Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

স্বস্তিৰ নিশ্বাস এৰি গৃহমুখী যাত্ৰা

publisher by publisher
April 26, 2020
in COVID-19, News
Reading Time: 1 min read
0
ওদালগুৰিৰ ২৮ খন বাছেৰে স্বগৃহলৈ ৬০৮ জন : ২২৩ জন শ্ৰমিকৰ যাত্ৰা ভিন্ন জিলালৈ :৮৩ জন বহিঃৰাজ্যৰ শ্ৰমিক
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

জল্পনা-কল্পনা অৱসান ঘটাই শনিবাৰৰ পৰা তিনিদিনৰ বাবে আৰম্ভ হ’ল আন্ত:জিলা বাছ সেৱা | প্ৰথম পৰ্যায়ত অসম ৰাজ্যিক পৰিবহন নিগমৰ তিনিশখন বাছেৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা পাঁচ হেজাৰ লোকক প্ৰশাসনৰ উদ্যোগত ভিন্ন জিলালৈ ৰাওনা হয় | দীৰ্ঘদিন নিজগৃহৰ পৰা দূৰত থাকিবলৈ বাধ্য হোৱা এই লোকসকলৰ মুখত প্ৰতিস্ফুত হৈছে স্বস্তি-সকাহ তথা আনন্দৰ চিন | সুদীৰ্ঘ ৩৮ দিন ধৰি আবদ্ধ হৈ থকাৰ পাছত গৃহাভিমুখী হোৱাৰ সুযোগ লাভ কৰাৰ বাবে সকাহ পোৱাৰ কথা উল্লেখ কৰি গোৱালপাৰা শান্তি নগৰৰ সুনীতা চোধুৰীয়ে কয়, “দুই সন্তান বিবেক আৰু লক্ষ্যৰ বিদ্যালয় বন্ধ থকাৰ বাবে যোৱা ১৬ মাৰ্চতে গুৱাহাটীৰ উজান বজাৰত থকা ননদৰ ঘৰলৈ আহিছিলো | দুই সন্তানক লৈ চিৰিয়াখানা,  তাৰকাগৃহ আদি পৰিভ্ৰমণ কৰি থকাৰ সময়তে ২৪ মাৰ্চৰ পৰা তলাবন্ধ বলবৎ হয় | ফলত দীঘলীয়া সময়ৰ বাবে ননদৰ ঘৰতে আবদ্ধ হৈ পৰো |”
স্বস্তিৰ নিশ্বাস এৰি গৃহমুখী যাত্ৰা কৰা চোধুৰীয়ে পুনৰ কয় যে এই দিনকেইটাত থকা-খোৱাত কোনো অসুবিধা পোৱা নাই যদিও দীৰ্ঘদিন ধৰি দুই সন্তানসহ ঘৰৰ বাহিৰত থাকিবলগীয়া হোৱাৰ বাবে পৰিয়ালত চিন্তা বাঢ়ি গৈছে | চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ প্ৰশংসনীয় আৰু নিজগৃহলৈ যাবলৈ অনুমতি পাই সঁচাকৈয়ে আনন্দিত | চোধুৰীয়ে কয় | তেওঁ উজান বজাৰৰ পৰা টেক্সি সেৱাৰে আই এছ বি টিত উপস্থিত হোৱা বুলি উল্লেখ কৰি গোৱালপাৰাৰ বাছ আস্থানৰ পৰা খোজকাঢ়ি যাব পৰা দূৰত্বত নিজগৃহটো থকাৰ বাবে বিশেষ অসুবিধা নহয় বুলি মত ব্যক্ত কৰে |
অনুৰূপ মন্তব্য মৰনৈৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত অনুপ ডেকাৰো | বেলতলাৰ নিবাসী ডেকাই কয় যে ২১ এপ্ৰিলৰ পৰা কোম্পানীৰ কাম আৰম্ভ হৈছে | বাৰে বাৰে টেলিফোন কোম্পানীটোৰ পৰা | শনিবাৰে নিজ কৰ্তব্যস্থলীলৈ যোৱাৰ বাবে সুযোগ লাভ কৰি সকাহ পোৱা বুলি ডেকাই কয় | তেওঁ পূৰ্বে প্ৰতি শনিবাৰে ঘৰলৈ আহি সোমবাৰে পুনৰ নিজ কৰ্মস্থলীলৈ ৰাওনা হোৱাৰ কথা প্ৰকাশ কৰি সাম্প্ৰতিক সময়ত তলাবন্ধ নোখোলা পৰ্যন্ত উভতি অহাটো সম্ভৱ নহব বুলি কয় | আনহাতে গোৱালপাৰা আমবাৰীৰ মিমনুজ জামানে কয়, ” চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্ত্তিৰ লক্ষ্যৰে মহানগৰীৰ ভঙাগড়স্থিত এটা ক’চিং চেণ্টাৰত পাঠদান অব্যাহত ৰাখিছিলো | কিন্তু তলাবন্ধৰ বাবে ক’চিং চেন্টাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে আৰু ভাড়াঘৰত থকাৰ বাবে খোৱা-লোৱাত যথেষ্ট অসুবিধা হৈছিল | আজি ঘৰলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ পায় আনন্দ অনুভৱ কৰিছো |”
একেদৰে আঠ মাৰ্চৰ পৰা মাতৃ-ভ্ৰাতৃসহ মহানগৰীৰ লাচিত নগৰস্থিত মোমায়েকৰ ঘৰত আবদ্ধ হৈ পৰা গোৱালপাৰা লক্ষীপুৰৰ জান্নাত হুছেইনে কয়,  ” মাৰ চিকিৎসাৰ লগতে দুই-চাৰিদিন গুৱাহাটীত ফুৰাৰ লক্ষ্যৰে গুৱাহাটীলৈ আহিছিলো | কিন্তু তলাবন্ধই সুযোগ নিদিলে | আজি ৰমজানৰ প্ৰথম দিনটোতে ঘৰলৈ যাবলৈ পাই পৰিয়ালৰ সকলো আনন্দিত |
উল্লেখ্য যে শনিবাৰে ৰাজ্যৰ ভিন্ন জিলাৰ পৰা পাঁচ হেজাৰ যাত্ৰীক অসম পৰিবহণ নিগমৰ তিনিশখন বাছেৰে স্বগৃহলৈ প্ৰেৰণ কৰে সংশ্লিষ্ট জিলা প্ৰশাসনে | তলাবন্ধৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ পৰা ৪১ হেজাৰ ৬৫১ জনে চৰকাৰে মুকলি কৰি দিয়া ১০৪ নম্বৰ জৰিয়তে যোগাযোগ কৰিছিল | তিনিদিনৰ বাবে মুকলি কৰা এই আন্ত:জিলা বাছসেৱাৰ পৰৱৰ্তী দুদিনত প্ৰায় ২৫০০ খন বাছ চলাচল কৰাৰ কথা সদৰী কৰিছে পৰিবহণ মন্ত্ৰী  চন্দ্ৰমোহন পাটোৱাৰীয়ে | প্ৰথম পৰ্যায়ত পাঁচ হেজাৰ যাত্ৰীয়ে নিজ গৃহলৈ প্ৰত্যাৱৰ্তন কৰিছে যদিও অপেক্ষাত আছে ৩৬ হেজাৰ ৬৫১ জন যাত্ৰী | শনিবাৰে মহানগৰীৰ আই এছ বি টি, আদাবাৰী, মাছখোৱা আৰু পল্টন বজাৰস্থিত পৰিবহণ নিগমৰ এশখন বাছেৰে ৫৫১ জনে বৰপেটালৈ,৪২০ জনে গোৱালপাৰালৈ,১০৩ জনে মৰিগাঁওলৈ, ৪১২ জনে নগাঁৱলৈ আৰু ২৩৮ জনে শোণিতপুৰলৈ যাত্ৰা কৰে |
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19Lockdown
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d