিক চুক্তিত উমা ছেত্রী
News

বিচিচিআইৰ বাৰ্ষিক চুক্তিত উমা ছেত্রী

February 10, 2026
Pakistan :টি-২০ বিশ্বকাপত ভাৰতৰ বিপক্ষে মেচ বৰ্জনৰ ঘোষণা কৰা পাকিস্থানৰ বিৰুদ্ধে কঠোৰস্থিতি আইচিচিৰ !
International

Pakistan :টি-২০ বিশ্বকাপত ভাৰতৰ বিপক্ষে মেচ বৰ্জনৰ ঘোষণা কৰা পাকিস্থানৰ বিৰুদ্ধে কঠোৰস্থিতি আইচিচিৰ !

February 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d