Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

    সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

    তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

    Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

    Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

    Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Firing in Nagaland : নাগালেণ্ডত স্থানীয় লোক আৰু আৰক্ষীৰ সংঘৰ্ষ, নিহত ১৫ গাঁওবাসী, নির্দেশ তদন্তৰ

publisher by publisher
December 5, 2021
in India, News
Reading Time: 1 min read
0
Firing in Nagaland : নাগালেণ্ডত স্থানীয় লোক আৰু আৰক্ষীৰ সংঘৰ্ষ, নিহত ১৫ গাঁওবাসী, নির্দেশ তদন্তৰ
1
SHARES
12
VIEWS
ShareShareShareShare

‘ভুলবশতঃ’ সন্ত্রাসবাদী বুলি ভাবি নিৰাপত্তা বাহিনীৰ গুলিত নিহত হ’ল প্ৰায় ১৫ জন গাঁওবাসী । নাগালেণ্ডৰ মন জিলাত অ’টিং গাঁৱত সন্ত্রাসদমন অভিযান চলোৱাৰ সময়তে নিৰাপত্তাবাহিনীয়ে গুলি চলায় বুলি অভিযোগ । সেই গুলীচালনাতে মৃত্যু হয় গাঁওবাসীৰ । আৰক্ষীয়ে জনায়, এই ঘটনাত এজন জোৱানৰ মৃত্যু হৈছে । গাঁওখন ম্যানমাৰ সীমান্তত অৱস্থিত ।

ADVERTISEMENT

নাগালেণ্ডৰ মুখ্যমন্ত্রী নেইফিউ ৰিওই টুইটাৰত এই ঘটনা উল্লেখ কৰি শোক প্রকাশ কৰে । ইয়াক ‘দুর্ভাগ্যজনক ঘটনা’ বুলি উল্লেখ কৰি নিহতসকলৰ পৰিয়ালৰ প্রতি সমবেদনা জনাইছে । ঘটনাৰ তদন্তত উচ্চ পর্যায়ৰ বিশেষ দল গঠন কৰা হৈছে বুলিও তেওঁ জনাইছে । এই ঘটনাত শোক প্রকাশ কৰি টুইট কৰিছে গৃহমন্ত্রী অমিত শ্বাহে । অসম ৰাইফলছৰ তৰফৰ পৰা এক বিবৃতি জাৰি কৰি জনোৱা হৈছে, ‘ঘটনাৰ উচ্চপর্যায়ৰ তদন্ত হ’ব । দোষীসকলক আইন অনুযায়ী শাস্তি বিহা হ’ব ।’

RelatedPosts

জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

সীমান্তকলৈ শ্বাহৰ আলোচনা, ৰাজনাথৰ স’তে তিনিজন সেনা প্ৰধানৰ সাক্ষাৎ

‘বাছি বাছি পৰিশোধ লোৱা হ’ব’ পহলগাম কাণ্ডক লৈ প্রথমবাৰৰ বাবে মুখ খুলিলে শ্বাহে

Anguished over an unfortunate incident in Nagaland’s Oting, Mon. I express my deepest condolences to the families of those who have lost their lives. A high-level SIT constituted by the State govt will thoroughly probe this incident to ensure justice to the bereaved families.

— Amit Shah (Modi Ka Parivar) (@AmitShah) December 5, 2021

স্থানীয় সংবাদমাধ্যম সূত্রে খবৰ, এখন পিক-আপ ভেনত অ’টিং গাঁৱত ঘূৰি আছিল গাঁওবাসীসকল । ‘সন্ত্রাসবাদী’ ভাবি তেওঁলোকক লক্ষ্য কৰি গুলি চলায় নিৰাপত্তা বাহিনীয়ে । দীর্ঘসময় ধৰি উভতি নহাত তেওঁলোকক বিচাৰি ওলাই আহে অন্যান্য গাঁওবাসীসকল । এঠন ট্রাকৰ ভিতৰত তেওঁলোকৰ দেহসমূহ উদ্ধাৰ হয় ।

আৰক্ষী সূত্ৰে জানিব পৰা গৈছে, সন্ত্রাস ৰোধ কৰিবলৈ তিৰু-অ’টিং ৰ’ডত অভিযান চলায় নিৰাপত্তা বাহিনীয়ে । সেই সময়ত স্থানীয় গাঁওবাসীসকলে প্রতিৰোধৰ সন্মুখীন হৈ নিৰিপত্তাবাহিনীলৈ লক্ষ্য কৰি গুলি চলায় । গুলিত গাঁওবাসীসকলৰ মৃত্যু হোৱাত উত্তেজনাৰ সৃষ্টি হয় । আৰক্ষীৰ দাবী, ‘আত্মৰক্ষাৰ’ বাবে গুলি চালনা কৰিবলগীয়া হয় নিৰাপত্তা বাহিনীয়ে । বাহিনীৰ কিছুসংখ্যক গাড়ীও জ্বলাই দিয়া হৈছে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Amit ShahNagaland
publisher

publisher

Related Posts

‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 
India

May 12, 2025
সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে
India

সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
India

তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
News

Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
News

Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

May 12, 2025
Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান
News

Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d