Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

    ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

    Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আজি ৰামমন্দিৰৰ আধাৰশিলা স্থাপন

publisher by publisher
August 5, 2020
in India, News
Reading Time: 1 min read
0
অনাগত তিনিবছৰত সম্পূৰ্ণ হৈ উঠিব ৰাম মন্দিৰ
1
SHARES
10
VIEWS
ShareShareShareShare

সকলো জল্পনা-কল্পনাৰ, বিবাদৰ অন্ত পেলাই আজি অযোধ্যাত সম্পন্ন হ’ব ৰামমন্দিৰৰ ভূমিপূজন আৰু শিলন্যাস ৷ মাত্ৰ কেইঘন্টামানৰ পিচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভূমিপূজা আৰু শিলন্যাস কৰাৰ লগে লগে অন্ত পৰিব ৰামভক্তসকলৰ প্ৰায় পাঁচশ বছৰীয়া প্ৰতীক্ষাৰ । আজিৰ অনুষ্ঠানৰ পাছতে ৰামজন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ তত্ত্বাৱধানত ৰাম জন্মভূমিত জোৰ কদমত আৰম্ভ হ’ব হিন্দু ধৰ্মাৱলম্বীৰ অন্যতম আৰাধ্য ভগৱান শ্ৰীৰামৰ বহু চৰ্চিত মন্দিৰ ৷

ADVERTISEMENT

ইয়াৰ বাবে অযোধ্যাত ইতিমধ্যে উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে । ইয়াৰ সমান্তৰালকৈ কঠোৰ নিৰাপত্তা আৰু কৰ’না ভাইৰাচৰ যাৱতীয় সতৰ্কতা। সম্প্ৰতি অযোধ্যাৰ পৰিবেশ হৈ পৰিছে ৷ দীপাৱলীসদৃশ পৰিবেশ ৷ নিশা হেজাৰ হেজাৰ বন্তি আৰু বিজুলি বাতিৰ পোহৰেৰে চৌদিশ আলোকোজ্জল কৰি তোলা হয় ৷ সেইদৰে দিনত চহৰখনৰ বাট পথৰ চৌদিশে দুটা ৰঙ দেখিবলৈ পোৱা গৈছে হালধীয়া আৰু গেৰুৱা । বাট-পথ সকলো পৰিস্কাৰ ৷ ভূমিপূজন আৰু শিলন্যাসত স্বয়ং প্ৰধানমন্ত্ৰী উপস্থিত থাকিব কাৰণেই সমগ্ৰ অঞ্চলটো সুৰক্ষা কবছেৰে ঢাকি পেলোৱা হৈছে ৷

RelatedPosts

ফ্ৰান্স–ভাৰত সাংস্কৃতিক বন্ধনত নতুন মাইলষ্টন

Elon Musk’s Starlink:ভাৰতত অচিৰেই আৰম্ভ হ’ব ‘ষ্টাৰলিংক’ৰ ইণ্টাৰনেট সেৱা

পুটিনৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-আমেৰিকাৰ চুক্তি!

মূল পূজাৰ স্থানত চাৰিশ মিটাৰ আগৰে পৰাই প্ৰবেশ নিষিদ্ধ ৷ ৰাস্তাৰ প্ৰতিটো পাকতে সংলগ্ন চিচি কেমেৰা ৷ সেই স্থানত সাংৱাদিকৰো প্ৰবেশ নিষেধ ৷ কৰ’না ভাইৰাছৰ সতৰ্কতামূলক ব্যৱস্থাৰূপে আজি ৰাম মন্দিৰৰ ভূমি পূজনত বেছি অতিথিক নিমন্ত্ৰণ কৰা হোৱা নাই । মাত্ৰ ১৮৫ জন বিশেষ অতিথিক আমন্ত্ৰণ জনাইছে তীৰ্থক্ষেত্ৰৰ ন্যাসে । ইয়াৰ ভিতৰত ১৩৫ জন সাধু সন্ত আৰু ধৰ্মগুৰু ৷ বাকী ৫০ জন ৰাজনীতিবিদ তথা পদাধিকাৰী ৷

ইতিমধ্যে আজি পুৱা ৯.৩০ মিনিটত প্ৰধানমন্ত্ৰী মোদী অযোধ্যাৰ অভিমুখে উৰা মাৰিচে । লক্ষ্ণৌৰ পৰা তেওঁ হেলীকপ্তাৰত উঠি অযোধ্যাত উপস্থিত হ’ব ৷ প্ৰায় ১১.৩০ ত অযোধ্যাত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে প্ৰথমে অযোধ্যাৰ হনুমানগঢ়ী মন্দিৰত পূজা আগবঢ়াব । প্ৰায় ১২ বজাত মোদী ৰামজন্মভূমিত উপস্থিত হোৱাৰ কথা ৷

আনহাতে ১২.৪০ ত হ’ব ৰামমন্দিৰৰ শিলন্যাস ৷ইয়াত ব্যৱহৃত হ’ব ৪০ কেজি ওজনৰ ৰূপৰ শিলা । সেইসময়ত প্ৰধানমন্ত্ৰীৰ কাষত থাকিব মাত্ৰ চাৰিজন লোক ৷ প্ৰধানমন্ত্ৰী মোদীয়ে ভূমিপূজনৰ সময়ত ৰামৰ চৰণত নিজহাতেৰে লাডু নিবেদন কৰিব ৷ সেই লাডু সজাই ৰখা হ’ব ১১১ খন কাঁহীত ৷ অযোধ্যাৰ মণিৰাম দাসৰ চাউনীত মুঠ এক লাখ ২৫ হেজাৰ লাডু প্ৰস্তুত কৰা হৈছে । যাৰ নাম হৈছে ৰঘূপতি লাডু। লাডু বিতৰণৰ কাৰণে ১১ হেজাৰ তীখাৰ টিফিনবক্স ক্ৰয় কৰা হৈছে ৷ প্ৰধানমন্ত্ৰী পূজাৰ অন্তত সেই বেগসমূহ ভক্তৰ হাতত তুলি দিয়া হ’ব ।

উল্লেখযোগ্য যে কালিৰে পৰা আৰম্ভ হৈছে ৰাম মন্দিৰৰ পূজা অৰ্চনা ৷মংগলবাৰে প্ৰথমে কৰা হয় গণেশ পূজা। ৰাম কি পৌডি ঘাটত আৰতি আৰু হোমযজ্ঞ সম্পন্ন হয়। সৰযু নদীৰ দলং আৰু একাংশ স্থানত বন্তি জ্বলোৱা হয় । লগতে অখণ্ড ৰামায়ণ পাঠ, ভগৱান ৰাম আৰু দেৱী সীতাৰ আৰাধনা কৰা হয়। সেইদৰে আজি ৰাম কি পৌডি ঘাটত আৰতি কৰা হয়। হনুমানগঢ়ীত নিচান পূজা অনুষ্ঠিত হয় ।

আনহাতে পূৰ্বৰ পৰিকল্পনাতকৈ দ্বিগুণ হ’ব ডাঙৰ হ’ব ৰামমন্দিৰ ৷ এইকথা জনাইছে ৰাম মন্দিৰৰ নক্সা তৈয়াৰ কাৰী চন্দ্ৰকান্ত ভাই ছ’ম্পুৰাই ৷এতিয়া মন্দিৰত থাকিব পাঁচটা চূড়া। যাতে অধিক লোকে মন্দিৰ দৰ্শন কৰিব পাৰে ৷লগতে মূল গৰ্ভগৃহৰ ওপৰত থাকিব চূড়াৰ শিখৰ ৷ বাঢ়িব উচ্চতাও ৷ ছম্পুৰাই লগতে সদৰী কৰে যে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাচতে নক্সা সলনিৰ সিদ্ধান্ত লোৱা হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AyodhyaindiaRam M andir
publisher

publisher

Related Posts

ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
India

March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

March 11, 2026
Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে
News

Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

March 11, 2026
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
News

ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
International

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

March 11, 2026
All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d