Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Trump-Zelensky Conflict: হোৱাইট হাউছত দুই ৰাষ্ট্ৰৰ মুৰব্বীৰ তৰ্কযুদ্ধ !

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীৰে কথাৰ কটাকটি ট্ৰাম্পৰ, জেলেনস্কীক ভাবুকি দিয়াৰ বিপৰীতে ট্ৰাম্পকো উভতি ধৰিলে ট্ৰাম্প

publisher by publisher
March 1, 2025
in International, News
Reading Time: 3 mins read
0
Trump-Zelensky Conflict: হোৱাইট হাউছত দুই ৰাষ্ট্ৰৰ মুৰব্বীৰ তৰ্কযুদ্ধ !
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

Economist Professor Dr.Hiranya Nath:মাৰ্কিন যুক্তৰাষ্ট্ৰত উজ্জ্বলিল অসম সন্তান ড:হিৰণ্য নাথ

Trump-Zelensky Conflict:

দ্বিপাক্ষিক চুক্তি আৰু ইউক্ৰেইন – ৰাছিয়াৰ যুদ্ধ সন্দৰ্ভত আলোচনাৰ বাবে ডনাল্ড ট্ৰাম্পৰ আমন্ত্ৰণক্ৰমে হোৱাইট হাউছত উপস্থিত হোৱা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলাডিমিৰ জেলেনস্কীৰে সংবাদ মাধ্যমৰ সন্মুখতে তৰ্কযুদ্ধত লিপ্ত হয় ট্ৰাম্প ৷ পৰিস্থিতি এনেকুৱা পৰ্যায় পাইগৈ যে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে একপ্ৰকাৰ ভাবুকি দিয়ে জেলেনস্কীক ৷ একেদৰে ট্ৰাম্পকো উভতি ধৰে জেলেনস্কীয়ে ৷ নিমন্ত্ৰণ কৰি আনি এইদৰে কৰ্কথনা কৰা বাবে জেলেনস্কীয়ে ট্ৰাম্প সকীয়নি পৰ্যন্ত দিয়ে ৷ অভেল অফিচত হোৱা আলোচনা আধাতে সামৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকী হোটেললৈ উভতি যায় ৷ অথচ দুই ৰাষ্ট্ৰৰ মাজত হ’বলগীয়া খনিজ চুক্তি সম্পাদন নহ’ল ৷

ADVERTISEMENT

উল্লেখ্য যে এই আলোচনাৰ সময়ত ট্ৰাম্পৰ স’তে উপস্থিত থাকে মাৰ্কিন উপ- ৰাষ্ট্ৰপতি জে ডি ভাঞ্চ। মনকৰিবলগীয়া যে,হোৱাইট হাউচৰ অভেল অফিচত অনুষ্ঠিত হোৱা এখন সংবাদমেলত হঠাতে ডনাল্ড ট্ৰাম্পে জেলেনস্কীক তৃতীয় বিশ্বযুদ্ধলৈ বিশ্বৰ কিয় আগবঢ়াই দিছে বুলি কৈ তেওঁক একপ্ৰকাৰ মূৰ্খ বুলিয়ে কৈ পেলালে। আনকি ট্ৰাম্পে জেলেনস্কীক ৰাছিয়াৰ স’তে যুদ্ধবিৰতিলৈ আহিবলৈ আহ্বান জনায় ৷

কিন্ত ইয়াৰ বিপৰীতে জেলেনস্কীয়ে স্পষ্টভাৱে কয়,হত্যাকাৰীৰ সৈতে কোনো ক্ষেত্ৰত শান্তি আলোচনা নহয়৷ জেলেনস্কীৰ এই স্থিতিত খড়গগ্ৰস্ত হৈ পৰে ট্ৰাম্প আৰু মাৰ্কিন উপ- ৰাষ্ট্ৰপতি জে ডি ভাঞ্চ ৷ ট্ৰাম্পে কয়,আমেৰিকাৰ সহায় অবিহলে আপুনি আগবাঢ়ি যাব নোৱাৰে ৷ বৰ্তমান আপোনাৰ স্থিতি যোগাত্মক নহয় ৷ শান্তিৰ বিপৰীতে তৃতীয় বিশ্বযুদ্ধলৈ অগ্ৰসৰ হৈছে আপুনি ৷এইয়া বিশ্বৰ বাবে অশনি সংকেত ৷

ইউক্ৰেইনৰ সহজ- সৰল জনতাক ঢাল হিচাপে ব্যৱহাৰ কৰিছে বুলি কয় ট্ৰাম্পে ৷ আপুনি উভতগোৰে নাছিছে ৷আমাৰ তদানীন্তন ৰাষ্ট্ৰপতিয়ে ৩৫০ কোটি বিলিয়ন ডলাৰ আৰু অস্ত্ৰ- শস্ত্ৰ দিলে ৷ যাৰফলস্বৰূপে আপুনি নিৰ্ভয়ে যুদ্ধ চলাই গ’ল তীব্ৰ কৰ্কথনা কৰে ভলাডিমিৰ জেলেনস্কীক ৷ আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত ট্ৰাম্প এইদৰে এজাউৰি দিয়ে ৷ আনকি সেই সময়ত উপস্থিত থকা আমেৰিকাস্থ ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত গৰাকী চিন্তাক্লিষ্ট হোৱা পৰিলক্ষিত হয় ৷

ৰাছিয়াৰে হোৱা যুদ্ধ আমেৰিকাই ধনজন দি সহায় কৰাৰ পিছতো আপুনি আমাক কৃতজ্ঞতা জনোৱাৰ বিপৰীতে আমাৰ দেশতে উপস্থিত হৈ আমাক সকীয়নি দিয়াতোৱে আগন্তুক দিনত আপোনাৰ বাবে বেয়া দিন আৰম্ভ হ’ল বুলি জেলেনস্কীক তীব্ৰ কটাক্ষ কৰে উপ- ৰাষ্ট্ৰপতি জে ডি ভাঞ্চে ৷

উল্লেখযোগ্য যে সুদীৰ্ঘ সময় ৰাছিয়াৰ স’তে ইউক্ৰেইনে অব্যাহত ৰখা যুদ্ধক লৈ মাৰ্কিন ৰাষ্ট্ৰ প্ৰধান ডনাল্ড ট্ৰাম্পে ইউক্ৰেইনক যুদ্ধবিৰতিলৈ আহিবলৈ আহ্বান জনাইছিল ৷ইয়াৰ বিপৰীতে মাৰ্কিন ৰাষ্ট্ৰপতিৰ আহ্বান অগ্ৰাহ্য কৰে ৷ইয়াতে ক্ষুন্ন হৈ পৰে ট্ৰাম্প ৷ হোৱানট হাউচৰ আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত জেলেনস্কীক কৰ্কথনা কৰা বিষয়টো সমগ্ৰ বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । জানিব পৰা মতে ট্ৰাম্প প্ৰশাসনৰ এজন শীৰ্ষ বিষয়াই ভলডিমিৰ জেলেনস্কীক হোৱাইট হাউচৰ পৰা ওলাই যাবলৈ কয় ৷

আনহাতে আলোচনাৰ বাবে হোৱাইট হাউচলৈ ভলডিমিৰ জেলেনস্কীক মাতি নি ট্ৰাম্পে ধমকি দিয়াক লৈ সমগ্ৰ বিশ্ব কাৰ্যত দুটা শিৱিৰত বিভক্ত হৈছে ৷ এটা শিৱিৰে আমেৰিকাৰ পক্ষত অৱস্থান কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়া,স্পেইন ,পোলেণ্ড সহ কে’বা খনো দেশে ইউক্ৰেইনক পূৰ্বৰ দৰে সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ডনাল্ড টাস্কে কয় আমি ইউক্ৰেইনৰ স’তে আছো ৷ তেওঁলোক অকলশৰীয়া নহয়৷

ইপিনে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে হোৱাইট হাউচত দুই ৰাষ্ট্ৰপ্ৰধানৰ মাজত হোৱা মৌখিক সংঘাতক লৈ উদ্বিগ্ন প্ৰকাশ কৰে ৷ ষ্টাৰমাৰে ট্ৰাম্প আৰু জেলেনস্কীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে ৷ একেদৰে জেলেনস্কীক ব্ৰিটেইনে সহায় কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীয়ে ইউক্ৰেইনৰ বিষয়টোক লৈমাৰ্কিন যুক্তৰাষ্ট্ৰৰ, ইউৰোপ আৰু নাটোৰ মিত্ৰদেশ সমূহৰ মাজত শীঘ্ৰেই এখন মহাসন্মিলনৰ আহ্বান জনায়।

স্মতৰ্ৱ্য যে,আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়টো কাৰ্যাকালৰ বাবে দায়িত্ব লাভ কৰাৰ পিছৰে পৰা ডনাল্ড ট্ৰাম্পৰ কেতবোৰ কৰ্মকাণ্ডই আন্তৰাষ্ট্ৰীয় মহলত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷শেহতীয়াকৈ ইউক্ৰেইন – ৰাছিয়াৰ যুদ্ধক লৈ এক শান্তিময় পৰিস্থিতিৰ বাবে ইউক্ৰেইনক যুদ্ধৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনাই ৷ একেদৰে ৰাছিয়ান ৰাষ্ট্ৰপতি পুটিনৰেও আলোচনাৰ বাবে আগ্ৰহী বুলি কৌশলী মন্তব্য দিছিল ট্ৰাম্পে ৷ আন্ত:ৰাষ্ট্ৰীয় এটা মহলে কব বিচাৰে যে ৰাছিয়ান ৰাষ্ট্ৰপতি পুটিনৰে সুসম্পৰ্ক গঢ়ি তোলাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ট্ৰাম্পে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Trump-Zelensky ConflictUkraineUSAWasingtonWhite House
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d