Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

বাংলাদেশৰ হিংসা, শ্বেখ হাছিনাৰ উপদেশ আৰু ‘কা’

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
October 18, 2021
in Opinion
Reading Time: 1 min read
0
বাংলাদেশৰ হিংসা, শ্বেখ হাছিনাৰ উপদেশ আৰু ‘কা’
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Supreme Court:অহা পাঁচ মে’ৰ পৰা ‘কা’ৰ আইনী বৈধতাক লৈ উচ্চতম ন্যায়ালয়ত শুনানি

Citizenship:বিবাহপাশত আবদ্ধ হৈ ভাৰতীয় নাগৰিকত্ব লাভ মহিলাৰ

হিংসাত্মক প্রতিবাদে মূৰ দাঙিছে ,দুই ঘনিষ্ঠ সহযোগীকো শাস্তি বাংলাদেশৰ আদালতৰ

সদ্যসমাপ্ত দুর্গাপূজাৰ সময়ছােৱাত বাংলাদেশৰ কে’বাটাও পূজা মণ্ডপ আৰু মন্দিৰত দুবৃত্তৰ আক্ৰমণক কেন্দ্র কৰি চৰম উত্তেজনা অব্যাহত আছে। বাংলাদেশৰ কুমিল্লা জিলাৰ নানুৱাৰৰ দিঘিৰপাৰত দুর্গা পূজা মণ্ডপত পৱিত্র কোৰানক অপমানিত কৰা বুলি প্রচাৰ চলাই এনে আক্রমণৰ বাবে প্ৰৰােচিত কৰা হয়।

ADVERTISEMENT

ইতিমধ্যে এনে আক্রমণত কমেও ছজন লােকে প্রাণ হেৰুওৱাৰ উপৰি শতাধিক লােক আহত হৈছে। সম্প্রতি বিশ্বৰ বিভিন্ন দেশত এচাম লােকৰ মাজত অসহিষ্ণুতা বৃদ্ধি পােৱাটো উদ্বেগৰ বিষয় হৈ পৰিছে। কেতিয়াবা ধর্ম, কেতিয়াবা ভাষা, কেতিয়াবা গােষ্ঠী, কেতিয়াবা বর্ণক লৈ এচাম কঠোৰপন্থীয়ে হিংস্ৰ হৈ অশান্তিৰ সৃষ্টি কৰিছে; সেয়া আমেৰিকাই হওক, অথবা ভাৰত-বাংলাদেশেই হওক।

বিভিন্ন মহল ইয়াৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে যদিও পৰিস্থিতিৰ সলনি হােৱা নাই। এই ক্ষেত্ৰত উন্নত অথবা অনুন্নত দেশ বুলিও কোনাে পৃথক পৰিৱেশ পৰিলক্ষিত হােৱা নাই। ইয়াৰ সংখ্যা হয়তাে দেশভেদে তাৰতম্য হ’ব পাৰে। লক্ষ্যণীয়ভাৱে শেহতীয়া কালছােৱাত এনে ঘটনাত যথেষ্ট পৰিমাণে ইন্ধন যােগাইছে সামাজিক মাধ্যমে।

যি সামাজিক মাধ্যমক বন্ধুত্ব আৰু বিভিন্নজনৰ মতামত আদান-প্রদানৰ মাধ্যমৰূপে প্রচলন কৰা হৈছে, বহুক্ষেত্ৰত ইয়াৰ অপব্যৱহাৰে পৰিস্থিতি অধিক জটিল আৰু হিংসাত্মক কৰি তুলিছে। বাংলাদেশত সংঘটিত শেহতীয়া মন্দিৰ আৰু পূজাথলীত আক্ৰমণৰ ঘটনাৰ সূত্রপাত সামাজিক মাধ্যমত ভুৱা বাতৰি প্ৰচাৰ কৰিয়ে ঘটোৱা হৈছে।

বাংলাদেশত ঘাইকৈ কুমিল্লা, চানপুৰ, চট্টগ্রাম আৰু কক্সবাজাৰত উন্মত্ত জনতাই পূজা মণ্ডপ আৰু মন্দিৰত আক্রমণ কৰাৰ লগতে প্রতিমা লণ্ডভণ্ড কৰে। দুবৃত্তই দুর্গা প্রতিমা পুখুৰীলৈ দলিয়াই দিয়ে। আনকি ঢাকাতাে দুর্গা মূর্তি ভাঙি পেলােৱা হৈছে।

বিজয়া দশমীৰ দিনা শুকুৰবৰীয়া নামাজৰ পাছত সমদল উলিয়াই ইছলামধর্মী একাংশ লােকে এটা ইস্কন মন্দিৰত আক্রমণ কৰে। সেই মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া এজনক সমদলকাৰীসকলে নৃশংসভাৱে প্ৰহাৰ কৰাৰ লগতে হানি-খুঁচি হত্যা কৰে।

পাছত আৰু এজন লােকৰ মৃতদেহ মন্দিৰৰ সমীপৰে এটা পুখুৰীত উদ্ধাৰ হয়। হিন্দু সংগঠনৰ বিষয়ববীয়াই প্রকাশ কৰা অনুসৰি, এইবাৰৰ পূজাত সংঘটিত এনে আক্রমণত ডেৰ শতাধিক লােক আহত হয় আৰু কমেও ৮০টা পূজা মণ্ডপৰ ক্ষতিসাধন কৰা হয়।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে স্থানীয় আৰক্ষীয়ে উন্মত্ত জনতাক ছত্রভংগ দিয়াবলৈ ৰবৰৰ গুলি, কন্দুৱা গেছ আদি প্রয়ােগ কৰাৰ উপৰি ৯০ জন লােকক গ্রেপ্তাৰ কৰে।

বাংলাদেশৰ প্ৰধানমন্ত্রী শেখ হাছিনাই এই ঘটনাক দুর্ভাগ্যজনক আখ্যা দি ইয়াত জড়িত অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে।

তেওঁ কৈছে যে অপৰাধী যি ধৰ্মৰে নহওক কিয়, উপযুক্ত তদন্ত কৰি কাকো ৰেহাই দিয়া নহ’ব। লক্ষ্যণীয় এয়ে যে এই প্ৰসংগত প্রধানমন্ত্রী হাছিনাই ভাৰতৰাে সহযােগিতা বিচাৰিছে।

তেওঁ কৈছে, ‘উপদ্ৰৱকাৰীসকলক লৈ ভাৰতে সতর্ক হােৱা উচিত। আনকি ভাৰতত এনে কোনাে ঘটনা হােৱা অনুচিত, যাৰ দ্বাৰা আমাৰ দেশ প্ৰভাৱিত হয় আৰু ফলত আমাৰ হিন্দুসকল সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

ভাৰতত কোনাে ঘটনা হলে আমাৰ ইয়াত হিন্দুসকলাে প্ৰভাৱিত হয়। সেয়েহে ভাৰতেও ইয়াকে লৈ সতর্ক থকাটো জৰুৰী। ‘বাংলাদেশ মুক্তিযুদ্ধত ভাৰতে আগবঢ়োৱা সহযােগিতাৰ প্রতি কৃতজ্ঞতা দোহাৰিও প্রধানমন্ত্ৰীগৰাকীয়ে কয়, ‘বিশ্বজুৰি সন্ত্রাসবাদী গতিবিধিৰ দ্বাৰা আমিও প্রভাৱিত হৈছে।

এই ক্ষেত্ৰত আমিয়েই কেৱল নহয়, বৰঞ্চ প্রতিবেশী দেশে সতর্ক থকাটো বাঞ্ছনীয়।’ ভাৰতক উদ্দেশি প্রধানমন্ত্রী হাছিনাৰ এই বক্তব্য তাৎপর্যপূর্ণ।

হিন্দু-মুছলমান উভয় সম্প্রদায়ৰ লােকে শান্তি বিচাৰিলেহে ভাৰত উপ-মহাদেশলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিব। তেওঁ লগতে কয় যে ধর্ম ব্যক্তিগত হলেও উৎসৱ সকলােৰে বাবে আৰু সেয়ে সকলােৱে মিলি উৎসৱ উদ্যাপন কৰা হয়; কিন্তু কিছুমান ধর্মান্ধই সদায় সাম্প্রদায়িক সংঘৰ্যৰ সৃষ্টি কৰিবলৈ বিচাৰে।

এনে লােক কেৱল ইছলাম ধৰ্মতে নহয় বৰঞ্চ অন্যান্য ধর্মতাে আছে বুলি হাছিনাই মন্তব্য কৰে।প্ৰধানমন্ত্ৰীগৰাকীয়ে বাংলাদেশ হিন্দুসকলক নিজকে সংখ্যালঘু বুলি গণ্য নকৰি অন্যান্য ধর্মাৱলম্বী লােকৰ দৰেই নিজৰ ৰীতি-নীতি পালন কৰি যাবলৈ আহ্বান জনায়।

বাংলাদেশে যিসময়ত দ্রুতগতিৰে প্ৰগতিৰ দিশত আগবাঢ়িছে তেনে সময়তে এনেবােৰ ঘটনাই তাত বাধা সৃষ্টিৰ চেষ্টা কৰিছে বুলি আক্ষেপ কৰি তেওঁ কয়,’ সমস্যাৰ পৰা দেশক মুক্ত কৰাটোৱে আমাৰ লক্ষ্য। ‘এই কথা পাহৰিলে নচলিব যে সম্প্রতি বাংলাদেশ বিশ্বৰ অন্যতম দ্রুত গতিত অগ্ৰসৰ হােৱা অর্থনীতি।

জিডিপিৰ হাৰ, জনমূৰি আয়, ক্ষুধা সূচক আদিত বাংলাদেশে এই সময়ছােৱাত চকুত লগা উন্নয়ন কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ স’তে বাংলাদেশক তুলনা কৰাটো সমীচীন নহয় যদিও অর্থনীতিৰ কেবাটাও ক্ষেত্ৰত কিন্তু শেহতীয়াভাৱে বাংলাদেশে ভাৰততকৈ যথেষ্ট উন্নতি প্রদর্শন কৰিবলৈ সক্ষম হৈছে।

গতিকে বাংলাদেশে পূর্বৰ দৰে সকলাে ক্ষেত্ৰত পৰমুখাপেক্ষী হৈ থকাৰ প্ৰয়ােজন আছে বুলি নাভাবে। উল্লেখ্য যে ১৬.৯ কোটি জনসংখ্যাৰ বাংলাদেশ সম্প্রতি হিন্দু জনসংখ্যা মাত্র ৮.৯৬ শতাংশ।

সাম্প্রদায়িক হিংসা আৰু আতংকৰ পৰিপ্ৰেক্ষিতত বৃহৎসংখ্যক হিন্দুৱে বাংলাদেশ ত্যাগ কৰিবলৈ বাধ্য হৈছে। দুর্গাপূজাৰ সময়ছােৱাত এই দেশত বিভিন্ন আক্রমণ সংঘটিত হৈ আহিছে। ২০০১ত বি এন পি-জামাত মিত্রজোট ক্ষমতালৈ অহাৰ পাছত হিন্দুৰ বিৰুদ্ধে হিংসাত্মক আক্রমণ বৃদ্ধি পাইছিল।

এনে আক্ৰমণৰ পাছতে বিজেপিয়ে ভাৰতত সংশােধিত নাগৰিকত্ব আইন (‘কা’)ৰ প্ৰাসংগিকতাক লৈ সৰৱ হৈ। পৰিছে। লগতে এই আইনৰ বিৰােধীসকলক সমালােচনাৰ লক্ষ্য কৰি লৈছে। বিজেপিৰ তথ্যপ্রযুক্তি কোষৰ মুৰব্বী অমিত মালব্যই টুইটাৰযােগে কৈছে, ‘বাংলাদেশ হিন্দুসকলৰ ধৰ্মীয় স্বাধীনতা সংকটত পৰিছে আৰু ইয়েই স্পষ্ট কৰি দিছে যে ‘কা’ এক মানৱীয় আইন।

মমতা বেনাৰ্জীৰ ‘কা’ৰ বিৰােধ আৰু সুবিধাবাদী নীৰৱতা পশ্চিমবংগৰ হিন্দুসকলৰ বাবে নিৰাশাজনক। ইয়াৰ হিন্দুসকলাে তৃণমূল কংগ্ৰেছৰ শাসনত চাপত থাকিবলগীয়া হৈছে।’ এই সমগ্র ঘটনাক লৈ ভাৰত চৰকাৰৰ ভূমিকাও লক্ষ্যণীয়। শেহতীয়া হিংসাক লৈ উদ্বেগ প্রকাশ কৰিলেও দিল্লীয়ে অতি সাৱধানতাৰে প্রতিক্রিয়া প্রকাশ কৰা পৰিলক্ষিত হৈছে।

ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্রণালয়ৰ মুখপাত্রই ঘটনাৰ পৰিণতিৰ পৰিৱর্তে বাংলাদেশ চৰকাৰে তাৎক্ষণিকভাৱে পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণৰ কথাহে উল্লেখ কৰিছে।

বাংলাদেশক লৈ ভাৰত চৰকাৰে সম্প্রতি কোনাে ধৰণৰ কঠোৰ স্থিতি গ্রহণ কৰাৰ অৱকাশ নাই; কিয়নাে চুবুৰীয়া দেশসমূহৰ স’তে ভাৰতৰ সম্পৰ্কত শিথিলতা আহি পৰাৰ বিপৰীতে চীনৰ আগ্রাসী ভূমিকাই জটিলতাৰ সৃষ্টি কৰিছে। অধিকাংশ চুবুৰীয়া দেশেই যে ভাৰতৰ পৰিৱর্তে চীনৰ স’তে সম্পর্ক স্থাপনৰ প্ৰতিহে অধিক আগ্রহী হৈছে, সেয়া স্পষ্ট।

ভাৰতক শ’লঠেকত পেলাবলৈ আৰু ভাৰত মহাসাগৰত নিজৰ কর্তৃত্ব স্থাপন কৰিবলৈ চীনে ভাৰতৰ প্ৰতিখন চুবুৰীয়া দেশৰে বিশ্বাস আৰু আস্থা জয়ৰ চেষ্টা চলাই আহিছে আৰু বিভিন্ন সময়ত সফলাে হৈছে। ইয়াৰ বিপৰীতে দুর্বল কূটনৈতিক নীতিৰ পৰিপ্ৰেক্ষিতত ভাৰতে বন্ধু হেৰুৱাবলগীয়া হৈছে।

যােৱা সপ্তাহত আনকি ভাৰতৰ সবাতােকৈ ঘনিষ্ঠ দেশৰূপে চিহ্নিত ভূটানেও চীনৰ স’তে চুক্তি স্বাক্ষৰ কৰি দিল্লীৰ চকুত চমক সৃষ্টিকৰিছে। এনে প্রেক্ষাপটত ভাৰতে বাংলাদেশক কোনােপধ্যে অসন্তুষ্ট কৰাৰ কোনাে পদক্ষেপ গ্রহণ কৰিব নােৱাৰে। ভাৰত উপ-মহাদেশত নিজৰ স্থিতি অক্ষুন্ন ৰাখিবলৈ ভাৰতৰ বাবে বাংলাদেশৰ সহযােগিতা অপৰিহার্য।

এনে বাধ্যবাধকতাৰ বাবেই চুবুৰীয়া দেশত ধর্মীয় অসহিষ্ণুতাৰ বলি হােৱা হিন্দুসকলৰ প্রতি সদয় হলেও ভাৰত চৰকাৰে বাংলাদেশ হিন্দুৰ ওপৰত আক্ৰমণৰ বিৰােধত সাম্প্রতিক সময়ত কঠোৰতা প্রদর্শন কৰিব নােৱাৰে। সেয়েহে বিজেপিয়ে ‘কা’ৰ প্ৰাসংগিকতা প্রমাণৰ বাবে উঠিপৰি লাগিলেও চৰকাৰে বাংলাদেশ প্রতি সাৱধানী ব্যৱহাৰেই অব্যাহত ৰখাৰ গত্যন্তৰ নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CAASheikh Hasinaপ্ৰাঞ্জলসেন ডেকা
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d