Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

মালেগাঁও বিস্ফোৰণ কাণ্ডত সকলো অভিযুক্ত দোষমুক্তি

বম্বে হাইক’ৰ্টৰ গুৰুত্বপূৰ্ণ ৰায়

publisher by publisher
April 22, 2026
in India, News
Reading Time: 1 min read
0
মালেগাঁও বিস্ফোৰণ কাণ্ডত সকলো অভিযুক্ত দোষমুক্তি
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

পুণে বিমানবন্দৰত বায়ুসেনাৰ বিমানৰ ‘হাৰ্ড লেণ্ডিং’! বন্ধ ৰানৱে , উড়ানত ব্যাঘাত

ইঞ্জেকশনৰ ভয়তেই মৃত্যু! কুকুৰৰ আঁচোৰক অৱহেলা

Meghalaya Cm Announced:মেঘালয়ৰ মাইনিঙত শ্ৰমিকৰ মৃত্যুৰ ঘটনাক লৈ উদ্বিগ্ন মেঘালয়ৰ মুখ্যমন্ত্ৰী

দীৰ্ঘদিনীয়া চৰ্চিত মালেগাঁও বিস্ফোৰণ কাণ্ডত অৱশিষ্ট চাৰি অভিযুক্তকো দোষমুক্ত প্ৰদান কৰিলে বোম্বে উচ্চ ন্যায়ালয়ে। ইয়াৰ পূৰ্বে বিশেষ ৰাষ্ট্ৰীয় তদন্ত সংস্থা(National Investigation Agency )(NIA) আদালতে প্ৰজ্ঞা সিং ঠাকুৰ(Pragya Singh Thakur)সহ সাতজন অভিযুক্তক নিৰ্দোষ ঘোষণা কৰিছিল।

ADVERTISEMENT

বুধবাৰে প্ৰমাণৰ অভাৱত সকলো অভিযুক্তৰ বিৰুদ্ধে থকা অভিযোগ বাতিল কৰি আদালতে এই ৰায় প্ৰদান কৰে।

বিচাৰপতি চন্দ্ৰশেখৰ আৰু বিচাৰপতি শ্যাম চন্দকৰ দ্বৈত বেঞ্চত এই গোচৰৰ শুনানি অনুষ্ঠিত হৈছিল।

অভিযুক্তসকলে এনআইএৰ অভিযোগপত্ৰৰ পৰা মুক্তি বিচাৰি দাখিল কৰা আবেদনত সঁহাৰি জনাই আদালতে কয় যে অভিযোগসমূহ সমৰ্থন কৰিব পৰা পৰ্যাপ্ত প্ৰমাণ উপস্থাপন কৰিব পৰা হোৱা নাই।

এই ৰায়ৰ জৰিয়তে মনোহৰ নাৰৱাৰিয়া, ৰাজেন্দ্ৰ চৌধুৰী, ধান সিং আৰু লোকেশ শৰ্মাক বেকসুৰ খালাস দিয়া হয়। ফলত, এনআইএৰ দ্বাৰা আৰম্ভ কৰা এই গোচৰটোৰ আইনী প্ৰক্ৰিয়া বৰ্তমান অন্ত পৰিল বুলি ধৰা হৈছে, যদিও আদালতৰ বিস্তৃত লিখিত আদেশ এতিয়াও প্ৰকাশ পোৱা নাই।

উল্লেখযোগ্য যে, ২০০৬ চনৰ ২৯ ছেপ্টেম্বৰৰ নিশা মালেগাঁও চহৰত সংঘটিত এক ভয়ংকৰ বিস্ফোৰণত ৩৭ জন লোকৰ মৃত্যু হৈছিল আৰু ৩০০তকৈ অধিক লোক আহত হৈছিল। তদন্তত পোহৰলৈ আহিছিল যে মছজিদ সংলগ্ন কবৰস্থানত এখন মটৰচাইকেলত সংস্থাপিত বিস্ফোৰক ব্যৱহাৰ কৰি এই আক্ৰমণ সংঘটিত কৰা হৈছিল।

প্ৰথমতে মহাৰাষ্ট্ৰৰ সন্ত্রাস দমন শাখাই (ATS) ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল। পাছত ২০১১ চনত এই গোচৰটো এনআইএৰ হাতলৈ হস্তান্তৰ কৰা হয়।

২০১৮ চনত আনুষ্ঠানিকভাৱে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু আদালতে ৩২৩ জন সাক্ষীৰ বক্তব্য বিশ্লেষণ কৰে।

ইফালে, এই কাণ্ডত অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ হোৱা Pragya Singh Thakur ২০১৯ চনত ভূপাল লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। অৱশ্যে ২০২৪ চনৰ নিৰ্বাচনত তেওঁক পুনৰ প্ৰাৰ্থিত্ব দিয়া হোৱা নাছিল।

এই ৰায়ৰ স’তে দীৰ্ঘদিনীয়া এই সংবেদনশীল আৰু বিতৰ্কিত গোচৰটোৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়ত সমাপ্তি ঘটিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: blastMaharashtrapune
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d