Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Mumbai Fire : মুম্বাইৰ বহুতলত বিধ্বংসী জুই, ২০ মহলৰ পৰা পলায়ন কৰোতে পিছলি পৰিল এজন

publisher by publisher
October 22, 2021
in India, News
Reading Time: 1 min read
0
Mumbai Fire : মুম্বাইৰ বহুতলত বিধ্বংসী জুই, ২০ মহলৰ পৰা পলায়ন কৰোতে পিছলি পৰিল এজন
2
SHARES
20
VIEWS
ShareShareShareShare

অট্টালিকাৰ ২০ মহলত জুই জ্বলছে । এজন ব্যক্তিয়ে প্রাণ ৰক্ষা কৰাৰ অপ্ৰাণ চেষ্টা কৰিছে । ৰেলিং ধৰি ওলমি থকা দেখা যায় তেওঁক । বেছ কিছু সময় ওলমি থকাৰ পাছত হঠাৎ হাত এৰ খাই যায় ব্যক্তিজনৰ । ২০ মহলৰ পৰা চিটিকি পৰে মাটিত । শুকুৰবাৰে দুপৰীয়া তেনেকুৱাই ভয়াবহ দৃশ্যৰ সাক্ষী হ’ল মুম্বাইসহ সমগ্ৰ দেশ ।

ADVERTISEMENT

দক্ষিণ মুম্বাইৰ পাৰেলৰ লালবাগ অঞ্চলত এটা নির্মীয়মাণ বহুতলত দুপুৰীয়া জুই লাগে । ৬৪ মহলৰ সেই বহুতলৰ ২০ মহলত জুই লগাৰ পাছত সেই জুই মুহূর্তৰ ভিতৰতে ২৫ মহল পর্যন্ত বিয়পি পৰে । ঘটনাস্থলত অগ্নিনিৰ্বাপক বাহিনীৰ ১২টা দল উপস্থিত হৈ জুই নিয়ন্ত্রণত অনাৰ চেষ্টা কৰিছে ।

RelatedPosts

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

Mumbai:মুম্বাইৰ ৰাজপথত মহিলা সংৰক্ষণ বিধেয়কক লৈ আয়োজিত প্ৰতিবাদৰ মাজতে এগৰাকী মহিলাৰ ৰণচণ্ডী ৰূপ

দিল্লীত ব্যৰ্থ ভয়ংকৰ বোমা চক্ৰান্ত : মুম্বাইত গ্ৰেপ্তাৰ দুজন, দেশজুৰি সতৰ্কতা 

আৰক্ষী সূত্রে খবৰ, এই ঘটনাত এজন ব্যক্তি গুৰুতৰভাৱে আহত হৈছিল । তেওঁক উদ্ধাৰ কৰি কেইএম হাস্পাতাললৈ লৈ যোৱা হয় । চিকিৎসকসকলে এই ব্যক্তিজনক মৃত বুলি ঘোষণা কৰে । মৃতকৰ নাম অৰুণ তিৱাৰী (৩০) ।

One men #fall from the 19th floor after #fire has errupted in the 60 storied high rise #AvighnaPark building in #Currey Road. Fire is on the 19 th floor. #Mumbai #Maharashtra #HighriseBuilding #BuildingFire pic.twitter.com/ieSuH1J9BZ

— Chaudhary Parvez Ahmed (@ChParvezAhmed) October 22, 2021

বহুতলত বহু কেইজন আৱদ্ধ হৈ থকাৰ শংকা প্ৰকাশ কৰা হৈছে । ক’ৰ পৰা অগ্নিৰ সূত্ৰপাত হ’ল সেয়া এই পৰ্যন্ত জানিব পৰা নাই বুলি অগ্নিনিৰ্বাপক বাহিনীয়ে জানিব দিছে । জুই লগাৰ খবৰ পায়েই ঘটনাস্থলত উপস্থিত হয় মুম্বাইৰ মেয়ৰ কিশোৰী পেডনেকৰ । জুই নিয়ন্ত্রণত অনাৰ চেষ্টাৰ লগতে তৎপৰতাৰ স’তে উদ্ধাৰকাৰ্য চলাইছে অগ্নিনিৰ্বাপক বাহিনীয়ে ।

এয়া ‘লেভেল ৪’ পর্যায়ৰ অগ্নিকাণ্ড বুলি জনাইছে অগ্নিনিৰ্বাপক বাহিনীয়ে । বহুতলৰ নির্মাতা কৈলাস আগৰৱালে জনাইছে, কিছুদিন পূৰ্বে বহুতলত অগ্নিনির্বাপনৰ কাম হৈছিল ।

A major fire broke out in a residential building in Mumbai.#Mumbai#fire pic.twitter.com/5EHGwxkzrI

— rajni singh (@imrajni_singh) October 22, 2021

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: FireMUMBAI
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d