ADVERTISEMENT

আৰু এটা আন্দোলনৰ উকমুকনি

২০১৯ৰ ১১ ডিচেম্বৰত সংসদত বহুচর্চিত নাগৰিকত্ব সংশােধনী বিধেয়ক গৃহীত হােৱাৰ দুবছৰ পূৰ্তিৰ সমান্তৰালভাৱে ৰাজ্যত এই আইনৰ বিৰুদ্ধে পুনৰ এটি আন্দোলন...

Read more

পানী ঘোলা কৰিলেও মমতাৰ সম্ভাৱনা ক্ষীণ

পশ্চিমবংগৰ বামপন্থী ৰাজনীতিক নস্যাৎ কৰাৰ পাছত মহাপৰাক্ৰমী বিজেপিক ভেট দি পশ্চিমবংগত একেৰাহে তৃতীয়বাৰৰ বাবে অভাৱনীয় বিজয় সাব্যস্ত কৰি মমতা বেনাৰ্জী...

Read more

কৃষি আইন বাতিল : কাৰ জয়, কাৰ পৰাজয় ?

এখন চৰকাৰে পৰিস্থিতি আৰু প্ৰয়োজন সাপেক্ষে কোনো আইন প্ৰণয়ন, সংশোধন অথবা প্ৰত্যাহাৰ কৰাটো গণতান্ত্ৰিক শাসন পদ্ধতিত কোনো অস্বাভাৱিক ঘটনা নহয়...

Read more

 জ্যেষ্ঠ নাগৰিকৰ বেদনা আৰু সমাজৰ দায়িত্ব

ভাৰতৰ দৰে এখন অনগ্ৰসৰ দেশৰ জ্যেষ্ঠ নাগৰিকসকল কেতবোৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হোৱাটো অস্বাভাৱিক নহয়; কিন্তু জীৱনৰ বিয়লি বেলাত গৰিষ্ঠসংখ্যক জ্যেষ্ঠ...

Read more

এয়া আৰু বিভাজন নহয়, ঐক্য গঢ়াৰহে সময়

আৰু এক অবাঞ্চিত, অপ্রয়ােজনীয় বিতর্ক। বৰাকৰ এটি স্বল্পখ্যাত সংগঠনৰ কেইজনমান সদস্যই চৰকাৰী বিজ্ঞাপনৰ হর্ডিঙত অসমীয়া আখৰত কলা ৰং সানি বাংলাত...

Read more

বাংলাদেশৰ হিংসা, শ্বেখ হাছিনাৰ উপদেশ আৰু ‘কা’

সদ্যসমাপ্ত দুর্গাপূজাৰ সময়ছােৱাত বাংলাদেশৰ কে’বাটাও পূজা মণ্ডপ আৰু মন্দিৰত দুবৃত্তৰ আক্ৰমণক কেন্দ্র কৰি চৰম উত্তেজনা অব্যাহত আছে। বাংলাদেশৰ কুমিল্লা জিলাৰ...

Read more

 ন’বেল বঁটাৰ লক্ষ্য

সদ্যঘােষিত চলিত বৰ্ষৰ সাহিত্য আৰু শান্তিৰ নবেল বঁটাই দুটা সাম্প্রতিক গুরুত্বপূর্ণ বিষয় বিশ্ববাসীৰ সন্মুখত তুলি ধৰিলে। বিগত সময়ছােৱাত শৰণাৰ্থীৰ সংকট...

Read more