Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

অবলুপ্ত চহৰ উইকি ওৱাচিত আজিও নৃত্য কৰে মৎস্য কন্যাৰ দলে

publisher by publisher
June 19, 2020
in News
Reading Time: 1 min read
0
অবলুপ্ত চহৰ উইকি ওৱাচিত আজিও নৃত্য কৰে মৎস্য কন্যাৰ দলে
2
SHARES
22
VIEWS
ShareShareShareShare

চহৰখনৰ নাম উইকি ওৱাচি । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিডাস্থিত সৰু চহৰখন বিখ্যাত পৰ্যটকৰ বাবে । ২০১০ ৰ জনগণনা অনুসৰি চহৰখনৰ জনসংখ্যা ১৩ জন । জনসংখ্যা কম হ’লেও পৰ্যটকৰ আগমন চলি থাকে । পৰ্যটকৰ আগমনৰ উদ্দেশ্য বিনোদন । উইকি ওৱাচি চহৰত থকা ৱাটাৰ পার্ক, উইচি ওৱাচি স্প্ৰিং, বিভিন্ন প্ৰাণী সম্পৰ্কিত প্ৰদৰ্শনী আদি দৰ্শকৰ বাবে বিশেষ আকর্ষণীয় কেন্দ্ৰ; কিন্ত দৰ্শকক সবাতোকৈ অধিক আকৃষ্ট কৰে উইকি ওৱাচি স্প্ৰিং অনুষ্ঠানে । এই অনুষ্ঠানত মৎস্যকন্যা সাজি একাংশই সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে । মৎস্যকন্যাসকলক চাবলৈ প্ৰতিদিনে অনুষ্ঠানত ভিৰ কৰে পৰ্যটকে। ৱাটাৰ পাৰ্কত আছে বৃহৎ আকাৰৰ একুৰিয়াম । সেই স্থানতে মৎস্য কন্যাৰ অনুষ্ঠান অনুষ্ঠিত হয় । ৱাটাৰ পাৰ্কত মৎস্য কন্যাৰ প্ৰথম অনুষ্ঠান অনুষ্ঠিত হৈছিল ১৯৪৭ ৰ ১৩ অক্টোবৰত । মৎস্যকন্যা সাজিবলৈ বিভিন্ন স্থানৰ পৰা আহে মডেলসকল । মৎস্য কন্যাৰ পোছাক পৰিধান কৰি পানীত নামি অনুষ্ঠান পৰিৱেশন কৰে মডেল সকলে।

ADVERTISEMENT

মৎস্যকন্যাৰ দেহৰ উপৰিভাগ নাৰীৰ দৰে আৰু দেহৰ তলৰ ভাগ মাছৰ দৰে । পানীৰ মাজত মৎস্যকন্যাৰ নৃত্য দেখি আকৃষ্ট হয় উপস্থিত সকল । মৎস্যকন্যাৰ বাবেই মাৰ্কিন যুক্তৰাষ্ট্ৰত পৰিচয় লাভ কৰা এই চহৰখনৰ আজি কোনো অস্তিত্ব নোহোৱাৰ দৰে হৈছে । এই বছৰৰ আৰম্ভণিতে স্থানীয় গভৰ্ণৰে এখন বিধেয়ক গৃহীত কৰি ইউকি ওৱাচি পৌৰ সভাৰ অৱলুপ্তি ঘোষণা কৰে । বৰ্তমান চহৰ খন হৰ্ণেণ্ডো কাউন্টিৰ অন্তৰ্গত কৰা হৈছে । এই অৱলুপ্তিৰ অন্যতম কাৰণ হৈছে জনসংখ্যা । ২০০০ ত চহৰখনৰ জনসংখ্যা আছিল ১৩ জন । ২০১০ তো চহৰখনৰ জনসংখ্যা ১৩তে আবদ্ধ থাকিল । ইয়াৰ সমান্তৰালভাৱেই স্থানীয় প্ৰশাসনৰ দুৰ্নীতি চহৰখন অবলুপ্ত হোৱাৰ অন্যতম কাৰণ । চহৰখন অবলুপ্ত হ’লেও উইকি ওৱাচি পার্ক বৰ্তমানো আছে একে স্থানতে ।মৎস্য কন্যাৰ অনুষ্ঠানো পৰিৱেশন হৈ আহিছে দৈনিক; কিন্ত মৎস্য কন্যাৰ অনুষ্ঠান চাবলৈ পৰ্যটকৰহে অভাৱ হৈছে।

RelatedPosts

Trump-Zelensky Conflict: হোৱাইট হাউছত দুই ৰাষ্ট্ৰৰ মুৰব্বীৰ তৰ্কযুদ্ধ !

USA: সন্তানক নাগৰিকত্ব নিয়া নহ’ব ট্রাম্পৰ আমেৰিকাত

TRUMP-BIDEN বাইডেনৰ নিৰাপত্তা ৰক্ষাৰ অনুমতি প্ৰত্যাহাৰ কৰিলে ট্ৰাম্পে

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: USAWater Park
publisher

publisher

Related Posts

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d