Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

অসমত আঞ্চলিক দলৰ ভৱিষ্যৎ

প্রাঞ্জলসেন ডেকা

publisher by publisher
December 27, 2021
in Opinion
Reading Time: 1 min read
0
অসমত আঞ্চলিক দলৰ ভৱিষ্যৎ
5
SHARES
50
VIEWS
ShareShareShareShare

সাধাৰণতে নির্বাচনৰ সময়তে এনে বিষয়বােৰ চৰ্চিত হােৱা হেতুকে আজি ইয়াৰ প্ৰসংগক লৈ বহুতৰে মনত প্রশ্নৰ উদ্রেক হ’ব পাৰে; কিন্তু আন বহু ক্ষেত্ৰৰ দৰে দেশৰ ৰাজনীতিও এতিয়া আৰু পৰম্পৰাগত ধ্যান-ধাৰণাত চলি থকা নাই।

ADVERTISEMENT

বিশেষকৈ নৰেন্দ্ৰ মােদী-অমিত শ্বাহ যুটিয়ে বিজেপিৰ বাঘজৰী হাতত লৈ কেন্দ্ৰত ক্ষমতালৈ অহাৰ পাছৰে পৰা ভাৰতীয় ৰাজনীতিয়েও ৰূপ সলনি কৰিছে আৰু ই সম্প্রতি এক দৈনন্দিন কার্যসূচীত পৰিণত হৈছে।

RelatedPosts

Dainik Agradoot Today’s Edition – 19th April

Dainik Agradoot Today’s Edition – 14th April

Dainik Agradoot Today’s Edition – 12 April 2026

দেশত এতিয়া প্রতিদিনে এক নির্বাচনমুখী পৰিৱেশ। পূর্বতে সংসদীয় নির্বাচন অথবা কোনাে গুৰুত্বপূৰ্ণ ৰাজ্যত নিৰ্বাচনৰ সময়তহে এনে ধৰণৰ তৎপৰতা পৰিলক্ষিত হৈছিল। বিজেপিৰ ব্যাপক সাংগঠনিক কার্যসূচীয়ে প্রতিদিনেই যেন দলীয় কর্মীসকলক নির্বাচনৰ বাবে সাজু কৰিছে, সম্প্রতি তেনে পৰিবেশ পৰিলক্ষিত হয়।

এনে ধৰণৰ সক্রিয়তা আন অধিকাংশ দলেই প্রদর্শন কৰিব পৰা নাই আৰু তাৰ ফলস্বৰূপে বিজেপিৰ প্ৰত্যাহ্বানৰ মােকাবিলাৰ ক্ষেত্ৰত ব্যর্থ হৈছে। বিজেপিৰ প্ৰতিটো সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ অহা কংগ্ৰেছৰ দৰে শতিকা পুৰণি তথা সর্বাধিক কাল দেশ শাসন কৰা দলাে দিনে দিনে অধিক নিষ্ক্রিয় হৈ পৰাহে পৰিলক্ষিত হৈছে।

আন আন দলবােৰৰ ক্ষেত্ৰতাে একেই ছবি। এই বিষয়ে বহুতেই জ্ঞাত যে ২০১৪ৰ লােকসভাৰ নিৰ্বাচনত জয়লাভৰ পাছতে মােদী-শাহ যুটিয়ে পৰৱর্তী ২০১৯ৰ নিৰ্বাচনৰ প্রস্তুতি আৰম্ভ কৰিছিল আৰু সুনিয়ােজিত কৌশল প্রয়ােগ কৰি একেৰাহে দ্বিতীয়বাৰলৈ বিপুল জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল।

ৰাজ্যসমূহৰ ক্ষেত্ৰতাে বিজেপিয়ে একে ৰণনীতিয়ে গ্রহণ কৰি আহিছে আৰু তাৰ সুফলাে লাভ কৰিছে। এটাৰ পাছত আনটো নির্বাচনলৈ এনে তৎপৰতাৰ পৰিপ্ৰেক্ষিততে সম্প্রতি দেশখন প্রতিদিনেই ‘নির্বাচনী মােড’ত থকা যেন অনুভৱ হয়।

বিজেপিৰ প্ৰতিজন মন্ত্রী-সাংসদ-বিধায়ক তথা দলীয় বিষয়ববীয়াক সক্রিয় কৰি ৰখাৰ উদ্দেশ্যে দলে অভূতপূর্বভাৱে বিভিন্ন কার্যসূচী ধাৰাবাহিকভাৱে ৰূপায়ণ কৰি আহিছে।দলীয় পর্যায়ত এনে নির্বাচনমুখী তৎপৰতাই অৱশ্যে চৰকাৰী কাম-কাজতাে বিৰূপ প্ৰভাৱ নেপেলােৱাকৈ থকা নাই।

অবৈধ বিদেশী বহিষ্কাৰৰ লক্ষ্যৰে আৰম্ভ হােৱা ছবছৰীয়া আন্দোলনে অসমত আঞ্চলিকতাবাদী ধ্যান-ধাৰণা শক্তিশালী কৰি তুলিছিল। স্বাধীনতা আন্দোলনে প্রতিষ্ঠা কৰা কংগ্ৰেছৰ প্রতি সেই সময়ৰে পৰা অসমবাসীৰ মাজত আস্থাহীনতাৰ সৃষ্টি হৈছিল। আন্দোলনৰ ফচলৰূপে অসম গণ পৰিষদৰ গঠন হ’ল যদিও আন্দোলনটোৰ দৰেই ইও এক ব্যর্থতালৈ পর্যবসিত হ’ল।

১৯৮৫ত গঠিত অগপৰ এই ৩৬ বছৰীয়া কাৰ্যকাল অসমবাসীৰ চকুৰ সন্মুখত স্পষ্ট হৈ আছে। যি বিপুল ল আশা-আকাংক্ষাৰে অসমবাসীয়ে অগপক হিয়া উজাৰি সহায়-সমর্থন দিছিল সেয়া দলৰ তেতিয়াৰ নেতৃত্বৰ হঠকাৰী কার্যকলাপৰ বাবে ধূলিসাৎ হ’বলৈ অধিক সময়ৰ প্ৰয়ােজন নহ’ল।

ধন আৰু ক্ষমতাৰ লালসাত দলটো একাধিকবাৰ বিভাজিত হােৱাতেই ক্ষান্ত নাথাকি আঞ্চলিকতাবাদী ধ্যান-ধাৰণালৈকে প্রশ্নচিহ্ন নমাই আনিলে। দুবাৰকৈ ক্ষমতা লাভৰ পাছতাে দলীয় নেতৃত্বৰ কৃতকর্মৰ বাবেই অগপ অসমৰ ৰাজনীতিৰ মানচিত্ৰৰ পৰাই বিলােপ হােৱাৰ উপক্রম হ’ল।

শেষত যেনিবা ২০১৬ৰ বিধানসভা নির্বাচনৰ পূর্বে কংগ্ৰেছক ক্ষমতাৰ পৰা বিতাড়িত কৰাৰ স্বাৰ্থত বিজেপিয়ে অগপৰ স’তে মিত্ৰতাত। উপনীত হৈ আঞ্চলিক দলটোক সঞ্জীৱনী দান কৰিলে। পূর্বৰ একাংশ নেতাৰ হেঁচা ওফৰাই অতুল বৰা-কেশৱ মহন্তৰ নেতৃত্বত বিজেপিৰ সহযােগীৰূপে অগপই পুনৰ দিছপুৰৰ ক্ষমতাত অধিষ্ঠিত হােৱাৰ সুযােগ লাভ কৰিলে।

মৃত্যুমুখী অগপক ই নতুন জীৱন দানৰ কাম কৰিলে যদিও ভৱিষ্যতে বিজেপিৰ মিত্ৰতাই অগপক দীর্ঘস্থায়ী কৰিব বুলি আশা কৰিব নােৱাৰি। এই ক্ষেত্ৰত বিজেপিৰ নীতি স্পষ্ট—কংগ্রেছমুক্ত ভাৰতৰ বাবে বিভিন্ন ৰাজ্যত স্থানীয় তথা আঞ্চলিক দলৰ স’তে নির্বাচনী বুজাবুজি কৰি যাব। ইয়াৰ দ্বাৰা বিজেপিয়ে নিজস্ব লক্ষ্য পূৰণৰহে কাম কৰিছে, স্বাভাৱিকতে স্থানীয় তথা আঞ্চলিক দলক শক্তিশালী কৰা ইয়াৰ উদ্দেশ্য নহয়।

সেয়েহে একাধিক ৰাজ্যত নিজাববীয়াকৈ শক্তি আহৰণত সক্ষম হােৱাৰ পাছত বিজেপিয়ে এনে আঞ্চলিক সহযােগী দলক একাষৰীয়া কৰিছে অথবা সেই দলক গ্রাস কৰি নিজ দলত চামিল কৰিছে। সাম্প্রতিক পৰিস্থিতিত বিজেপিৰ বিশাল ক্ষমতা-শক্তি-সামর্থ্যলৈ চাই অগপৰ দৰে সীমিত শক্তি-সামর্থ্যৰ দলে ফেৰ মৰাটো সম্ভৱ নহয়।

বৰঞ্চ বিজেপিৰ সহযােগী হৈ বৈতৰণী পাৰ হােৱাটোৱে সুবিধাজনক; কিন্তু প্রশ্ন হৈছে দলৰ ভৱিষ্যতকলৈহে। কিয়নাে এই কথা ইতিমধ্যে স্পষ্ট হৈছে যে মিত্রতাপাশত আৱদ্ধ হলেও বিগত কালছােৱাত সকলাে সিদ্ধান্ত গ্রহণ কৰি আহিছে বিজেপিয়ে। সহযােগী দল হিচাপে তাত হয়ভৰ দি আগবাঢ়ি যােৱাৰ বাহিৰে অগপৰ সন্মুখত আন বিকল্প নাই।

অসমৰ ৰাইজে গঠন কৰি দিয়া অগপক শক্তিশালী কৰাৰ ক্ষেত্ৰত দলীয় নেতৃত্বই বিগত কালছােৱাত কোনাে প্রচেষ্টাই হাতত নল’লে; বৰঞ্চ নিজৰ মাজতে ক্ষমতাৰ যুঁজত ব্যস্ত হৈ তিলতিলকৈ দলক ধ্বংসৰ মুখলৈ ঠেলি দিলে। অসম আঞ্চলিকতাবাদী ৰাজনীতিৰ বাবে সাৰুৱা ক্ষেত্ৰৰূপে বিবেচিত হৈ আহিছে।

কেৱল ৰাইজৰ স’তে মিলি দলক আগবঢ়াই নিয়াৰ প্ৰয়ােজন আছিল; কিন্তু আৰম্ভণি আৰু মধ্যভাগত নেতৃত্বই এই ক্ষেত্ৰত তৎপৰ নােহােৱা হেতুকে পৰৱর্তী পর্যায়ত ইয়াৰ ফল ভােগ কৰিবলগীয়া হয়। অৱশ্যে অতুল বৰা আৰু কেশৱ মহন্তৰ নেতৃত্বত অগপই হেৰুওৱা ভেটি পুনৰ উদ্ধাৰৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছে।

চুবুৰীয়া পশ্চিমবংগৰ উপৰি দাক্ষিণাত্যৰ তামিলনাড়ু, অন্ধ্র প্রদেশ, তেলেংগানা আদি ৰাজ্যত আঞ্চলিক দলেই বিজেপি আৰু কংগ্ৰেছক পৰাভূত কৰি ক্ষমতা দখল কৰি আহিছে। এইসমূহ ৰাজ্যৰ দৃষ্টান্ত দাঙি ধৰি বহুতেই আঞ্চলিক দলৰ গুৰুত্ব আৰু প্ৰভাৱৰ বিষয়ে আঙুলিয়াই দিয়ে। মহাৰাষ্ট্ৰত আঞ্চলিক দল শিৱ সেনাৰ নেতৃত্বত চৰকাৰ চলিছে যদিও এই দলে হয় কংগ্রেছ নতুবা বিজেপিৰ সহায় নােলােৱাকৈ ক্ষমতা দখল কৰিব পৰা নাই।

কেৱল অগপই নহয়, বিপিএফ তথা ইউপিপিএলৰ ক্ষেত্ৰতাে একেই ঘটনা পৰিলক্ষিত হৈছে। সুদীর্ঘ ১৭ বছৰ বিটিচিত একছত্রী ক্ষমতা ভােগ কৰা তথা দিছপুৰতাে প্রথমে কংগ্ৰেছ আৰু পাছত বিজেপিৰ মিত্রদলৰূপে এদশকৰ অধিক কাল ক্ষমতা ভােগ কৰা বিপিএফ সম্প্রতি এক জটিল অৱস্থাৰ গৰাহত পতিত হৈছে। কংগ্ৰেছৰ স’তে মিত্ৰতাৰ সূত্রে হাগ্রামা মহিলাৰী নেতৃত্বাধন বিপিএফে বড়াে অধ্যুষিত অঞ্চলত একছত্ৰী ৰাজত্ব চলাই অহাৰ সুযােগ লাভ কৰিছিল।

ইয়াৰ ফলত এই সমগ্র অঞ্চলটোত আনকি কংগ্ৰেছৰ সাংগঠনিক স্থিতিয়েই ধ্বংস হৈ পৰিছিল; কিন্তু বিজেপিয়ে একেই নীতি অনুসৰণ কৰিবলৈ যে প্রস্তুত নহয়, সেয়া যােৱা বছৰৰ অন্তিম কালত অনুষ্ঠিত বিটিচিৰ নির্বাচনতে স্পষ্ট হৈ পৰিল। বিপিএফ বিটিচিৰ পৰাই কেৱল নহয়, দিছপুৰৰ পৰাও বিতাড়িত হ’ল।

সম্প্রতি প্রমােদ বড়াে নেতৃত্বাধীন ইউপিপিএলে বিপিএফ স্থলাভিষিক্ত হােৱাৰ চেষ্টা চলাইছে যদিও সেয়া নিষ্কণ্টক হৈ থকা নাই; বৰঞ্চ ইউপিপিএল সম্পূর্ণৰূপে বিজেপিৰ মুখাপেক্ষী হ’বলগীয়া হৈছে। সেয়েহে ইউপিপিএলৰ ভৱিষ্যৎ যাত্রা সন্দেহৰ আৱৰ্তত বুলি ক’লেও ভুল কোৱা নহ’ব।এনে পৰিপ্ৰেক্ষিতত এই কথা স্পষ্ট হৈছে যে অগপ, ইউপিপিএল অথবা কিছুদিনৰ আগলৈকে বিপিএফ ক্ষমতাৰ অংশীদাৰ হৈছে যদিও সেয়া সম্পূর্ণৰূপে নিৰ্ভৰ কৰিছে বিজেপিৰ ভূমিকাৰ ওপৰত।

সমগ্র দেশজুৰি বিজেপিৰ যি ধৰণৰ আগ্রাসী তৎপৰতা তালৈ লক্ষ্য কৰি ক’ব পাৰি যে সহযােগী আঞ্চলিক তথা স্থানীয় দলসমূহক মষিমূৰ কৰিবলৈ অধিক সময়ৰ প্ৰয়ােজন নহয়। বিজেপিয়ে ইচ্ছা কৰিলেই পৰিৱেশ সৃষ্টি কৰি তেনেবােৰ দলক নিজ দলত চামিল কৰিব অথবা বিজেপিৰ ভ্ৰাতৃ সংগঠনৰূপে পৰিচিতি দিব।

সেই দলৰ নেতৃত্বৰ আভ্যন্তৰীণ সিদ্ধান্ত লােৱাৰ ক্ষমতাও নাথাকিব। এই কথা ঠিক যে বিজেপিয়ে হওক অথবা আন যিকোনাে দলেই হওক নিজৰ সাংগঠনিক ভেটি বিস্তৃত আৰু শক্তিশালী কৰিবলৈ চেষ্টা কৰিবই আৰু তাত কোনেও বাধা প্রদান কৰা অথবা আপত্তি কৰাৰাে থল নাই।

প্ৰতিটো দলৰে তেনে অভিযান চলােৱাত বাধা নাই; কিন্তু আৰম্ভণিতে উল্লেখ কৰাৰ দৰে বিজেপিৰ বাদে আনবােৰ দলৰ তেনে তৎপৰতা দৃষ্টিগােচৰ হােৱা নাই। তদুপৰি আঞ্চলিক দলসমূহে ৰাইজৰ সন্মুখত কোনাে নতুন দিশ-নির্দেশনাও দাঙি ধৰিব পৰা নাই, যাৰ বাবে সাধাৰণ লোক সেই দলৰ প্রতি আগ্রহী হ’ব। আনহাতে, ৰাইজৰ দল অথবা অসম জাতীয় পৰিষদৰ দৰে দলসমূহ এতিয়াও ধর্তব্যৰ শাৰীত পৰাই নাই।

গতিকে এই কথা স্পষ্ট হৈছে যে সাম্প্রতিক পৰিস্থিতিত অগপকে ধৰি আঞ্চলিক দলসমূহে গঠনমূলক কার্যসূচী লৈ সজোৰে আগবাঢ়ি যােৱাৰ ওপৰতে আঞ্চলিকতাবাদৰ ভৱিষ্যৎ নির্ভৰ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Atul BoraDainik Agradootpranjal sen deka
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d