Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

২০২০ বৰ্ষত ৰাজ্যৰ ১৫শ শিশু নিৰুদ্দেশ

এনচিআৰবি প্ৰতিবেদনত উদ্বেগজনক তথ্য

publisher by publisher
December 13, 2021
in India, News
Reading Time: 1 min read
0
২০২০ বৰ্ষত ৰাজ্যৰ ১৫শ শিশু নিৰুদ্দেশ
3
SHARES
26
VIEWS
ShareShareShareShare

আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যৎ । এখন সুস্থ-সৱল সমাজ গঢ় দিয়াৰ লক্ষ্যৰে প্ৰতিখন দেশেই শিশুসকলক শাৰীৰিক-মানসিকভাৱে সবল ৰূপত গঢ়ি তুলিবলৈ পদক্ষেপ হাতত লৈছে । এনে লক্ষ্যৰে ভাৰততো ১৪ বছৰলৈ প্ৰতিজন শিশুক শিক্ষাৰ অধিকাৰ প্ৰদান কৰা হৈছে । এনেবোৰ পদক্ষেপৰ মাজতে দেশত শিশু অপৰাধৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই অহা ঘটনাই গভীৰ আশংকাৰ সৃষ্টি কৰাৰ লগতে এক ভয়াৱহ ইংগিত প্ৰদান কৰিছে ।

ADVERTISEMENT

শেহতীয়াকৈ নেছনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ (এনচিআৰবি)য়ে প্ৰকাশ কৰা প্ৰতিবেদনতো এই উদ্বেগজনক তথ্য পৌহৰলৈ আহিছে । উল্লেখ্য যে বিগত বৰ্ষত দেশত ৫৯,২৬২টা শিশু নিৰুদ্দেশৰ তথ্য এনচিআৰবিৰ প্ৰতিবেদনত পোহৰলৈ আহিছে; য’ত ২০১৯ৰ বৰ্ষৰ তুলনাত শিশু নিৰুদ্দেশৰ ঘটনা বৃদ্ধি পোৱা বুলি প্ৰকাশ ‌কৰা হৈছে ।

RelatedPosts

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

ফ্ৰান্স–ভাৰত সাংস্কৃতিক বন্ধনত নতুন মাইলষ্টন

তথ্য অনুসৰি, ২০১৯ বৰ্ষত দেশত ৪৮,৯৭২টা শিশু নিৰুদ্দেশৰ ঘটনা পোহৰলৈ আহিছিল । সমান্তৰালভাৱে বিগত বৰ্ষত উল্লিখিত শিশু নিৰুদ্দেশৰ তথ্যৰ ভিতৰত ১৩,৫৬৬জন কিশোৰ আৰু ৪৫,৬৮৭ গৰাকী কিশোৰী আৰু নজন তৃতীয় লিংগ বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে ।

উল্লেখ্য যে বিগত দুটা বৰ্ষত দেশত ১,০৮,২৩৪টা শিশু নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছে; য’ত ১৪,৫৫৩টা ঘটনাৰে শীৰ্ষত আছে মধ্যপ্ৰদেশ । একেদৰে পশ্চিমবংগত ১৪,০৭১টা, বিহাৰত ১২,০৬৪টা, দিল্লীত ১০,৬৫৮টা এনে ঘটনা বিগত দুটা বছৰত সংঘটিত হোৱাৰ লগতে অসমতো ১,৫৬২টা শিশু নিৰুদ্দেশৰ ঘটনা তথ্যত‌ প্ৰকাশ পাইছে । এনচিআৰবিৰ তথ্য অনুসৰি, ২০২০ বৰ্ষত ৰাজ্যত ৮৭৭টা শিশু নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছে, ইয়াৰে ২৫৪জন কিশোৰ, ৬২০ গৰাকী কিশোৰী আৰু তিনিজন তৃতীয় লিংগৰ ।

সমান্তৰালভাৱে ২০১৯ৰ সৰ্বমুঠ নিৰুদ্দেশৰ ভিতৰত মুঠ ৬৮৫ জন শিশুক সংশ্লিষ্ট বিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত ২০২০ বৰ্ষত সৰ্বমুঠ ১,৫৬২জন শিশু নিৰুদ্দেশ হোৱা বুলি প্ৰকাশ পাইছে । সমান্তৰালভাৱে ২০২০ত নিৰুদ্দেশ হৈ থকা ১,০৮,২৩৪জন শিশুৰ ভিতৰত ‌৬৪,৫৭৩ জনক উদ্ধাৰ কৰা হৈছে আৰু ৪৩,৬৬১জন শিশু এতিয়া উদ্ধাৰ হোৱা নাই বুলি এনচিআৰবিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ।

অসমৰ ক্ষেত্ৰত উদ্ধাৰৰ হাৰ ৭৮.৯ শতাংশ বুলি প্ৰকাশ পোৱা তথ্য অনুসৰি, ২০২০ত ৰাজ্যত নিৰুদ্দেশ হৈ থকা মুঠ ১,৫৬২ জন শিশুৰ ভিতৰত ৪৫৮ জন কিশোৰ, ৭৬১ গৰাকী কিশোৰী আৰু ১৩জন তৃতীয় লিংগৰ শিশু অৰ্থাৎ ১,২৩২ শিশুক উদ্ধাৰ কৰা হৈছে । ইয়াৰ বিপৰীতে ১০৫ জন কিশোৰ আৰু ২২৫ গৰাকী কিশোৰীৰ সন্ধান পোৱা নাই বা উদ্ধাৰ হোৱা নাই বুলি এনচিআৰবিয়ে প্ৰকাশ কৰিছে ।

ইফালে, শিশু নিৰ্যাতনৰ ঘটনা দেশত উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ তথ্য‌ও এনচিআৰবিৰ প্ৰতিবেদনত পোহৰলৈ আহিছে । তথ্য অনুসৰি, ২০২০ বৰ্ষত দেশত যৌন উৎপীড়ন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান কৰা আইন অৰ্থাৎ পক্স’ আইনৰ ২,৮৩২৭টা ঘটনা সংঘটিত হৈছে । অসমত এই আইনৰ অধীনত অৰ্থাৎ ১,০৭৮ গৰাকী কিশোৰীয়ে যৌন উৎপীড়নৰ সন্মুখীন হোৱাৰ তথ্য পোহৰলৈ আহিছে ।

তথ্য অনুসৰি, ৰাজ্যত পক্স’ আইনৰ ধাৰা সন্নিৱিষ্ট হোৱা তথা যৌন উৎপীড়নৰ সন্মুখীন হোৱা উল্লিখিত কিশোৰীসকলৰ ভিতৰত ১০ গৰাকী ছবছৰৰ তলৰ, ৯১ গৰাকী ছবছৰৰ পৰা ১২ বছৰৰ ভিতৰত, ৪৬৮ গৰাকী ১২ বছৰৰ পৰা ১৬ বছৰৰ আৰু ৫০৯ গৰাকী ১৬ৰ পৰা ১৮ বছৰৰ কিশোৰী ।

উল্লেখ্য যে ৩,২৬২টা ঘটনাই এই অপৰাধৰ শীৰ্ষত আছে মধ্য প্ৰদেশ । সমান্তৰালভাৱে ৰাজ্যত বিগত বৰ্ষত ১,৬৫৮টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে । তথ্য অনুসৰি, ভুক্তভোগীসকলৰ ভিতৰত ১৮ গৰাকী ১৮ বছৰৰ তলৰ কিশোৰীৰ আৰু সমান্তৰালভাৱে ১,০০৬ গৰাকী ১৮ৰ পৰা ৩০ বছৰৰ, ৫৮৪ গৰাকী ৩০ৰ পৰা ৪৫ বছৰৰ আৰু ৫০ গৰাকী ৪৫ৰ পৰা ৬০ বছৰৰ তলৰ যুৱতী-মহিলা ।

একেদৰে এই ধৰ্ষণ কাণ্ডত অভিযুক্তসকলৰ অধিকাংশ‌ই পৰিয়াল, সম্পৰ্কীয় বন্ধু, ওচৰ চুবুৰীয়া, কৰ্মচাৰী বা জনা-শুনা লোক বুলি এনচিআৰবিৰ তথ্যত প্ৰকাশ পাইছে ।

তথ্য অনুসৰি ৰাজ্যত বিগত বৰ্ষত সংঘটিত উল্লিখিত ধৰ্ষণৰ ঘটনাসমূহৰ ভিতৰত ৮৭.৯ শতাংশ ঘটনাৰ তথ্য লাভ কৰিছে সংশ্লিষ্ট বিভাগে । এই কাণ্ড সংঘটিত কৰাসকলৰ ভিতৰত ১৭৩ জন পৰিয়ালৰ সদস্য, ৪৫৭জন অভিযুক্ত বন্ধু, বিয়াৰ প্ৰতিশ্ৰুতিৰে একেলগে থকা লোক, অনলাইনত স্থাপন হোৱা বন্ধু বুলি তথ্যত প্ৰকাশ পাইছে ।

উল্লেখ্য উ বিগত বৰ্ষটোত ৰাজ্যত সংঘটিত হোৱা ১,৬৫৭টা ধৰ্ষণ কাণ্ডৰ দুশটা ঘটনাৰ ধৰ্ষণকাৰীৰ চিনাক্ত হোৱা নাই বুলি এনচিআৰবিৰ প্ৰতিবেদনত পোহৰলৈ আহিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Child Missingindiapocso act
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d