Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Jammu and Kashmir : কাশ্মীৰত ভুৱা আৰক্ষী সংঘর্ষত হত্যাৰ অভিযোগত তদন্তৰ নির্দেশ লেফটেনেণ্ট গভর্নৰৰ

publisher by publisher
November 18, 2021
in India, News
Reading Time: 1 min read
0
Jammu and Kashmir : কাশ্মীৰত ভুৱা আৰক্ষী সংঘর্ষত হত্যাৰ অভিযোগত তদন্তৰ নির্দেশ লেফটেনেণ্ট গভর্নৰৰ
1
SHARES
12
VIEWS
ShareShareShareShare

শ্রীনগৰত আৰক্ষী ভুৱা সংঘর্ষৰ অভিযোগ পৰ্যবেক্ষণ কৰিবলৈ মেজিষ্ট্ৰেট পর্যায়ৰ তদন্তৰ নির্দেশ দিলে জম্মু আৰু কাশ্মীৰৰ লেফটেনেন্ট গভর্নৰ মনোজ চিন্‌হাই । বৃহস্পতিবাৰে চৰকাৰীভাৱে এই নির্দেশনা জাৰি হৈছে ।

ADVERTISEMENT

লেফটেনেন্ট গভর্নৰে জনাইছে, অভিযোগৰ নিৰপেক্ষ তদন্ত আৰু ন্যায়বিচাৰ হ’ব । টুইটাৰচ তেওঁ লিখে, ‘‘হায়দৰপোৰাত আৰক্ষী সংঘর্ষৰ ঘটনাত অতিৰিক্ত জিলা প্ৰশাসক পর্যায়ৰ এক প্রশাসনিক বিষয়াৰ নেতৃত্বত মেজিষ্ট্ৰেট পর্যায়ৰ তদন্তৰ নির্দেশ দিয়া হৈছে । নির্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰতিবেদন জমা দিয়া হ’ব আৰু চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব । জম্মু আৰু কাশ্মীৰ প্রশাসনে পুনৰ নিৰপৰাধ নাগৰিকসকলৰ জীৱন ৰক্ষাৰ প্রতিশ্রুতি দিছে । অংগীকাৰ কৰিছে, কাৰো অন্যায় নহয় ।’’

RelatedPosts

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

যুদ্ধৰ আতংকৰ মাজত স্বস্তিৰ নিশ্বাস: ইৰাণত আটকা ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰথম দল দিল্লীত উপস্থিত

কিশ্তৱাৰত নতুন সংঘৰ্ষ, ছত্রু বনাঞ্চলত অব্যাহত সেনা-আৰক্ষীৰ যৌথ অভিযান

সোমবাৰে নিশা শ্রীনগৰৰ হায়দৰপোৰাত এটা বাণিজ্যিক ভৱনত আৰক্ষীৰ স’তে হোৱা সংঘর্ষত চাৰিজন সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে বুলি চৰকাৰৰ তৰফৰ পৰা দাবী কৰা হয় । নিহতসকলৰ ভিতৰত আছে ৰামবন জিলাৰ বাসিন্দা আমিৰ মাগৰে । আমিৰৰ পিতৃ আব্দুল লতিফ মাগৰে ২০০৫ ত এজন সন্ত্ৰাসবাদীক শিল দলিয়াইছিল । এতিয়াও অঞ্চলটোৰ সন্ত্ৰাস-বিৰোধী গাঁওবাসী গোষ্ঠীৰ সক্রিয় সদস্য তেওঁ । লতিফৰ দাবী, তেওঁৰ পুত্ৰৰ স’তে সন্ত্ৰাস গোষ্ঠীৰ কোনো সম্পৰ্ক নাছিল । শ্রীনগৰৰ এটা দোকানত কাম কৰিছিল আমিৰ । তেওঁক ভুৱা অভিযোগত সংঘর্ষৰ ‌ৰূপ দি হত্যা কৰা হৈছে ।

সোমবাৰৰ ‘সংঘর্ষ’ত নিহতসকলৰ ভিতৰত পাকিস্তানি সন্ত্ৰাসবাদী হায়দৰো আছে বুলি জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে জনাইছে । আন দুই নিহতৰ নাম আলতাফ বাট আৰু মুদাছিৰ গুল । আলতাফ সেই বাণিজ্যিক ভৱনৰ স্বত্বাধিকাৰী । তেওঁৰ সেই ভৱনত এটা দপ্তৰ আছিল । মুদাছিৰ দন্তচিকিৎসক আৰু ব্যৱসায়ী । হায়দৰপোৰাৰ সেই ভৱনত তেওঁ এটা ‘কম্পিউটাৰ চেন্টাৰ’ চলাইছিল । প্রথমে তেওঁলোকক সন্ত্ৰাসবাদী গোষ্ঠীৰ সহযোগী হিচাপে চিহ্নিত কৰিলেও পাছত জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ তৰফৰ পৰা জনোৱা হয় গুলিযুদ্ধৰ মাজত পৰি এই দুই নাগৰিকৰ মৃত্যু হৈছে ।

A magisterial inquiry by officer of ADM rank has been ordered in Hyderpora encounter.Govt will take suitable action as soon as report is submitted in a time-bound manner.JK admin reiterates commitment of protecting lives of innocent civilians&it will ensure there is no injustice.

— Office of LG J&K (@OfficeOfLGJandK) November 18, 2021

আলতাফ আৰু মুদাছিৰৰ পৰিয়ালৰ সদস্যসকলে ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবীত অৱস্থান ধৰ্মঘট কৰিব বিচাৰিলেও আৰক্ষীয়ে বাধা প্ৰদান কৰে । জম্মু আৰু কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী তথা পিডিপি নেত্রী মেহবুবা মুফতিয়ে নিহতসকলৰ পৰিয়ালক দেখা কৰিবলৈ যোৱাৰ পাছত তেওঁক গৃহবন্দী কৰা হয় বুলি অভিযোগ । জম্মু আৰু কাশ্মীৰৰ আন এক প্রাক্তন মুখ্যমন্ত্রী তথা নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আবদুল্লাই এই ঘটনাৰ প্রতিবাদ কৰে ।

উল্লেখ্য, চাকৰিত পদোন্নতি আৰু বাহ বাহ পোৱাৰ লোভত নিৰীহ গাঁওবাসীক সন্ত্ৰাসবাদী আখ্যা দি হত্যা কৰাৰ অভিযোগ নিৰাপত্তাবাহিনীৰ বিৰুদ্ধে আগতেও উঠিছে উপত্যকাত । চলিত বৰ্ষৰ জানুৱাৰীটো শ্রীনগৰত তিনি নিৰীহ যুৱকক সংঘর্ষে ৰূপ দি হত্যা কৰাৰ অভিযোগ উঠিত্থাপিত হৈছিল আৰক্ষীৰ বিৰুদ্ধে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Jammu and KashmirLieutenant GovernorPolice EncounterSrinagar
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d