Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

 সংসদৰ অচলাৱস্থাত দেশৰ কৰদাতাৰ ১৩৩ কোটি টকাৰ অপচয়

১০৭ ঘণ্টাৰ কৰ্ম সময়ৰ মাত্র ১৮ ঘণ্টাহে কাম হ’ল সংসদত

publisher by publisher
August 2, 2021
in India, News
Reading Time: 1 min read
0
 সংসদৰ অচলাৱস্থাত দেশৰ কৰদাতাৰ ১৩৩ কোটি টকাৰ অপচয়
3
SHARES
30
VIEWS
ShareShareShareShare

বিৰােধীৰ অসহযােগৰ ফলত বাধাগ্রস্ত হ’ল সংসদ বর্ষাকালীন অধিবেশন। বাৰে বাৰে সদনত অচলাৱস্থা সৃষ্টি হােৱাৰ পৰিণতিত দেশৰ ৰাজকোষৰ কমেও ১৩৩ কোটি টকাৰ ক্ষতি হ’ল।

ADVERTISEMENT

কেন্দ্রীয় চৰকাৰৰ এক সূত্রই এইদৰে দাবী কৰি জনােৱা অনুসৰি, সংসদৰ এইবাৰৰ বর্ষাকালীন অধিবেশনত সৰহসংখ্যক সময় বিৰােধীয়ে সংসদ অচল কৰি ৰখাৰ ফলত দেশৰ কৰদাতাৰ কমেও ১৩৩ কোটি টকাৰ অপচয় হ’ল।

RelatedPosts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

মূলতঃ ‘পেগাছাছ কাণ্ড’কলৈ সংসদৰ দুই সদন এইবাৰ যথেষ্ট উত্তপ্ত হৈ পৰে। নৰেন্দ্ৰ মােদীৰ চৰকাৰ আৰু বিৰােধীৰ মাজত এই বিষয়ক লৈ বাৰে বাৰে প্ৰচণ্ড তর্ক-বিতর্ক সৃষ্টি হয় আৰু পৰিণতিত অচল হৈ পৰে বর্ষাকালীন অধিবেশন।

চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি, লােকসভাৰ বর্ষাকালীন অধিবেশনত কামৰ সময় নির্ধাৰণ কৰা হৈছিল ৫৪ ঘণ্টা; কিন্তু লােকসভাত মাত্র সাত ঘণ্টাহে সুচাৰুৰূপে কাম-কাজ সম্পন্ন হ’ল। আনহাতে, ৰাজ্যসভাত কর্ম সময় নির্ধাৰণ কৰা হৈছিল ৫৩ ঘণ্টা।

সংসদৰ উচ্চ সদনত বর্ষাকালীন অধিবেশনত মাত্র ১১ ঘণ্টাহে।সুচাৰুৰূপে কর্ম সম্পাদন হ’ল। মুঠ ১০৭ ঘণ্টাৰ ভিতৰত সংসদৰ এইবাৰৰ অধিবেশনত উভয় সদনত সুচাৰুৰূপে মাত্র ১৮ ঘণ্টাহে কাম-কাজ হৈছিল। অর্থাৎ নির্ধাৰিত ১০৭ ঘণ্টাৰ ৮৯ ঘণ্টা শাসক-বিৰােধীৰ অসহযােগিতা, তর্কাতর্কিৰ পৰিণতিত অপচয় হ’ল।

ফলত দেশৰ কৰদাতাৰ ১৩৩ কোটি টকাৰ ক্ষতি হ’ল। কিছুদিন পূর্বে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে সংসদ সুচাৰুৰূপে পৰিচালিত হােৱাৰ ক্ষেত্ৰত কংগ্ৰেছ বাধাদান কৰাৰ অভিযােগ উত্থাপন কৰিছিল। প্রধানমন্ত্রীয়ে অভিযােগ কৰিছিল যে কংগ্ৰেছে ইচ্ছাকৃতভাৱে সংসদত অচলাৱস্থা সৃষ্টি কৰিছে।

কংগ্ৰেছ তথা আন বিৰােধীৰ এনে স্থিতিৰ ফলত সংসদত যিসমূহ বিষয় আলােচনা কৰাৰ প্ৰয়ােজন আছিল, সেই বিষয়সমূহ বর্ষাকালীন অধিবেশনত উত্থাপন কৰাটো সম্ভৱ নহ’ল বুলিও মােদীয়ে আক্ষেপ কৰিছিল। পেগাছাছ, কৃষি আইনসহ একাধিক বিষয়ত সংসদত বিৰােধীৰ ধাৰাবাহিক আক্ৰমণৰ সন্মুখীন হৈছিল মােদী চৰকাৰ।

এইসমূহ বিষয়ত চৰকাৰক জবাবদিহি কৰি বিৰােধীয়ে বর্ষাকালীন অধিবেশনত উগ্ৰ ৰূপ ধাৰণ কৰিছিল। এনে পৰিস্থিতিত আর্থিক ক্ষতিৰ বিষয়টো উপস্থাপন কৰি চৰকাৰে বিৰােধীক উভতি ধৰিলে। অৱশ্যে ভাৰতত সংসদৰ অচলাৱস্থা কোনাে নতুন ঘটনা নহয়। সংসদৰ প্ৰায়বােৰ অধিবেশনতে দেশবাসীয়ে অচলাৱস্থা প্রত্যক্ষ কৰি আহিছে।

সংসদৰ প্রতি অধিবেশনৰ বাবদ ৰাজকোষৰ কে’বাশ কোটি টকা ব্যয় হৈ আহিছে। অধিবেশন চলি থকা দিনকেইটাত সাংসদসকলেও বিভিন্ন অতিৰিক্ত সা-সুবিধা ভােগ কৰি আহিছে। সংসদ অধিবেশন অচল হ’লে ৰাজকোষে কৰা এই বৃহৎ ব্যয় অপচয় হয়। এইবাৰাে সংসদৰ ৮৯ ঘণ্টা কর্ম সময় নষ্ট হােৱাৰ ফলত দেশৰ ৰাজকোষে কদাতাৰ ১৩৩ কোটি টকা অপচয় কৰিব লগা হ’ল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Narendra ModiParliament of IndiaPEGASAS
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

April 29, 2026
গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
News

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d