Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

দেশত কে’বাগুণো বৃদ্ধি পালে চিকিৎসা সামগ্ৰীৰ আবৰ্জনা

publisher by publisher
January 21, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
দেশত কে’বাগুণো বৃদ্ধি পালে চিকিৎসা সামগ্ৰীৰ আবৰ্জনা
1
SHARES
13
VIEWS
ShareShareShareShare

সামাজিক টিকাকৰণ আৰম্ভ হোৱাৰ লগে লগে দেশৰ মানুহৰ মনলৈ আহিছে স্বস্তিৰ ভাব । ইতিমধ্যে প্ৰায় স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে সমগ্ৰ দেশ । তলাবন্ধৰ সময়ত দেশে দেখিছিল প্ৰদূষণমুক্ত পৰিৱেশ । কিন্তু ইয়াৰ পৰিৱৰ্তে দেশত হঠাৎ বৃদ্ধি পাইছে চিকিৎসা সামগ্ৰীৰ আবৰ্জনাৰ পৰিমাণ ।

ADVERTISEMENT

বিগত ১০টা মাহত মানুহৰ মাজত বৃদ্ধি পাইছিল মাস্ক-পিপিই-গ্লাভছ্ আদি চিকিৎসা সৰঞ্জাম ব্যৱহাৰৰ অভ্যাস । সাধাৰণ মানুহেও ব্যাপক হাৰত ব্যৱহাৰ কৰিছিল এইবোৰ চিকিৎসা সৰঞ্জাম । কৰ’নাৰ ব্যাপকতাৰ ফলত যিদৰে বৃদ্ধি পাইছিল চিকিৎসা সেৱাৰ ব্যস্ততা, সেইদৰে ডাঙৰ হ’বলৈ ধৰিছিল চিকিৎসা সৰঞ্জামৰ আবৰ্জনাৰ দ’ম ।

RelatedPosts

মালেগাঁও বিস্ফোৰণ কাণ্ডত সকলো অভিযুক্ত দোষমুক্তি

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ইঞ্জেকশনৰ ভয়তেই মৃত্যু! কুকুৰৰ আঁচোৰক অৱহেলা

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ এক প্ৰতিবেদন অনুসৰি, যোৱা বছৰৰ জুনৰ পৰা ডিচেম্বৰ পৰ্যন্ত প্ৰায় ৩৩ হেজাৰ টন বায়’মেডিকেল আবৰ্জনা উৎপাদন কৰিছে ভাৰতে । ইয়াৰ ভিতৰত সবাতোকৈ বেছি আবৰ্জনা উৎপাদন হৈছে যোৱা অক্টোবৰত । সেই মাহত প্ৰায় পাঁচ হেজাৰ পাঁচশ টন আবৰ্জনা উৎপাদন হোৱা বুলি জনোৱা হৈছে উক্ত প্ৰতিবেদনত । সকলো ৰাজ্যৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতে উক্ত প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।

ৰাজ্যসমূহৰ ভিতৰত চিকিৎসা আবৰ্জনাৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰ । দেশৰ ভিতৰত মহাৰাষ্ট্ৰতে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা সৰ্বাধিক । বিগত জুনৰ পৰা মহাৰাষ্ট্ৰই উৎপাদন কৰিছে তিনি হেজাৰ ৫৮৭ টন আবৰ্জনা । সকলো ৰাজ্য মিলাই উৎপাদিত আবৰ্জনাৰ পৰিমাণ হৈছে ৩২ হেজাৰ ৯৯৪ কোটি ।

প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে দেশৰ মুঠ ১৯৮টা ‘বায়’মেডিকেল ৱাষ্ট ট্ৰিটমেণ্ট ফেচিলিটী’ত এই আবৰ্জনাসমূহ নষ্ট কৰা হৈছে । এই বায়’মেডিকেল আবৰ্জনাৰ ভিতৰত এফালে যিদৰে আছে মাস্ক, পিপিই কিট, গ্লাভছ্ আৰু জোতাৰ ক’ভাৰ, সেইদৰেই আনফালে আছে মানৱ দেহৰ টিছ্যু, তুলা, ড্ৰেছিং কৰা বেণ্ডেজসহ আৰু বিভিন্ন সৰঞ্জাম ।

মহাৰাষ্ট্ৰৰ উপৰি এই তালিকাত ওপৰৰ ফালে আছে পশ্চিমবংগ, কেৰালা, গুজৰাট, তামিলনাডু, উত্তৰপ্ৰদেশ, দিল্লী, কৰ্ণাটক আদিৰ নাম । যোৱা ডিচেম্বৰতেই সমগ্ৰ দেশত প্ৰায় চাৰি হেজাৰ ৫৩০ টন আবৰ্জনা উৎপাদন হোৱা বুলি প্ৰতিবেদনত জনোৱা হৈছে, যিবোৰে পৰিৱেশ প্ৰদূষণ বৃদ্ধি কৰিব বুলিও আশংকা কৰিছে পৰিৱেশবিদসকলে ।

বিগত বৰ্ষৰ মাৰ্চৰ পৰা দেশজুৰি ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ সময়তে এই ধৰণৰ বায়’মেডিকেল আবৰ্জনাসমূহৰ সঠিক প্ৰক্ৰিয়াকৰণৰ বাবে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে । ইয়াৰ উপৰি ব’ৰ্ডে ক’ভিড১৯বিডব্লিউএম নামৰ এটা ম’বাইল এপ্ বজাৰলৈ আনে । কৰ’না ভাইৰাছ সংক্ৰান্তীয় বায়’মেডিকেল আবৰ্জনাৰ সঠিক প্ৰক্ৰিয়াকৰণ হৈছে নে নাই, সেই ক্ষেত্ৰত উক্ত এপৰ মাধ্যমেৰে দৃষ্টি ৰখাও আৰম্ভ হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19COVID19BWM appMaharashtraMedical waste
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d