Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Narendra Modi : আজি কেদাৰনাথ ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ

publisher by publisher
November 5, 2021
in India, News, Politics
Reading Time: 1 min read
0
Narendra Modi : আজি কেদাৰনাথ ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ
1
SHARES
14
VIEWS
ShareShareShareShare

উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ থাকিব কাশীৰ বিশ্বনাথ মন্দিৰত । মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান উজ্জয়িনীৰ মহাকাল মন্দিৰত থাকিব । প্রধানমন্ত্রীৰ দপ্তৰৰ প্রতিমন্ত্রী জিতেন্দ্র সিং শ্রীনগৰৰ শংকৰাচার্য মন্দিৰত উপস্থিত হ’ব । গুজৰাতৰ বিজেপি সভাপতি চি আৰ পেটেল থাকিব সোমনাথ মন্দিৰত । ঝাড়খণ্ডৰ বিজেপি সাংসদ নিশিকান্ত দুবে থাকিব দেওঘৰৰ জ্যোতির্লিংগ মন্দিৰত ।

ADVERTISEMENT

আজি পুৱা প্রধানমন্ত্রী নৰেন্দ্র মোদী কেদাৰনাথত উপস্থিত হয় । তেওঁ প্রাকৃতিক দুর্যোগত ক্ষতিগ্রস্ত হোৱাৰ পাছত পুনর্নির্মিত আদি শংকৰাচার্যৰ সমাধিৰ উদ্বোধন কৰে । আদি শংকৰাচার্যৰ মূর্তিও উন্মোচন কৰে আৰু প্রায় ১৩০ কোটি টকাৰ প্রকল্পৰো উদ্বোধন কৰে ।

RelatedPosts

বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

শুকুৰবাৰে প্রধানমন্ত্রীৰ এই কাৰ্যসূচীৰ সময়তেই কাশ্মীৰৰ পৰা কেৰালা পর্যন্ত শংকৰাচার্যৰ স’তে জড়িত বিভিন্ন ধর্মীয় স্থানত যায় বিজেপিৰ নেতাসকল । বিৰোধীসকলৰ মতে, উত্তৰ প্রদেশ, উত্তৰাখণ্ডৰ দৰে ৰাজ্যত ২০২২-ৰ আৰম্ভণিতে বিধানসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই আয়োজন । বিশেষকৈ উত্তৰাখণ্ডত বিজেপিৰ জনপ্ৰিয়তা কমিছে । দুবাৰ মুখ্যমন্ত্রী পৰিৱৰ্তন কৰিবলগীয়া হৈছে বিজেপিয়ে ।

প্রধানমন্ত্রীৰ ভ্ৰমণৰ আগতেই কেদাৰনাথ, বদ্রীনাথ, গংগোত্রী, যমুনোত্রীৰ পুৰোহিতসকল ক্ষুব্ধ । ৰাজ্য চৰকাৰে মন্দিৰৰ বাবে দেবস্থান ব’র্ড তৈয়াৰ কৰাৰ বাবে তেওঁলোক বিক্ষোভত নামিছে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামিকে কেদাৰনাথ যাবলগীয়া হৈছিল । তেওঁৰ চৰকাৰে আশ্বাস দিয়ে, চলতি মাহৰ ভিতৰতে পুৰোহিতসকলৰ অভাৱ-অভিযোগ পূৰণ কৰা হ’ব ।

বিজেপিৰ কাৰ্যসূচী অনুযায়ী, প্রধানমন্ত্রীৰ কেদাৰনাথ ভ্ৰমণৰ সময়ত আদি শংকৰাচার্যৰ স’তে সম্পর্কিত চাৰি ধাম পুৰী, শ্রীংগেৰি, দ্বাৰকা আৰু জ্যোতির্মঠত সাধুসকলক আমন্ত্রণ জনোৱা হৈছে । সোমনাথ, কাশী বিশ্বনাথসহ ১২টা জ্যোতির্লিংগ মন্দিৰ আৰু দেশৰ ৮৭টা গুৰুত্বপূর্ণ মন্দিৰ, যিসমূহ শংকৰাচার্যৰ ভাৰত ভ্ৰমণৰ পথত তৈয়াৰ হৈছিল, তাতো সাধু-ভক্তসকলক আমন্ত্রণ জনোৱা হৈছে । কেদাথনাথ মন্দিৰত বিভিন্ন আখাড়াৰ প্রধান বা মহামণ্ডলেশ্বৰসকলকো আমন্ত্রণ জনাইছে ৰাজ্য চৰকাৰে ।

প্রধানমন্ত্রীৰ দপ্তৰৰ মন্তব্য, ২০১৩-ৰ বানৰ পাছত কেদাৰনাথত শংকৰাচার্যৰ সমাধি পুনর্নির্মিত হৈছে । মোদীৰ নিয়মিত পৰ্যবেক্ষণত সম্পূৰ্ণ কাৰ্য সম্পন্ন হৈছে । প্রধানমন্ত্রীগৰাকীয়ে অন্যান্য নির্মাণ প্রকল্পৰ কাৰ্য‌ৰ অগ্রগতিও পৰ্যবেক্ষণ কৰিব । প্রধানমন্ত্রী হিচাপে পঞ্চমবাৰ কেদাৰনাথত যায় প্ৰধানমন্ত্ৰী মোদী ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: C. R. PatilJitendra SinghNarendra ModiShivraj Singh ChouhanYogi Adityanath
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d