Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ

    হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

    Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

    Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ধ্বংস হ’ল পশ্চিমবংগৰ দুখন জিলাঃমমতা বেনাৰ্জী

publisher by publisher
May 21, 2020
in India, News
Reading Time: 1 min read
0
ধ্বংস হ’ল পশ্চিমবংগৰ দুখন জিলাঃমমতা বেনাৰ্জী
1
SHARES
13
VIEWS
ShareShareShareShare

সৰ্বনাশী ৰূপ লৈ বুধবাৰে সন্ধিয়া প্ৰায় ছয় বজাত পশ্চিমবংগৰ সুন্দৰবনত আহি আঘাত কৰিলে মহাঘূৰ্ণী “আমপান”এ ৷ইয়াৰ ফলত উত্তৰ আৰু দক্ষিণ পৰগনা জিলাত সৃষ্টি হোৱা মহাঘূৰ্ণীৰ তাণ্ডৱলীলা প্ৰত্যক্ষ কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে একপ্ৰকাৰ অসহায় হৈ কয় ৰাজ্যৰ সৰ্বনাশ হ’ল ৷

ADVERTISEMENT

উত্তৰ আৰু দক্ষিণ ২৪ পৰগনা ধ্বংস হৈ গ’ল ৷নিশা ন বজা পৰ্যন্ত কমেও ১২ জনৰ মৃত্যু হোৱা বুলি উল্লেখ কৰি মমতাই সাংবাদিকক কয় “দুয়োখন ২৪ পৰগনাই ধ্বংস হ’ল ৷ঘৰ দূৱাৰ,নদীবান্ধ,খেতি সকলহ গ’ল ৷ইপিনে বৃহত্তৰ অঞ্চলটোৰ পাথৰ প্ৰতিমা,নামখানা,বাসন্তী,কুলতলি,বাৰৈপুৰ,সোণাৰপুৰ,ভাঙৰ আদিত ভয়াৱহ অৱস সৃষ্টি হৈছে ৷এই ক্ষয়ক্ষতিৰ বিস্তৰ তথ্যৰ বাবে তিনি চাৰিদিনৰ প্ৰয়োজন হ’ব বুলি তেওঁ কয় ৷

RelatedPosts

Health Ministry:গুণমান পৰীক্ষাত অসফল ৪৫ টা ঔষধ: নাম প্রকাশ কৰিলে স্বাস্থ্য মন্ত্রণালয়ে

আজি মোৰ বিয়া তথাপিও মেছিক চাবলৈ আহিছিলো…”, মেছিক চাবলৈ নাপায় ক্ষোভ প্ৰকাশ অনুৰাগীৰ 

মেছিৰ আগমনত কলকাতাত সতৰ্কতা বৃদ্ধি, যুৱ ভাৰতীৰ আশে-পাশে যাতায়তৰ পথ সলনি

মুখ্যমন্ত্ৰী মমতাই কয় যে এদিনৰ ভিতৰত পাঁচ লক্ষ মানুহক স্থানান্তৰ কৰাত সক্ষম হৈছিল ৷অঞ্চলৰ পাছত অঞ্চল ধ্বংস হৈছে ৷ যোগাযোগ বিচ্চিন্ন,আমি পাঁচ লক্ষ মানুহক স্থানান্তৰিত কৰিব পাৰিছো ৷১৭৭৩ ত এনে ভয়াৱহ ঘূৰ্নী আহিছিল ৷মই এতিয়া ৱাৰৰূমত আছো ৷মোৰ কাৰ্যালয় কঁপি উঠিছে। অতি কঠিন পৰিস্থিতিৰ যুদ্ধকালীন মোকাবিলা কৰিছো ৷বিদুৎ নাই,পানী নাই,পুখুৰী,খেতি সকলো শেষ হ’ল ৷ আমি এই দুৰ্যোগ অতিক্ৰম কৰিম৷ মোৰ কাৰ্যালয়ৰে অৰ্ধেক ভাঙি গৈছে ৷এতিয়াও তাণ্ডৱ অব্যাহত আছে ।”তেওঁ কয় যে সম্পূৰ্ণ ধ্বংসলীলাৰ তথ্যৰ বাবে কমেও ১২ দিনৰ প্ৰয়োজন হ’ব ৷দক্ষিণ বংগৰ প্ৰায় ৯৯ শতাংশ ধ্বংস হৈছে বুলিও মমতাই কয় ।

পশ্চিমবংগৰ কলকাতা চহৰতে এই মহাঘূৰ্ণীৰ গতিবেগ আছিল ঘন্টাত  ১৩৩ কিলোমিটাৰ ৷বিগত ৫০ বছৰৰ ভিতৰত সবাতোকৈ বৃহৎ দুৰ্যোগৰ মুখামুখি হৈছে কলকাতা ৷বিভিন্ন ভিডিঅ’ আদিত প্ৰকাশিত দৃশ্য অনুসৰি কলকাতাৰ ঠায়ে ঠায়ে বিদ্যুতৰ ট্ৰান্সফৰ্মাৰ ভয়াৱহৰূপত বিস্ফোৰিত হয় ৷প্ৰচণ্ড বৰষুণ আৰু তীব্ৰবেগী বতাহে বহু গছ উভালি পেলায় ,ৱাল আদি ভাঙি পেলায়।

ইপিনে ঘন্টাত ১৮৫ কিলোমিটাৰ বেগত পশ্চিমবংগৰ দিশে অগ্ৰসৰ হোৱা মহাঘূৰ্ণী “আমপান”ক লৈ বিগত কে’বাদিনো ধৰি ব্যাপক সতৰ্কতা অৱলম্বন কৰা হৈছে ৷আমপানে ক্ষতি কৰাৰ আশংকাত আনকি বিমান আৰু ৰেল গাড়ীসমূহো সুৰক্ষা ব্যৱস্থা কৰা হৈছে। ৰেল কৰ্তৃপক্ষই জনাইছে যে মহাঘূৰ্ণীৰ ফলত ৰৈ থকা ৰেলসমূহ নিজৰ অৱস্থানৰ পৰা আঁতৰি গ’লে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে ৷

সেইবাবে এনেদৰে ৰেলবোৰ শিকলিৰে বান্ধি দিয়া হৈছে ৷অৱশ্যে কেৱল ঘূৰ্ণীৰ বাবেই নহয়,কোনো কাৰণত দীৰ্ঘদিনৰ ধৰি ৰেল গাড়ী একে স্থানত ৰখাই থোৱা হ’লে এইদৰে চকা বান্ধি থোৱা হয় বুলি ৰেল বিষয়াই সদৰী কৰে ৷প্ৰসংগক্ৰমে উল্লেখযোগ্য যে তলাবন্ধৰ বাবে প্ৰবাসী শ্ৰমিকসকলক গৃহ ৰাজ্যলৈ উভতাই আনিবলৈ ৰেল মন্ত্ৰণালয়ে ইতিমধ্যে বহুসংখ্যক “শ্ৰমিক স্পেচিয়েল” ৰেল গাড়ী৷চলাইছে ৷কিন্তু আমপান”ৰ আগমনৰ পৰিপ্ৰেক্ষিতত এই ৰেলসমূহ বাতিল কৰা হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: cyclone AmphanKolkataMamata BanerjeeWEST BENGAL
publisher

publisher

Related Posts

এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
India

March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
News

হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

March 11, 2026
Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল
News

Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
News

Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
India

ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d