Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

অবলুপ্ত চহৰ উইকি ওৱাচিত আজিও নৃত্য কৰে মৎস্য কন্যাৰ দলে

publisher by publisher
June 19, 2020
in News
Reading Time: 1 min read
0
অবলুপ্ত চহৰ উইকি ওৱাচিত আজিও নৃত্য কৰে মৎস্য কন্যাৰ দলে
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

Economist Professor Dr.Hiranya Nath:মাৰ্কিন যুক্তৰাষ্ট্ৰত উজ্জ্বলিল অসম সন্তান ড:হিৰণ্য নাথ

Donald Trump:ফ্ল’ৰিডা বিমান বন্দৰৰ নাম ট্রাম্প আন্তর্জাতিক বিমান বন্দৰলৈ কৰিলে সলনি

চহৰখনৰ নাম উইকি ওৱাচি । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিডাস্থিত সৰু চহৰখন বিখ্যাত পৰ্যটকৰ বাবে । ২০১০ ৰ জনগণনা অনুসৰি চহৰখনৰ জনসংখ্যা ১৩ জন । জনসংখ্যা কম হ’লেও পৰ্যটকৰ আগমন চলি থাকে । পৰ্যটকৰ আগমনৰ উদ্দেশ্য বিনোদন । উইকি ওৱাচি চহৰত থকা ৱাটাৰ পার্ক, উইচি ওৱাচি স্প্ৰিং, বিভিন্ন প্ৰাণী সম্পৰ্কিত প্ৰদৰ্শনী আদি দৰ্শকৰ বাবে বিশেষ আকর্ষণীয় কেন্দ্ৰ; কিন্ত দৰ্শকক সবাতোকৈ অধিক আকৃষ্ট কৰে উইকি ওৱাচি স্প্ৰিং অনুষ্ঠানে । এই অনুষ্ঠানত মৎস্যকন্যা সাজি একাংশই সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে । মৎস্যকন্যাসকলক চাবলৈ প্ৰতিদিনে অনুষ্ঠানত ভিৰ কৰে পৰ্যটকে। ৱাটাৰ পাৰ্কত আছে বৃহৎ আকাৰৰ একুৰিয়াম । সেই স্থানতে মৎস্য কন্যাৰ অনুষ্ঠান অনুষ্ঠিত হয় । ৱাটাৰ পাৰ্কত মৎস্য কন্যাৰ প্ৰথম অনুষ্ঠান অনুষ্ঠিত হৈছিল ১৯৪৭ ৰ ১৩ অক্টোবৰত । মৎস্যকন্যা সাজিবলৈ বিভিন্ন স্থানৰ পৰা আহে মডেলসকল । মৎস্য কন্যাৰ পোছাক পৰিধান কৰি পানীত নামি অনুষ্ঠান পৰিৱেশন কৰে মডেল সকলে।

ADVERTISEMENT

মৎস্যকন্যাৰ দেহৰ উপৰিভাগ নাৰীৰ দৰে আৰু দেহৰ তলৰ ভাগ মাছৰ দৰে । পানীৰ মাজত মৎস্যকন্যাৰ নৃত্য দেখি আকৃষ্ট হয় উপস্থিত সকল । মৎস্যকন্যাৰ বাবেই মাৰ্কিন যুক্তৰাষ্ট্ৰত পৰিচয় লাভ কৰা এই চহৰখনৰ আজি কোনো অস্তিত্ব নোহোৱাৰ দৰে হৈছে । এই বছৰৰ আৰম্ভণিতে স্থানীয় গভৰ্ণৰে এখন বিধেয়ক গৃহীত কৰি ইউকি ওৱাচি পৌৰ সভাৰ অৱলুপ্তি ঘোষণা কৰে । বৰ্তমান চহৰ খন হৰ্ণেণ্ডো কাউন্টিৰ অন্তৰ্গত কৰা হৈছে । এই অৱলুপ্তিৰ অন্যতম কাৰণ হৈছে জনসংখ্যা । ২০০০ ত চহৰখনৰ জনসংখ্যা আছিল ১৩ জন । ২০১০ তো চহৰখনৰ জনসংখ্যা ১৩তে আবদ্ধ থাকিল । ইয়াৰ সমান্তৰালভাৱেই স্থানীয় প্ৰশাসনৰ দুৰ্নীতি চহৰখন অবলুপ্ত হোৱাৰ অন্যতম কাৰণ । চহৰখন অবলুপ্ত হ’লেও উইকি ওৱাচি পার্ক বৰ্তমানো আছে একে স্থানতে ।মৎস্য কন্যাৰ অনুষ্ঠানো পৰিৱেশন হৈ আহিছে দৈনিক; কিন্ত মৎস্য কন্যাৰ অনুষ্ঠান চাবলৈ পৰ্যটকৰহে অভাৱ হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: USAWater Park
publisher

publisher

Related Posts

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d