Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

চেতন ভগতৰ এটা টুইট

publisher by publisher
June 24, 2020
in Entertainment, India
Reading Time: 1 min read
0
চেতন ভগতৰ এটা টুইট
1
SHARES
11
VIEWS
ShareShareShareShare

সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ পিছত সমগ্ৰ বলীউডৰ বিৰুদ্ধে সকলো অনুৰাগীয়ে “নেপ’টিজম”কৰাৰ অভিযোগ উত্থাপিত কৰিছে ৷ সুশান্তৰ হাতৰ পৰা একেৰাহে সাতখনকৈ ছবি গুচি যোৱাৰ বাবে অভিনেতাগৰাকী হতাশাত ভূগি আত্মহত্যাৰ পথ বাচি লৈছিল বুলি একাংশই অভিযোগ কৰিছে ৷ইয়াৰ মাজতে চেতন ভগতৰ এটি পুৰণি প’ষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাত ৰোষত পৰিছে বলীউড । এই প’ষ্টটোত “হাফ গাৰ্লফ্ৰেণ্ড”ছবিৰ কাৰণে সুশান্ত নিৰ্বাচিত হোৱাৰ কথা প্ৰকাশ কৰিছিল চেতন ভগতে ৷ পিছে চেতন ভগতৰ এই প’ষ্টটো ভাইৰেল হোৱাৰ পিছতে সমালোচনাকাৰীসকলৰ কেন্দ্ৰ হৈ পৰিছে অৰ্জুন কাপুৰ ৷

ADVERTISEMENT

ebq6rkzwsaqoim2 1592996284

RelatedPosts

শ্বাহৰুখ খান-বিক্রান্ত মেছী শ্রেষ্ঠ অভিনেতা, শ্রেষ্ঠ অভিনেত্ৰী ৰাণী

‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

Maha Kumbh 2025:মহাকুম্ভত উপস্থিত জনপ্ৰিয় অভিনেত্ৰী কেটৰিনা কাইফ

২০১৭ ত মুক্তি লাভ কৰিছিল অৰ্জুন কাপুৰ আৰু শ্ৰদ্ধা কাপুৰৰ ছবি হাফ গাৰ্লফ্ৰেণ্ড ৷এই ছবিখন চেতন ভগতৰ গ্ৰন্থ “হাফ গাৰ্লফ্ৰেণ্ড”ৰ ওপৰত আধাৰিত ৷ কিন্তু সুশান্তৰ আত্মহত্যাৰ পিছতে সম্প্ৰতি চেতন ভগতে ২০১৫ বৰ্ষতে কৰা টুইট ভাইৰেল হৈ পৰিছে ।টুইটটোত চেতন ভগতে লিখিছিল “মই ক’বলৈ পায় সুখী হৈছো যে মোহিত চুৰিৰ নিৰ্দেশনাৰে হাফ গাৰ্লফ্ৰেণ্ডত সুশান্ত সিং ৰাজপুতে অভিনয় কৰিব ৷ ছবিখনৰ দৃশ্যগ্ৰহণ ২০১৬ ৰ পৰা আৰম্ভ হ’ব ৷”ইপিনে চেতন ভগতৰ এই প’ষ্টটো ভাইৰেল হোৱাৰ পিছতেই সমালোচনাকাৰী সকলে তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি লৈছে অৰ্জুন কাপুৰক। একাংশই কৈছে যে ষ্টাৰকিড হোৱাৰ কাৰণে অৰ্জুনে একেৰাহে ছবি লাভ কৰিছে। আন এজনে কৈছে” হাফ গাৰ্লফ্ৰেণ্ডত সুশান্তৰ দৰে প্ৰতিভাৱান অভিনেতাক আঁতৰাই নেপ’টিজমৰ প্ৰডাক্টক ল’লে ৷আমি নেপ’টিজম আৰু বলীউডৰ এই ধাৰাক সহজে এৰি নিদিও ৷অন্যথা আমি সুশান্তৰ দৰে আৰু হীৰাক হেৰুৱাম৷ আন এগৰাকীয়ে অৰ্জুন কাপুৰৰ এখন ফ’টো শ্বেয়াৰ কৰি লিখে”ষ্টাৰ কিডে কেৱল ওজন কমায়ে বলীউডত ষ্ট্ৰাগ’ল কৰা বুলি কয় ৷”

halfgirlfriend 571 855

সদ্যহতে সুশান্ত সিং ৰাজপুতৰ অনুৰাগীসকলে পুৰণি প’ষ্ট শ্বেয়াৰ কৰি একাধিকবাৰ সুশান্তক ছবিপৰা বহিস্কাৰ কৰা প্ৰসংগত ক্ষুদ্ধ হৈ আছে ৷ ফিতুৰ,বেফিক্ৰে,হাফ গাৰ্লফ্ৰেণ্ড,ৰাম লীলা আদি বহু ছবি হেৰুৱাই মানসিকভাৱে ভাগি পৰিছিল সুশান্ত ৷ যাৰ কাৰণে অৱশেষত সকলোকে সচকিত কৰি আত্মহত্যাৰ সিদ্ধান্ত লৈছিল অভিনেতাজনে ।কিন্তু সুশান্তে আত্মহত্যা কৰিলে নে? অভিনেতাগৰাকীক হত্যা কৰা হ’ল ৷সেই সম্পৰ্কত এতিয়াও অনুৰাগীৰ মনত সন্দেহ ঘনীভূত হৈ আছে। যাৰ কাৰণে সকলোৱে সম্প্ৰতি সুশান্তৰ হত্যা বা আত্মহত্যাৰ উচিত তদন্ত হোৱাটো বিচাৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Arjun kapoorBollywood NewsEntertainment NewsRIP Sushant Singh RajputSushant Shing Rajput
publisher

publisher

Related Posts

তামিলনাডুত নতুন ৰাজনৈতিক ঢৌ
India

তামিলনাডুত নতুন ৰাজনৈতিক ঢৌ

May 4, 2026
বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

১,২৬৩ জোপা গছে শুহি ল’লে ১০,১৪৩ টন কার্বন-ডাই-অক্সাইড

May 3, 2026
আঠশ কিলোমিটাৰ বাট খোজকাঢ়ি অৰণ্যত প্ৰৱেশ ঢেঁকীয়াপতীয়া বাঘৰ

বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
News

দুমাহে এসাঁজ খাই এসাঁজ নোখোৱাকৈ থাকিবলগীয়া হৈছে ছাত্ৰাৱাসৰ আৱাসী

May 3, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d