Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আজিৰে পৰা বন্ধ কাজিৰঙাৰ ‘হাতী চাফাৰী’

    আজিৰে পৰা বন্ধ কাজিৰঙাৰ ‘হাতী চাফাৰী’

    BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

    ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি

    New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

    ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

    সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Tragic road accident in Dhar district of Madhya Pradesh:মধ্যপ্ৰদেশৰ ধাৰৰ তিৰলাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল শিশু সহ ১৬জন লোক,১৬ আহত

শ্ৰমিক ভৰ্তি এখন পিকআপ আৰু স্কৰপিঅ'ৰ সৈতে সংঘর্ষ হয়

publisher by publisher
April 30, 2026
in News, National
Reading Time: 1 min read
0
Tragic road accident in Dhar district of Madhya Pradesh:মধ্যপ্ৰদেশৰ ধাৰৰ তিৰলাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল শিশু সহ ১৬জন লোক,১৬ আহত
1
SHARES
10
VIEWS
ShareShareShareShare

Tragic road accident in Dhar district of Madhya Pradesh:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-মধ্যপ্ৰদেশৰ ধাৰৰ তিৰলাত ভয়ংকৰ পথ দুৰ্ঘটনা I  ধাৰ জিলাৰ তিৰলাৰ সমীপত শ্ৰমিক কঢ়িয়াই অনা এখন পিকআপ ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে। ফলত শিশু সহ ১৬ লোকৰ কৰুণ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় ১৬ জন লোক। দুৰ্ঘটনাগ্ৰস্ত পিকআপ বাহন খনত আছিল প্ৰায় ৩৫ৰ পৰা ৪০জন লোক। ঘটনা সংঘটিতৰ পিছতে দুৰ্ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ আহতসকলক গাড়ীৰ পৰা উলিয়াই আনি চিকিৎসালয়লৈ লৈ যায়। ।

ADVERTISEMENT

উল্লেখ্য যে শ্ৰমিক কঢ়িওৱা পিকআপ ট্ৰাক খন আমঝেৰা অভিমুখে গৈ থকা পথত নিয়ন্ত্ৰণ হেৰুৱাই পথতে বাগৰি পৰে। ইয়াৰ পিছতে সন্মুখৰ ফালৰ পৰা পৰা আহি থকা তীব্ৰবেগী স্ক’ৰপিঅ’ বাহন খনে প্ৰচণ্ড খুন্দা মৰাৰ ফলত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটি । নিহত আটাইইে আমঝেৰা অঞ্চলৰ বিভিন্ন গাঁৱৰ বাসিন্দা । বেছিভাগ শ্ৰমিক আৰু শিশু দুৰ্ঘটনাগ্ৰস্ত পিকআপ বাহন খনৰ যাত্ৰী আছিল । কাম কৰি ঘৰলৈ উভতি আহিছিল।

RelatedPosts

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

WhatsApp Image 2026 04 30 at 11.36.28 AMআনহাতে এই পথ দুৰ্ঘটনাক গভীৰ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেন্দ্ৰীয় চৰকাৰে মৃতকৰ পৰিয়ালক ২ লাখ আৰু আহতক ৫০,০০০ টকাকৈ এককালীন সাহায্য প্ৰদানৰ ঘোষণা কৰে ৷এই পথ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে’ এক্সত উল্লেখ কৰে যে , “মধ্যপ্ৰদেশৰ ধৰত সংঘটিত হোৱা দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ খবৰ পাই মই গভীৰভাৱে দুখী হৈছো। এই দুৰ্ঘটনাত আপোনজনক হেৰুৱাই পেলোৱাসকলৰ প্ৰতি মোৰ গভীৰ শোক প্ৰকাশ কৰিছো। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো।”

ইপিনে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড:মোহন যাদৱে। ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ আৰু আহতসকলক ১ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। ইন্দোৰৰ সংমণ্ডল আয়ুক্ত আৰু মহাপৰিদৰ্শকক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। আটাইকেইজন আহত লোককে বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হ’ব। ধাৰৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী কৈলাশ বিজয়বৰ্গীয়াইও এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ মৃতকৰ পৰিয়ালৰ বাবে আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে। ইফালে তিৰলা আৰক্ষী থানাই ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 16 death16 InjureddharMADHYA PRADESHTragic Road Accident
publisher

publisher

Related Posts

আজিৰে পৰা বন্ধ কাজিৰঙাৰ ‘হাতী চাফাৰী’
News

আজিৰে পৰা বন্ধ কাজিৰঙাৰ ‘হাতী চাফাৰী’

April 30, 2026
BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ
Sports

BCCI punishes Riyan Parag:ই-চিগাৰেট সেৱন কৰি বিচিচিআই শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ

April 30, 2026
ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি
News

ৰাজ্যত বেয়া বতৰৰ আশংকা, ২৪ জিলাত ‘ইয়েলো এলাৰ্ট’ জাৰি

April 30, 2026
New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ
News

New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

April 30, 2026
ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ
Assam

ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

April 30, 2026
সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ
News

সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

April 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d